Browsing Category
BHARAT
মুখ্যমন্ত্ৰীৰূপে শপত ল’লে চম্পাই ছোৰেনে; বিজেপিৰ হৰ্ছ ট্ৰেডিঙৰ ভয়ত হায়দৰাবাদলৈ প্ৰেৰণ ৪৩ বিধায়কক
ঝাৰখণ্ডৰ পৰৱৰ্তী মুখ্যমন্ত্ৰীৰূপে শপত ল’লে চম্পাই ছোৰেনে। শুকুৰবাৰে দিনৰ প্ৰায় ১২.২০ বজাত ৰাজভৱনত কাৰ্যভাৰ আৰু গোপনীয়তাৰ শপত গ্ৰহণ কৰে।
চম্পাই ছোৰেনৰ লগতে কংগ্ৰেছ দলৰ আলমগীৰ আলম আৰু আৰজেডিৰ সত্যানন্দ ভোকতাই কেবিনেট মন্ত্ৰী হিচাপে শপত!-->!-->!-->…
Publicity stunt নে আন কিবা? জনপ্ৰিয় মডেল পুনম পাণ্ডেৰ মৃত্যুৰ বাতৰি! সঁচা নে মিছা?
বিতৰ্কৰে জনপ্ৰিয়তা অৰ্জন কৰি ভাল পোৱা অভিনেত্ৰী তথা মডেল পুনম পাণ্ডেৰ মৃত্যু হোৱা নাই। চাৰ্ভাইকেল কেন্সাৰ সন্দৰ্ভত সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই পদক্ষেপ গ্ৰহণ কৰিছিল বুলি উল্লেখ কৰিছে অভিনেত্ৰীগৰাকীয়ে।
ছ'চিয়েল মিডিয়াত এক ভিডিঅ’!-->!-->!-->…
মুছলিম যুৱকৰ বিৰুদ্ধে ভয়ংকৰ ষড়যন্ত্ৰ! গ্ৰেপ্তাৰ বজৰংগ দলৰ জিলা অধ্যক্ষসহ ৪ সদস্য!
সাম্প্ৰদায়িক সংঘাত সৃষ্টি কৰাৰ অপচেষ্টা চলাই আটক হল বজৰংগ দলৰ জিলা অধ্যক্ষসহ ৪ সদস্য। অভিযুক্ত ৪ জনে মুছলিম যুৱকৰ বিৰুদ্ধে ৰচিছিল ভয়ংকৰ ষড়যন্ত্ৰ। উত্তৰ প্ৰদেশত সংঘটিত হৈছে এই ঘটনা। নিজে গো-হত্যা কৰি মুছলিম যুৱকৰ ওপৰত অপৰাধ জাপি দিয়া!-->…
বাজেটত বিত্তমন্ত্ৰীৰ ঘোষণা – ২০২৪ বৰ্ষত ৩ কোটি মহিলা হ’ব লাখপতি
আজি বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত দাখিল কৰিলে অন্তৱৰ্তীকালীন বাজেট। বাজেট দাখিল কৰাৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে লাখপতি দিদী আঁচনি সন্দৰ্ভত এক বৃহৎ ঘোষণা কৰে।
বাজেট দাখিল কৰি তেওঁ কয় যে, লাখপতি দিদী আঁচনিৰ অধীনত ২০২৩ বৰ্ষত এক কোটি!-->!-->!-->…
অন্তৱৰ্তীকালীন বাজেট দাখিলৰ দিনাই বৃদ্ধি পালে চিলিণ্ডাৰৰ মূল্য
বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে সংসদত অন্তৱৰ্তীকালীন বাজেট দাখিলৰ দিনটোতেই বৃদ্ধি পালে বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য। তেল বিপণন কোম্পানীসমূহে ১৯ কেজি বাণিজ্যিক গেছ চিলিণ্ডাৰৰ মূল্য বৃদ্ধি কৰিছে।
ইণ্ডিয়ান অইল কৰ্পৰেশ্যন লিমিটেডৰ ৱেবছাইট!-->!-->!-->…
দ’ খাৱৈত বাগৰিল যাত্ৰীবাহী বাছ; ৭ গৰাকীৰ মৃত্যু, আহত ৮ জন
জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ বুজথালান তাৎমুল্লা অঞ্চলত বুধবাৰে এখন যাত্ৰীবাহী বাছ দ’ খাৱৈত বাগৰি পৰাৰ ফলত ৭ জন লোক নিহত হোৱাৰ লগতে ৮ জন লোক আহত হয়।
আৰক্ষীয়ে জনোৱা মতে, আজি বিয়লি উৰিলৈ গৈ থকা অৱস্থাত বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ!-->!-->!-->…
মাওবাদীৰ আক্ৰমণত অসমৰ লম্বোধৰ সিংহসহ তিনিজন জোৱান ছহিদ, ১৪ জন আহত
ছত্তীশগড়ত মাওবাদী আৰু নিৰাপত্তাৰক্ষীৰ মাজত হোৱা সংঘৰ্ষত ছহিদ হ’ল তিনিজন সেনা জোৱান। মঙলবাৰে ছত্তীশগড়ৰ বীজাপুৰ আৰু সুকমাৰ সীমান্ত অঞ্চলত সংঘটিত হৈছে এই ঘটনা।
দুই পক্ষৰ মাজত চলা সংঘৰ্ষত ১৪ জন সেনা জোৱান আহত হোৱা বুলিও জানিব পৰা গৈছে।!-->!-->!-->…
ভয়ংকৰ পথ দুৰ্ঘটনা; ডেৰ বছৰীয়া শিশু, স্কুলীয়া ছাত্ৰসহ তিনিজনৰ মৃত্যু
উত্তৰ প্ৰদেশৰ বদৌন জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। মঙলবাৰে উঝানি কোতৱালি অঞ্চলৰ বাৰেলী-মথুৰা ঘাইপথত সংঘটিত পথ দুৰ্ঘটনাত ডেৰ বছৰীয়া শিশু, এগৰাকী শিক্ষাৰ্থীসহ তিনিজনৰ মৃত্যু হয়।
জানিব পৰা মতে, স্কুলীয়া ছাত্ৰ-ছাত্ৰী লৈ যোৱা এখন!-->!-->!-->…
ভাৰতীয় নৌসেনাই বচালে ১৯ গৰাকী পাকিস্তানীৰ প্ৰাণ; জলদস্যুৰ পৰা উদ্ধাৰ জাহাজ
ভাৰতীয় নৌসেনাৰ পুনৰ সফলতা। আৰব সাগৰত ভাৰতৰ নৌসেনাই ইৰাণৰ পতাকা থকা এখন জাহাজ ছোমালিয়াৰ জলদস্যুৰ পৰা সফলতাৰে উদ্ধাৰ কৰিছে। অৱশ্যে জলদস্যুৰ সৈতে কোনো সংঘৰ্ষ হৈছে নেকি তাৰ কোনো খবৰ পোৱা হোৱা নাই।
অস্ত্ৰ-শস্ত্ৰধাৰী জলদস্যুই জাহাজখন অপহৰণ!-->!-->!-->…
বিৰোধীৰ আশা ভংগ কৰি মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ নীতিশ কুমাৰৰ
বিহাৰত পুনৰ এবাৰ বৃহৎ ৰাজনৈতিক পট পৰিৱৰ্তন। সকলো জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত আজি বিহাৰৰ মুখ্যমন্ত্ৰী নীতিশ কুমাৰে মুখ্যমন্ত্ৰী পদৰ পৰা পদত্যাগ কৰে।
জেডিইউৰ বিধায়িনী দলৰ বৈঠকৰ অন্তত ৰাজ্যপাল ৰাজেন্দ্ৰ আৰ্লেকাৰক সাক্ষাৎ কৰি পদত্যাগ!-->!-->!-->…