Browsing Category
BHARAT
এখন মেচতো জয় বা পৰাজয় নোহোৱা বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ; জানো আহক সবিশেষ….
ভাৰতীয় ক্ৰিকেট দলৰ বহু খেলুৱৈয়ে গঢ়িছে অনন্য অভিলেখ। বিশ্ব ক্ৰিকেটত ভাৰতীয় ক্ৰিকেটাৰে গঢ়া এনে বহু অভিলেখ আছে যিবোৰ এতিয়ালৈকে ভংগ হোৱা নাই।
আজি আমি আপোনালোকক ভাৰতীয় দলৰ এজন বেটছমেনৰ বিষয়ে জনাম যিয়ে নিজৰ কেৰিয়াৰত কোনো এখন মেচত!-->!-->!-->…
বেকফুটত ‘ইণ্ডিয়া’! মমতাৰ দৰে পঞ্জাৱতো কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰাৰ ঘোষণা ভগৱন্ত মানৰ
বিজেপিক পৰাস্ত কৰি দেশৰ শাসনভাৰ দখল কৰাৰ সপোন দেখি থকা বিৰোধী মিত্ৰজোঁটৰ নেতা-কৰ্মীয়ে এটা দিনতে লাভ কৰিলে দুটাকৈ বেয়া খবৰ। মমতা বেনাৰ্জীৰ পিছত এইবাৰ পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানেও লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ সৈতে মিত্ৰতা নকৰে বুলি!-->…
সংকটত INDIA মিত্ৰজোঁট! লোকসভা নিৰ্বাচন অকলেই খেলিব মমতাই ISHAN NEWS…
লোকসভা নিৰ্বাচনৰ পূৰ্বে ভাঙিব পাৰে INDIA মিত্ৰজোঁট! নিৰ্বাচনলৈ মাজত কেইটামান মাহ থকা সময়তে বিৰোধী মৰ্চাত জোকাৰণি। সমাগত লোকসভা নিৰ্বাচনত পশ্চিমবংগত অকলেই প্ৰতিদ্বন্দ্বিতা কৰাৰ ঘোষণা কৰিছে মমতা বেনাৰ্জীয়ে। কংগ্ৰেছে টিএমচিৰ প্ৰস্তাৱ গ্ৰহণ!-->…
ৰাম মন্দিৰ নিৰ্মাণক লৈ ৫৭ খন মুছলমান দেশৰ ক্ষোভ!
ৰামলালাৰ প্ৰাণপ্ৰতিষ্ঠাৰ পাছতেই এতিয়া ৰামভক্তিত লীন দেশবাসী। অযোধ্যাৰ ৰাম মন্দিৰৰ স্থাপনক লৈ গৌৰাৱান্বিত সমগ্ৰ বিশ্ব। ইয়াৰ মাজতে ৰাম মন্দিৰ নিৰ্মাণক ভাৰতক সমালোচনা কৰিছে Organisation of Islamic Cooperation-এ। পাকিস্তানৰ পাছত এইবাৰ ৰাম!-->…
ৰাম মন্দিৰ শোভাযাত্ৰাৰ সময়ত হিংসা; অঞ্চলটোত চলিল বুলড’জাৰ ISHAN NEWS
উত্তৰ প্ৰদেশ, অসমৰ পিছত এইবাৰ মহাৰাষ্ট্ৰত উচ্ছেদৰ বাবে ব্যৱহাৰ কৰা হ’ল বুলড’জাৰ। ৰাজ্যখনৰ মুম্বাইৰ মীৰা ৰোড অঞ্চলত অবৈধভাৱে নিৰ্মাণ কৰা ঘৰ-দুৱাৰ আদি ভাঙি পেলোৱাৰ বাবে প্ৰশাসনে ব্যৱহাৰ কৰিছে বুলড’জাৰ।
সোমবাৰৰ পৰা অঞ্চলটোত উত্তেজনা বৃদ্ধি!-->!-->!-->…
ৰামলালাৰ প্ৰাণ প্ৰতিষ্ঠালৈ শুভেচ্ছা,অমিতাভক দেখি কিয় থমকি ৰৈ গ’ল মোদী? ISHAN NEWS…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ৰামলালাৰ মূৰ্তিত প্ৰাণ প্ৰতিষ্ঠা সম্পন্ন কৰা হয়। তেওঁ আছিল অনুষ্ঠানটোৰ মূল আয়োজক।মোহন ভাগত,যোগী আদিত্যনাথ আদিয়ে তেওঁক সহযোগ কৰিছিল। মন্দিৰ চৌহদত ১১ দিনীয়া উপবাস ভংগ কৰিলে প্ৰধানমন্ত্ৰীয়ে।ইয়াৰ!-->!-->!-->…
মিজোৰামত প্ৰৱেশ কৰা ম্যানমাৰৰ ১৮৪ গৰাকী সেনাক নিজ দেশলৈ প্ৰেৰণ
ম্যানমাৰৰ বিদ্ৰোহী সংগঠনৰ সন্মিলিত জোঁট ব্ৰাডাৰহুড এলায়েন্সৰ সৈতে যুদ্ধত তিষ্ঠিব নোৱাৰি সীমান্ত পাৰ হৈ মিজোৰামলৈ পলাই অহা জুণ্টা চৰকাৰৰ ১৮৪ গৰাকী সৈন্যক পুনৰ নিজ দেশলৈ উভতাই পঠিওৱা হৈছে।
মঙলবাৰে এজন অসম ৰাইফলছৰ বিষয়াই এই কথা জানিব দিয়ে।!-->!-->!-->…
ভাৰতৰে শত্ৰুতা ৰাষ্ট্ৰপতিৰ! প্ৰাণ গ’ল এটি ১৪ বছৰীয়া নিষ্পাপ শিশুৰ
ভাৰতৰ সৈতে চলি থকা বিবাদৰ মাজতে মালদ্বীপৰ পৰা আহিছে এক হৃদয় বিদাৰক খবৰ। এক গুৰুতৰ অভিযোগ উত্থাপন হৈছে মালদ্বীপৰ ৰাষ্ট্ৰপতিৰ বিৰুদ্ধে। অভিযোগ অনুসৰি ৰাষ্ট্ৰপতি মুইজ্জুৰ হঠকাৰীতাৰ বাবে এটা শিশুৰ মৃত্যু হৈছে।
মালদ্বীপৰ সংবাদ মাধ্যমে!-->!-->!-->…
তীব্ৰ বেগী ট্ৰাকৰ সংহাৰ! স্বামী-স্ত্ৰীসহ পাঁচগৰাকী লোকে হেৰুৱালে প্ৰাণ
মহাৰাষ্ট্ৰৰ নাগপুৰত সংঘটিত তিনিটা পৃথক পথ দুৰ্ঘটনাত ৫ জন লোকৰ মৃত্যু হৈছে। কামগৰ নগৰত প্ৰথমটো পথ দুৰ্ঘটনা সংঘটিত হয়, য’ত এহাল স্বামী-স্ত্ৰীৰ মৃত্যু হয়।
দ্বিতীয়টো পথ দুৰ্ঘটনা সংঘটিত হয় বিহিৰগাঁৱত, য’ত দুজন লোকৰ মৃত্যু হয়। আনহাতে,!-->!-->!-->…
মুম্বাইত বিদেশী নাগৰিকৰ পেটৰ পৰা ওলাল ৬ কোটি টকাৰ কোকেইন
মুম্বাইত ৰাজহ চোৰাংচোৱা সঞ্চালকালয় (ডি আৰ আই)ৰ দলে গ্ৰেপ্তাৰ কৰা এজন বিদেশী নাগৰিকৰ পেটৰ পৰা ওলাল কোকেইনভৰ্তি ৫৭টা কেপচুল। চিকিৎসকৰ এটা দলে অস্ত্ৰোপচাৰ কৰি উলিওৱা এই বৃহৎ পৰিমানৰ কোকেইনখিনিৰ মূল্য প্ৰায় ৬ কোটি টকা হ’ব বুলি অনুমান কৰা!-->…