ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

BHARAT

বাছ আৰু ট্ৰলীৰ ভয়াৱহ সংঘৰ্ষ; দুৰ্ঘটনাত থিতাতে মৃত্যু ৪ জন তীৰ্থযাত্ৰীৰ, ১৭ জন আহত

ৰাজস্থানৰ প্ৰতাপগড় জিলাত শনিবাৰে সংঘটিত হয় এক ভয়ংকৰ পথ দুৰ্ঘটনা। এখন বাছ আৰু ট্ৰলীৰ মাজত হোৱা সংঘৰ্ষত ৪ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১৭ জন লোক আহত হয়। আৰক্ষীয়ে জনোৱা মতে, বাছখনত থকা যাত্ৰীসকল এটা মন্দিৰত পূজা কৰিবলৈ গৈছিল।

হামাছক সমৰ্থন কৰা লোকসকল সন্ত্ৰাসবাদৰ সমৰ্থক : মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

বিগত এসপ্তাহৰ পৰা চলি থকা ইজৰাইল আৰু হামাছৰ যুদ্ধ সন্দৰ্ভত পুনৰ এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। ইজৰাইলৰ ওপৰত অতৰ্কিত আক্ৰমণ চলোৱা হামাছৰ সমৰ্থনত মন্তব্য কৰি অহা লোকসকলে প্ৰকৃতাৰ্থত সন্ত্ৰাসবাদক

বাংলাদেশ-ভাৰতৰ খেলৰ পূৰ্বে ডাঙৰ খবৰ; আঘাতৰ বাবে নেখেলিব পাৰে এইগৰাকী অধিনায়ক

শনিবাৰে আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত ভাৰত আৰু পাকিস্তানৰ মাজত অনুষ্ঠিত হৈ যায় বিশ্বকাপৰ দ্বাদশ সংখ্যক মেচ। এই মেচখনত ভাৰতে ৭ উইকেটত জয়লাভ কৰি চলিত বিশ্বকাপত জয়ৰ ধাৰাবাহিকতা অক্ষুন্ন ৰাখে। প্ৰথমে ভাৰতীয় বলাৰৰ নিয়ন্ত্ৰিত তথা

উছেইন ব’ল্টে চাব ভাৰত-পাকিস্তানৰ মেচ; কোহলীক টেগ কৰি ধেমেলীয়া টুইট

আজি বিশ্বকাপত মুখামুখি হ’ব ভাৰত-পাকিস্তান। কেৱল ভাৰত আৰু পাকিস্তানৰ অনুৰাগীয়েই নহয়, আজিৰ মেচখন উপভোগ কৰিবলৈ অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছে সমগ্ৰ বিশ্বৰ ক্ৰিকেট অনুৰাগী। ভাৰত-পাকিস্তানৰ মেচৰ পূৰ্বে বিশ্বৰ অন্যতম বেগী দৌৰবিদ উছেইন ব’ল্টৰ

চাৰিটা স্থান পিছুৱাই ক্ষুধাৰ্ত দেশৰ তালিকাত ১১১ নম্বৰত ভাৰত

গ্লোবেল হাংগাৰ ইণ্ডেক্স ২০২৩-ত আৰু অধিক তললৈ নামিল ভাৰত। বৃহস্পতিবাৰে প্ৰকাশিত গ্লোবেল হাংগাৰ ইণ্ডেক্সৰ নতুন তালিকাত ১২৫খন দেশৰ ভিতৰত ১১১ নম্বৰ স্থান লাভ কৰিছে বিশ্বৰ তৃতীয় বৃহত্তম অৰ্থনীতিৰ দেশ ভাৰতে। ২০২২ চনৰ সমীক্ষাত ১২১খন দেশৰ

পেলেষ্টাইনত বসবাস কৰা ভাৰতীয়ৰ বাবে জৰুৰীকালীন নম্বৰ জাৰি

ইজৰাইলৰ ওপৰত পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছে ৰকেট আক্ৰমণৰ পিছত আৰম্ভ হোৱা যুদ্ধৰ মাজতে ভাৰতীয়সকলৰ বাবে জাৰি কৰা হৈছে হেল্পলাইন নম্বৰ। পেলেষ্টাইনস্থিত ভাৰতৰ প্ৰতিনিধি কাৰ্যালয়ে বুধবাৰে (১১ অক্টোবৰ) কয় যে নিৰাপত্তাজনিত কাৰণৰ প্ৰতি

ৰাষ্ট্ৰীয় স্বাৰ্থ ত্যাগ কৰাটো কংগ্ৰেছৰ DNA-ত আছে : কিয় হিমন্ত বিশ্ব শৰ্মাই ক’লে এইদৰে?

মধ্য প্ৰাচ্যত এতিয়া যুদ্ধৰ বিভীষিকাময় পৰিৱেশ। পেলেষ্টাইনী সন্ত্ৰাসবাদী গোট হামাছ আৰু ইজৰাইলৰ মাজত চলি থকা ভয়ংকৰ যুদ্ধত এতিয়া দিশহাৰা সাধাৰণ লোক। ইজৰাইল-পেলেষ্টাইনৰ ভূমিত এতিয়া কেৱল মৃতদেহৰ দ’ম। দুয়ো পক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত মৃত্যু

গিল সুস্থ হৈ নুঠিলে কোনে বিশ্বকাপ দলত পাব সুযোগ? BCCI-এ ল’ব পাৰে ডাঙৰ সিদ্ধান্ত

ডেংগু ৰোগত আক্ৰান্ত হৈ বিশ্বকাপৰ প্ৰথম মেচখনৰ পৰা আঁতৰি থাকিবলগীয়া হোৱা ভাৰতৰ অ’পেনিং বেটছমেন শুভমন গিল এতিয়া আফগানিস্তানৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনৰ পৰাও বাহিৰ হৈছে। গিলৰ প্লেটলেটৰ সংখ্যা কমি যোৱাৰ বাবে চেন্নাইৰ এখন চিকিৎসালয়ত ভৰ্তি

পুনৰ এনকাউণ্টাৰ; নিৰাপত্তাৰক্ষীৰ হাতত নিহত লস্কৰ-ই-তৈবাৰ ২ দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী

জম্মু-কাশ্মীৰৰ শ্বোপিয়ান জিলাৰ আলশ্বিপোৰা অঞ্চলত মঙলবাৰে পুৱা নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত সংঘটিত হোৱা এক এনকাউণ্টাৰত দুজন সন্ত্ৰাসবাদী নিহত হয়। এই তথ্য সদৰি কৰে আৰক্ষীয়ে। নিৰাপত্তাৰক্ষীৰ গুলীত নিহত হোৱা উগ্ৰপন্থী সদস্য

যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰ ইণ্ডিয়াই ১৪ অক্টোবৰলৈ বাতিল কৰিলে সকলো বিমান

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে এয়াৰ ইণ্ডিয়াই ইজৰাইলৰ পৰা বিমান সেৱা বাতিল কৰিছে। এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই কয় যে আমাৰ যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষাৰ বাবে ইজৰাইলৰ টেল আভিভৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান ১৪ অক্টোবৰলৈকে বন্ধ