ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

BHARAT

দিল্লী অভিমুখে উৰা মৰা ইণ্ডিগ’ বিমানত যাত্ৰীৰ মৃত্যু

ইণ্ডিগ'ৰ জবলপুৰ-নতুন দিল্লী বিমানত সংঘটিত হৈছে যাত্ৰী মৃত্যুৰ ঘটনা। জবলপুৰৰ পৰা দিল্লী অভিমুখে ৰাওনা হোৱা বিমানখনে উৰা মৰাৰ কিছু সময় পাছতেই এগৰাকী যাত্ৰীৰ মৃত্যু হয়। যাত্ৰীগৰাকীয়ে মৃত্যুক আকোৱালি লোৱাত বিমানখন পুনৰ জবলপুৰতেই অৱতৰণ

অনন্তনাগত সেনাৰ বৃহৎ সফলতা; উজাইৰ খানকে ধৰি দুই সন্ত্ৰাসবাদী নিহত

দক্ষিণ কাশ্মীৰৰ অনন্তনাগত যোৱা বুধবাৰৰ পৰা অব্যাহত থকা এনকাউণ্টাৰৰ আজি অন্ত পৰে। মঙলবাৰে জিলাখনৰ কোকেৰনাগৰ গাদুলৰ ঘন জংঘল আৰু পাহাৰীয়া অঞ্চলত নিৰাপত্তাৰক্ষীয়ে দুজন সন্ত্ৰাসবাদীক গুলীয়াই হত্যা কৰাৰ পিছতে এই অভিযানৰ সামৰণি পৰে। অৱশ্যে

অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; এইগৰাকী তাৰকাৰ প্ৰত্যাৱৰ্তন

২২ ছেপ্টেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। শৃংখলাৰ প্ৰথম দুখন মেচৰ বাবে বিৰাট কোহলী আৰু অধিনায়ক ৰোহিত শৰ্মাক বিশ্ৰাম দিয়া হৈছে। প্ৰথম দুখন মেচৰ বাবে দলটোৰ নেতৃত্ব কে এল ৰাহুলৰ

ইণ্ডিয়া মিত্ৰজোঁটত মোক্ষম আঘাত! কেৰালা, বংগত CPI-Mৰ মিত্ৰতা অস্বীকাৰ

২০২৪ চনৰ লোকসভা নিৰ্বাচনত বিজেপিক ৰোধ কৰিবলৈ গঠন হোৱা ‘ইণ্ডিয়া’ মিত্ৰজোঁটত লাগিল অথন্তৰ। ‘ইণ্ডিয়া’ মিত্ৰজোঁটক একাষৰীয়া কৰি পশ্চিমবংগ আৰু কেৰালাত নিৰ্বাচনত অকলেই অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত চি পি আই-এমৰ। দুয়োখন ৰাজ্যতে ইয়াৰ মূল

শৰৎ, শেৱালী আৰু কঁহুৱাৰ শুভ্ৰতা বোকাচাত বান্ধি পদূলিমুখত আহিন…!

“আহিন যদি আহিল আজিহাঁহি নাহিল কিয় ,প্ৰেম যদি আহিল আজিকিয় নাহিল প্ৰিয়…” আহিন মানেই শেৱালী, তগৰৰ সুগন্ধিৰে ভৰপূৰ পুৱা-গধুলীৰ সুৱাস । আহিন মানেই শেৱালী ফুলৰ শুভ্ৰতাৰে মুখৰিত নিয়ৰসিক্ত পুৱা । আহিন মানেই কৃষকৰ মুখৰ এটি প্ৰস্ফূটিত হাঁহি ।

পুনৰ অশান্ত মণিপুৰ; অপহৰণ কৰি নি সেনা জোৱানক নৃশংসভাৱে হত্যা

হিংসাজৰ্জৰ মণিপুৰৰ পৰা আহিছে আন এক নিষ্ঠুৰতাৰ ঘটনা। এইবাৰ মণিপুৰত এজন সেনা জোৱানক নৃশংসভাৱে হত্যা কৰাৰ তথ্য পোহৰলৈ আহিছে। জানিব পৰা অনুসৰি, বন্দুকধাৰী এটা দলে জোৱানজনক প্ৰথমে ঘৰৰ পৰা অপহৰণ কৰি নিয়ে আৰু তাৰ পিছত হত্যা কৰে। আৰক্ষীৰ

শিৱ মন্দিৰত নামাজ পঢ়াৰ অভিযোগত মাতৃ-কন্যাক গ্ৰেপ্তাৰ

উত্তৰ প্ৰদেশৰ বৰেলী জিলাৰ আৰক্ষীয়ে এটা পুৰণি শিৱ মন্দিৰত নামাজ পঢ়াৰ অভিযোগত এগৰাকী মুছলমান মহিলা আৰু তেওঁৰ কন্যাক গ্ৰেপ্তাৰ কৰে। ভুটা আৰক্ষীয়ে কেশৰপুৰ গাঁওস্থিত মন্দিৰত নামাজ পঢ়িবলৈ প্ৰেৰণা দিয়াৰ অভিযোগত এজন মৌলৱীকো গ্ৰেপ্তাৰ কৰে।

ভাৰতীয় বলাৰৰ বিধ্বংসী বলিঙত বিধ্বস্ত শ্ৰীলংকা; অষ্টমবাৰলৈ এছিয়া কাপ দখল ভাৰতৰ

ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজৰ বিধ্বংসী বলিঙৰ সহায়ত অষ্টমবাৰৰ বাবে ভাৰতে দখল কৰিলে এছিয়া কাপৰ ট্ৰফী। এছিয়া কাপ ক্ৰিকেট ইতিহাসত ভাৰতৰ এয়া বৃহৎ জয়। কলম্বোৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেল মেচখনত ঘৰুৱা দল শ্ৰীলংকাক ১০ উইকেটত

বিতৰ্কত পোছাকৰ পদুম ফুল ?সংসদৰ বিশেষ অধিবেশনত সংসদ ভৱনৰ কৰ্মচাৰীৰ নতুন পোছাকক লৈ ৰাজনীতি

সংসদৰ বিশেষ অধিৱেশনত, সংসদৰ কৰ্মচাৰীসকলে পিন্ধিবলগীয়া নতুন পোছাকক লৈ দেশজুৰি সৃষ্টি বিতৰ্কৰ।নতুন পোছাক কেনেকুৱা হ’ব ? লোকসভা সচিবালয়ে আভ্যন্তৰীণ বিজ্ঞপ্তিৰ জৰিয়তে সংসদৰ কৰ্মচাৰী সকলক নতুনকৈ ডিজাইন কৰা পোছাক পৰিধান কৰাৰ নিৰ্দেশ দিয়ে ।

ভাৰত পাকিস্তানৰ মেছত শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে বিৰাট কোহলীয়ে ।

ক্রিকেট বিশ্বত সোমবাৰে আন এক ইতিহাস ৰচনা কৰে বিৰাট কোহলীয়ে । ক্রিকেটৰ ৰজা 'কিং কোহলী' য়ে এদিনীয়া ক্ৰিকেটত ১৩,০০০ ৰাণৰ সীমা অতিক্ৰম কৰি ক্রিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে । বিৰাট কোহলীয়ে মাত্ৰ ২৬৭ টা ইনিংছত এই সংখ্যা অতিক্ৰম