Browsing Category
BHARAT
নীট পৰীক্ষাৰ বিতৰ্ক; উচ্চস্তৰীয় সমিতি গঠন কেন্দ্ৰৰ
মেডিকেল কলেজৰ শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা নীটৰ কেলেংকাৰীক লৈ দেশজুৰি চলি থকা বিবাদৰ মাজতে শনিবাৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এন টি এ)ই আয়োজন কৰা পৰীক্ষাসমূহ যাতে সুকলমে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে এখন!-->…
মক্কাৰ গৰমত ৯৮ গৰাকী ভাৰতীয় হজ যাত্ৰীৰ মৃত্যু; মুঠ সংখ্যা ১০০০ৰো অধিক
ছৌদি আৰৱত হজ যাত্ৰাৰ সময়তে অব্যাহত থকা প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে এইপৰ্যন্ত ভাৰতৰ পৰা যোৱা কমেও ৯৮ গৰাকী হজ যাত্ৰীৰ মৃত্যু ঘটিছে। এই সকলোবোৰ লোকৰ মৃত্যুৰ কাৰণ প্ৰাকৃতিক।
খবৰ অনুসৰি, শেহতীয়াকৈ বেংগালুৰুৰ দুজন হজ যাত্ৰীৰ মৃত্যু ঘটিছে।!-->!-->!-->…
নীটৰ কেলেংকাৰিত নাম সাঙোৰ তেজস্বী যাদৱৰ! উপ-মুখ্যমন্ত্ৰী বিজয় সিনহাৰ ডাঙৰ দাবী..
মেডিকেল কলেজৰ শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা নীটৰ কেলেংকাৰীক লৈ দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে এইবাৰ এই কেলেংকাৰfত নাম সাঙোৰ খাইছে আৰ জে ডি নেতা তেজস্বী যাদৱৰ।
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল তথা কেলেংকাৰিৰ সৈতে তেজস্বী যাদৱৰ সহায়ক জড়িত!-->!-->!-->…
MSP সন্দৰ্ভত মোদী চৰকাৰৰ কেবিনেটে ল’লে ডাঙৰ সিদ্ধান্ত
আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা কেন্দ্ৰীয় কেবিনেটত কৃষকৰ বাবে ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে। মোদীৰ তৃতীয় কাৰ্যকালৰ দ্বিতীয়খন কেবিনেটত ১৪ বিধ খাৰিফ শস্যৰ নূন্যতম সমৰ্থন মূল্য (এম এছ পি)ত অনুমোদন জনায়। এই!-->…
তিহাৰ জেইলতে থাকিব লাগিব অৰবিন্দ কেজৰিৱাল; বৃদ্ধি ন্যায়িক জিম্মা
দিল্লীৰ ৰাউজ এভিনিউ আদালতে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ ন্যায়িক জিম্মা ৩ জুলাইলৈ বৃদ্ধি কৰিছে। ইয়াৰ সমান্তৰালকৈ সুৰা কেলেংকাৰী গোচৰৰ অন্যতম অভিযুক্ত বিনোদ চৌহানৰ জিম্মাও বৃদ্ধি কৰা হৈছে।
জিম্মাৰ সময়সীমা শেষ হোৱাৰ পিছত বুধবাৰে!-->!-->!-->…
নিৰাপত্তাৰক্ষীৰ বৃহৎ সফলতা; ৮ জন মাওবাদী নিহত, এজন জোৱান শ্বহীদ
ছত্তীশগড়ৰ নাৰায়ণপুৰত মাওবাদীৰ বিৰুদ্ধে নিৰাপত্তা বাহিনীৰ বৃহৎ সফলতা। নিৰাপত্তাৰক্ষীৰে হোৱা ভয়ংকৰ সংঘৰ্ষত নিহত হৈছে ৮ জন মাওবাদী। আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত এজন জোৱান শ্বহীদ হোৱাৰ লগতে আন দুজন নিৰাপত্তাৰক্ষী আহত হয়।
ৰায়পুৰৰ!-->!-->!-->…
ছিকিমত প্ৰকৃতিৰ ৰুদ্ৰৰূপ! ধাৰাসাৰ বৰষুণ-ভূমিস্খলনৰ ফলত ৯ জনৰ মৃত্যু, ১২০০ ৰো অধিক পৰ্যটক আৱদ্ধ
প্ৰাকৃতিক বিপৰ্যৰ সন্মুখীন হৈছে ছিকিম। ৰাজ্যখনৰ মাংগন জিলাত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত প্ৰান্তে প্ৰান্তে সংঘটিত ভূমিস্খলনৰ ফলত ১৫ গৰাকী বিদেশী নাগৰিকসহ ১২০০ ৰো অধিক পৰ্যটক আৱদ্ধ হৈ পৰিছে। শুকুৰবাৰে এগৰাকী জ্যেষ্ঠ বিষয়াই এই তথ্য প্ৰদান কৰে।
!-->!-->…
৩০০ কোটি টকাৰ সম্পত্তিৰ লালসাত শহুৰেকৰ সৈতে ভয়ংকৰ কাণ্ড বোৱাৰীৰ
নাগপুৰত এগৰাকী ৮২ বছৰীয়া লোকৰ মৃত্যুৰ তদন্তত বোৱাৰীয়ে ৩০০ কোটি টকাৰ পাৰিবাৰিক সম্পত্তিৰ বাবে ৰচনা কৰা এক ভয়ানক হত্যাৰ ষড়যন্ত্ৰৰ কথা উন্মোচন হৈছে।
গাড়ীৰ খুন্দাত মৃত্যু হোৱাৰ এপষেকৰ পিছত অৰ্থাত যোৱা সপ্তাহত চহৰ পৰিকল্পনা বিভাগৰ!-->!-->!-->…
৪ শতাংশ বৃদ্ধি মৰগীয়া বানচ; চৰকাৰী কৰ্মচাৰীক সুখবৰ দিলে এইখন ৰাজ্যই
মঙলবাৰে পশ্চিম বংগৰ মমতা বেনাৰ্জী নেতৃত্বাধীন চৰকাৰে ৰাজ্যৰ চৰকাৰী কৰ্মচাৰীসকলক দিলে এক ভাল খবৰ। ৰাজ্য চৰকাৰে এক অধিসূচনা জাৰি কৰি চৰকাৰী কৰ্মচাৰীৰ মৰগীয়া বানচ ৪ শতাংশ বৃদ্ধি কৰিছে।
এই সিদ্ধান্ত ২০২৪ চনৰ ১ এপ্ৰিলৰ পৰা কাৰ্যকৰী হ’ব।!-->!-->!-->…
মোদীৰ শপত গ্ৰহণৰ মাজতে ভয়ংকৰ ঘটনা। সন্ত্ৰাসবাদীৰ আক্ৰমণত ১০ জন তীৰ্থযাত্ৰী নিহত। কেনেকৈ আক্ৰমণ…
মোদীৰ শপতগ্ৰহণৰ দিনাই ভয়ংকৰ ঘটনা। সন্ত্ৰাসবাদীৰ আক্ৰমণত ১০ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩৩ গৰাকী তীৰ্থযাত্ৰী। জম্মু-কাশ্মীৰত ৰিয়াছি জিলাৰ এটা মন্দিৰলৈ বাছেৰে উভতি আহিছিল তীৰ্থযাত্ৰীসকল। উভতি অহাৰ পথত উগ্ৰপন্থীয়ে!-->…