ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

BHARAT

সাৱধান !এই কেইটা নিয়ম অমান্য নকৰিব।

ৰাজ্যৰ লাখ লাখ শিক্ষকলৈ ডাঙৰ নিৰ্দেশনা।শিক্ষাসেতু এপক লৈ এই নিৰ্দেশনা শিক্ষা বিভাগৰ!শিক্ষকসকল আৰু কৰ্মচাৰী সকলৰ উপস্থিতিক লৈ দিয়া হৈছে নতুন নিৰ্দেশনা।বিদ্যালয়লৈ অহা আৰু যোৱাৰ সময় আপলোড কৰিব লাগিব শিক্ষাসেতু এপত ।শিক্ষক,কৰ্মচাৰী সকলোৰে

কিয় অধ্যক্ষ পদৰ বাবে আকোৰগোঁজ টিডিপি; জানো আহক ইয়াৰ আঁৰৰ কাহিনী

শুকুৰবাৰে অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি আজি নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অৱশ্যে এতিয়াও সাংসদসকলৰ মাজত বিতৰণ কৰা হোৱা নাই ৰে’লৱে, প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা,

৩৬ বছৰ বয়স, তিনিবাৰৰ সাংসদ… মোদী মন্ত্ৰীসভাৰ সৰ্বকনিষ্ঠ মন্ত্ৰী ৰাম মোহন নাইডু!

আজি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। সন্ধিয়া হ’বলগীয়া শপত গ্ৰহণ অনুষ্ঠানত মোদীৰ লগতে তেওঁৰ মন্ত্ৰীসভাত কোন সাংসদে মন্ত্ৰীৰূপে শপত ল’ব তাক লৈ চলিছে এতিয়া ব্যাপক চৰ্চা। বিজেপিৰ লগতে তেওঁলোকৰ সহযোগী দলসমূহৰ

সৰ্বানন্দ সোণাৱাল, পীয়ুষ গোৱেল, মাঝি….. কোন কোন সাংসদলৈ আহিল ফোন?

নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণৰ পূৰ্বে বিজেপিৰ সহযোগী দলসমূহৰ সাংসদসকলক মন্ত্ৰী পদ দিয়াৰ বাবে যোগাযোগ আৰম্ভ কৰিছে। টিডিপি, এলজেপি (আৰ) আৰু জেডিইউৰ দৰে দলৰ সাংসদলৈ মন্ত্ৰী পদৰ বাবে ফোন আহিছে বুলি জানিব পৰা গৈছে। টিডিপিৰ সাংসদ ড০ চন্দ্ৰশেখৰ

মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত থাকিব মুইজজু; আৰু কোন কোন দেশৰ মুৰব্বী থাকিব উপস্থিত?

লোকসভা নিৰ্বাচনত বিজেপি মিত্ৰজোঁটে ২৯২ খন আসনত জয় লাভ কৰি তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল’ব নৰেন্দ্ৰ মোদীয়ে। ৯ জুন অৰ্থাত দেওবাৰে সন্ধিয়া নৰেন্দ্ৰ মোদী আৰু তেওঁৰ চৰকাৰৰ মন্ত্ৰী পৰিষদে শপত ল’ব। শুকুৰবাৰে অনুষ্ঠিত হোৱা এন ডি এৰ

মণিপুৰত পুনৰ হিংসা; দুখন জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি

মণিপুৰৰ জিৰিবাম আৰু তামেংলং জিলাত অনিৰ্দিষ্টকালীন সান্ধ্য আইন জাৰি কৰা হৈছে। এজন ব্যক্তিৰ হত্যাৰ বিৰুদ্ধে স্থানীয় লোকসকলে সাব্যস্ত কৰা প্ৰতিবাদৰ পিছতে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি শুকুৰবাৰে স্থানীয় কৰ্তৃপক্ষই কয়। আৰক্ষী বিষয়াই জনোৱা

নৰেন্দ্ৰ মোদী-অমিত শ্বাহৰ বিৰুদ্ধে JPC তদন্তৰ দাবী ৰাহুল গান্ধীৰ  

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰীৰূপে শপত ল’বলগীয়া নৰেন্দ্ৰ মোদী আৰু বিজেপিৰ জ্যেষ্ঠ নেতা অমিত শ্বাহৰ বিৰুদ্ধে যুটীয়া সংসদীয় সমিতি (JPC)ৰ তদন্তৰ দাবী জনাইছে নৱনিৰ্বাচিত কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীয়ে। ৰাহুল গান্ধীয়ে অভিযোগ কৰিছে যে

ক্ৰিকেটৰ পিছত ৰাজনৈতিক ফিল্ডত ইউছুফ পাঠানৰ দপদপনি! পিছ পৰিল কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰী 

প্ৰথমবাৰৰ বাবে ৰাজনৈতিক ৰণত নামিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন ক্ৰিকেটাৰ ইউছুফ পাঠান। পশ্চিমবংগৰ বহৰমপুৰ লোকসভা সমষ্টিৰ পৰা তৃণমূল কংগ্ৰেছৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াইছে পাঠানে। এই সমষ্টিটোত পাঠানৰ মূল প্ৰতিদ্বন্দ্বী হৈছে কংগ্ৰেছৰ অধীৰ

অপৰাধীৰ পুত্ৰ আৰু ডিব্ৰুগড় জে’লত বন্দী খালিস্তানী সমৰ্থক অমৃতপালৰ বৃহৎ অগ্ৰগতি

লোকসভা নিৰ্বাচনৰ ভোট গণনাৰ মাজতে পঞ্জাৱৰ পৰা আহিছে এক আশ্বৰ্যকৰ খবৰ। ৰাজ্যখনৰ দুটাকৈ সমষ্টিৰ শেহতীয়া ফলাফলে তীব্ৰ চৰ্চাৰ কাৰণ হৈ পৰিছে ৰাজনৈতিক মহলত। সমষ্টি দুটা হৈছে ফৰীদকোট আৰু খুডুৰ চাহিব। দুয়োটা সমষ্টিতে কংগ্ৰেছ, আম আদমি পাৰ্টীৰ

লোকসভা নিৰ্বাচন ২০২৪ : অসমৰ চাৰিটা সমষ্টিত কংগ্ৰেছৰ বৃহৎ অগ্ৰগতি

সাতটা পৰ্যায়ত অনুষ্ঠিত হৈ যোৱা লোকসভা নিৰ্বাচনৰ ফলাফল আজি ঘোষণা কৰিব ভাৰতৰ নিৰ্বাচন আয়োগৰ। পুৱা ৮ বজাৰ পৰা চলি আছে দেশৰ সকলো সমষ্টিৰ ভোট গণনা। দেশৰ আন প্ৰান্তৰ লগতে অসমৰ ১৪টা সমষ্টিৰ ভোট গণনা যথেষ্ট আকৰ্ষণীয় পৰ্যায়ত উপনীত হৈছে।