Browsing Category
BHARAT
নিৰ্বাচন শেষ! বাঢ়িল টোল টেক্স। বাহনখন ৰাজপথলৈ ওলাই নিলেই ভৰিব লাগিব অধিক ধন
নিৰ্বাচন শেষ! কাইলৈ অৰ্থাত্ ৪ জুনত প্ৰকাশ পাব নিৰ্বাচনী ফলাফল। নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পূৰ্বে ৰাইজৰ ওপৰত মাধমাৰ। ৩ৰ পৰা ৫ শতাংশ পৰ্যন্ত বাঢ়িল টোলগে’টৰ মাছুল। বাহনখন ৰাজপথলৈ ওলাই নিলেই এতিয়াৰে অধিক ধন ভৰিব লাগিব জনতাই।
ৰাষ্ট্ৰীয়!-->!-->!-->…
বিশ্বকাপত বিৰাট কোহলীক এক বিশেষ ৰূপত চাব বিচাৰিছে গাংগুলীয়ে; পূৰণ হ’বনে ‘দাদা’ৰ ইচ্ছা?
২০২৪ চনৰ টি-২০ বিশ্বকাপ খেলিবলৈ আমেৰিকাৰ নিউয়ৰ্কত উপস্থিত হৈছে বিৰাট কোহলী। অৱশ্যে আজি বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া অনুশীলন মেচখনত তেওঁ অংশ ল’ব নে নাই সেই কথা এতিয়াও নিশ্চিত হোৱা নাই।
উল্লেখ্য যে, গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখনৰ!-->!-->!-->…
৭২টকাকৈ কমিল ৰন্ধন গেছৰ দাম। অসমৰ কোন জিলাত LPG-ৰ কিমান দাম?
নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে গ্ৰাহকলৈ সকাহ। পহিলা জুনতে হ্ৰাস পালে ৰন্ধন গেছৰ দাম। ৭২ টকা পৰ্যন্ত হ্ৰাস হ’ল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। দিল্লীত ১৯ কিঃগ্ৰাঃ চিলিণ্ডাৰৰ দাম ৬৯.৫০ টকা , কলকাতাত ৭২ টকা, মুম্বাইত ৬৯.৫০ টকা আৰু চেন্নাইত ৭০.৫০!-->…
নিৰ্বাচনী কৰ্তব্যলৈ যোৱা ৯ জন লোকৰ মৃত্যু, কেইবাজনৰো অৱস্থা সংকটজনক
শুকুৰবাৰে উত্তৰ প্ৰদেশৰ মিৰ্জাপুৰ জিলাত নিৰ্বাচনী কৰ্তব্যৰত ৯ জন কৰ্মচাৰীৰ মৃত্যু হয়। তীব্ৰ গৰম আৰু হিট ৱেভৰ বাবে নিৰ্বাচনী কৰ্তব্যত থকা ৬ গৰাকী হোমগাৰ্ড, এগৰাকী স্বাস্থ্য বিভাগৰ কৰ্মচাৰী, এগৰাকী কনচলিডেচন অফিচাৰ আৰু ১ গৰাকী স্বাস্থ্য!-->…
গেৰুৱা বস্ত্ৰ, হাতত ৰুদ্ৰাক্ষৰ মালা আৰু কপালত তিলক…… ধ্যানত মগ্ন প্ৰধানমন্ত্ৰীৰ কেইখনমান…
গেৰুৱা বস্ত্ৰ, হাতত ৰুদ্ৰাক্ষ মালা আৰু কপালত তিলক... বিখ্যাত বিবেকানন্দ ৰক মেম’ৰিয়েলত ৪৫ ঘণ্টীয়া দীঘলীয়া ধ্যান-ধাৰণাৰ সময়ত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কিছু ছবি পোহৰলৈ আহিছে।
বৃহস্পতিবাৰৰ পৰা প্ৰধানমন্ত্ৰী মোদীয়ে ধ্যান-ধাৰণা আৰম্ভ!-->!-->!-->…
৩০০০ অশ্লীল ভিডিঅ’ত জড়িত যৌন কেলেংকাৰী গোচৰৰ অভিযুক্ত নিলম্বিত সাংসদ প্ৰজ্বল ৰেভান্নাক গ্ৰেপ্তাৰ।
অৱশেষত গ্ৰেপ্তাৰ হ’ল যৌন কেলেংকাৰী গোচৰত অভিযুক্ত জেডিএছৰ নিলম্বিত সাংসদ প্ৰজ্বল ৰেভান্না। ৩৫ দিনৰ পিছত জাৰ্মানীৰ বাৰ্লিনৰ পৰা উভতি আহি মাজ নিশা ভাৰতৰ মাটিত ভৰি দিয়াৰ লগে লগে ৰেভান্নাক গ্ৰেপ্তাৰ কৰা হয়। যৌন কেলেংকাৰী ঘটনা পোহৰলৈ অহাৰ লগে!-->…
ধ্যানত বহিল প্ৰধানমন্ত্ৰী মোদী। ৪৫ ঘণ্টীয়া ধ্যানত কি কৰিব, কি খাব?
নিৰ্বাচনী ফলাফলৰ পূৰ্বে ধ্যানত বহিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ কালি সন্ধিয়া ৬ বাজি ৪৫ মিনিটত তামিলনাডুৰ বিখ্যাত বিবেকানন্দ ৰক মেম'ৰিয়েলত ৪৫ ঘণ্টীয়া ধ্যান আৰম্ভ কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। স্বামী বিবেকানন্দই বহি ধ্যান কৰা শিলাস্মাৰকতে!-->…
ৰেমালৰ প্ৰভাৱ! ভূমিস্খলনৰ ফলত ১৫ জন লোকৰ মৃত্যু; এতিয়াও আৱদ্ধ বহু লোক
মঙলবাৰে মিজোৰামৰ ৰাজধানী আইজলৰ একাধিক স্থানত হোৱা ভূমিস্খলনত অতি কমেও ১৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। এটা শিলৰ কুৱেৰী ভাঙি পৰাৰ ফলত একেলগে ১১ জন লোকৰ মৃত্যু হয়।
তথ্য অনুসৰি ‘ৰেমাল’ ঘূৰ্ণীবতাহৰ ফলত হোৱা ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত!-->!-->!-->…
বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ সৈতে আমেৰিকালৈ ৰাওনা নহ’ল বিৰাট কোহলী!
অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় দলটোৰ একাংশ সদস্য শনিবাৰে আমেৰিকালৈ ৰাওনা হয়। মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, অধিনায়ক ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহকে ধৰি আন কেইবাগৰাকীও ক্ৰিকেটাৰক আমেৰিকালৈ ৰাওনা হোৱা দেখা!-->…
ধাবাৰ সন্মুখত ৰৈ থকা বাছক প্ৰচণ্ড খুন্দা ডাম্পাৰৰ; ১১ গৰাকী ভক্তৰ মৃত্যু, ২৫ আহত
উত্তৰ প্ৰদেশৰ শ্বাহজাহাপুৰত শনিবাৰে গভীৰ নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০ জন লোক গুৰুতৰভাৱে আহত হয়।
পথ দুৰ্ঘটনাৰ বলি হোৱা এই আটাইকেইজন সীতাপুৰ জিলাৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে।
খবৰ অনুসৰি,!-->!-->!-->!-->!-->…