ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

BHARAT

হাস্পতালত ভয়ংকৰ জুই। জন্মৰ পিছতে চকু মুদিলে ৭ টি দেৱশিশুৱে

নিয়তিৰ নিষ্ঠুৰ পৰিহাস! জন্মৰ পিছতে চকু মুদিলে ৭ টি দেৱশিশুৱে। হাস্পতালত সংঘটিত অগ্নিকাণ্ডত প্ৰাণ হেৰুৱালে নৱজাতককেইটিয়ে। দিল্লীৰ বিবেক বিহাৰ অঞ্চলৰ বেবী কেয়াৰ হাস্পতালত নিশা এই ঘটনা। অগ্নিকাণ্ডৰ সময়ত ১২ টা শিশুক উদ্ধাৰ কৰা হৈছিল।

ৰাষ্ট্ৰীয় ঘাইপথত শিহৰণকাৰী পথ দুৰ্ঘটনা; ৪ জন লোকৰ মৃত্যু, ৩ জন আহত

জম্মু-কাশ্মীৰৰ কুলগাম জিলাত শনিবাৰে এক বিলাসী বাহন পথ দুৰ্ঘটনাত পতিত হোৱাৰ খবৰ আহিছে। এই দুৰ্ঘটনাত চাৰিজন যাত্ৰীৰ মৃত্যু হোৱাৰ বিপৰীতে তিনিজন লোক গুৰুতৰভাৱে আহত হয়। দুৰ্ঘটনাৰ খবৰ লাভ কৰাৰ লগে লগে ঘটনাস্থলত আৰক্ষী উপস্থিত হৈ আটাইকেইজন

প্ৰচণ্ড তাপদহনত অতিষ্ঠ জনসাধাৰণ; ১৫ জনে সাৱটিলে মৃত্যুক

বিগত ১০ দিন ধৰি দেশত অব্যাহত আছে প্ৰচণ্ড গৰম। দেশৰ বহু ৰাজ্যত তাপমাত্ৰা ৪৯ ডিগ্ৰী চেলছিয়াছ অতিক্ৰম কৰিছে। উকট গৰমৰ ফলতেই ৰাজস্থানত প্ৰাণ হেৰুৱাইছে ৯ জন লোকে। বালোতৰা আৰু জালৌৰ জিলাত চাৰিজনকৈ আৰু জয়ছলমেৰত এজনকৈ লোকে প্ৰাণ হেৰুৱাইছে।

ভয়ংকৰ দুৰ্ঘটনাত পতিত বৈষ্ণো দেৱী দৰ্শন কৰিবলৈ যোৱা ভক্তৰ বাহন; ৭ জনৰ মৃত্যু, ২০ ৰো অধিক আহত

শুকুৰবাৰে পুৱা দিল্লী-জম্মু ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত একেটা পৰিয়ালৰে সাতগৰাকী লোকৰ মৃত্যু হয়। এই ঘটনাত আন ২০ গৰাকী লোক আঘাতপ্ৰাপ্ত হোৱা বুলিও জানিব পৰা গৈছে। আজি ৰাতিপুৱা আম্বালাত সংঘটিত এই পথ দুৰ্ঘটনাটোত

দিল্লী উচ্চ ন্যায়ালয়ত পুনৰ মুখথেকেচা মনীষ চিছোদিয়াৰ

সুৰা কেলেংকাৰী গোচৰক লৈ ন্যায়ালয়ত পুনৰ মুখথেকেচা দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী তথা শিক্ষামন্ত্ৰী মনীষ চিছোদিয়াৰ। আম আদমী পাৰ্টিৰ নেতাৰ জামিন আবেদন নাকচ কৰিলে দিল্লী উচ্চ ন্যায়ালয়ে। ১৪ মে’ত সকলো পক্ষৰ যুক্তি শুনানি গ্ৰহণ কৰি উচ্চ

গৰমৰ বাবে ২৫ মে’লৈ বন্ধ কৰি দিয়া হ’ল স্কুল। ক’ত ক’ত বন্ধ থাকিব শিক্ষানুষ্ঠান…

ক’ত ক’ত বন্ধ থাকিব শিক্ষানুষ্ঠান... দেশৰ বিভিন্ন প্ৰান্তত দহিছে উৎকট গৰমে। কোনো কোনো ৰাজ্যত গৰমে ৪৬ ডিগ্ৰী ছেলছিয়াছ তাপমাত্ৰা অতিক্ৰম কৰিছে। তীব্ৰ গ্ৰীষ্ম প্ৰবাহৰ বাবে বিদ্যালয় বন্ধৰ ঘোষণা প্ৰশাসনৰ। উত্তৰ প্ৰদেশৰ নয়দা আৰু

ভোটগ্ৰহণৰ পূৰ্বে কাশ্মীৰত সন্ত্ৰাসবাদীৰ আক্ৰমণ; বিজেপি নেতাৰ মৃত্যু, দুজন আহত

লোকসভা নিৰ্বাচনৰ ভোটদানৰ দুদিন পূৰ্বে শনিবাৰে জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদীয়ে সংঘটিত কৰে দুটাকৈ ভয়ংকৰ আক্ৰমণৰ ঘটনা। সন্ত্ৰাসবাদীৰ গুলীচালনাত প্ৰাক্তন গাঁও প্ৰধান তথা বিজেপি নেতা নিহত হোৱাৰ বিপৰীতে ৰাজস্থানৰ দম্পতী আহত হয়। দেশত ৭টা

‘কংগ্ৰেছৰ চৰকাৰ আহিলে ৰাম মন্দিৰত চলিব বুলডজাৰ’

কংগ্ৰেছৰ নেতৃত্বত চৰকাৰ গঠন হ'লে ৰাম মন্দিৰত চলিব বুলডজাৰ। এই মন্তব্য কৰিছে জ্যেষ্ঠ বিজেপি নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ কয় যে কংগ্ৰেছ আৰু SPৰ চৰকাৰ গঠন হ'লে আকৌ টেণ্টত থাকিব লাগিব ৰামলালা। ভোটবেংকৰ বাবে ৰাম মন্দিৰৰ ওপৰত

ক’ভাক্সিন লোৱাসকলো সুৰক্ষিত নহয়! ক’ভাক্সিন লোৱা লোকৰ দেহত দেখা দিছে এইসমূহ ৰোগ!

ক’ভিশ্বিল্ড ভেকচিনৰ পাৰ্শ্বক্ৰিয়া পোহৰলৈ অহাৰ পাছতেই ভাৰত বায়োটেকে ক'ভিড প্ৰতিৰোধী ভেকচিন ক'ভাক্সিন নিৰাপদ বুলি প্ৰকাশ কৰিছিল। শেহতীয়াকৈ এক গৱেষণাত ক'ভাক্সিনৰ পাৰ্শ্বক্ৰিয়াৰ তথ্য পোহৰলৈ আহিছে। ক’ভাক্সিন গ্ৰহণ কৰা লোকসকলৰ প্ৰায় এক

ভাৰতীয় ফুটবলৰ এটা যুগৰ অন্ত! অৱসৰ ঘোষণা ভাৰতীয় কিংবদন্তি ফুটবলাৰ সুনীল ছেত্ৰীৰ

ভাৰতীয় ফুটবলৰ এটা যুগৰ অন্ত পৰিল। আৱেগিকভৰা ভিডিঅ’ প’ষ্টৰ জৰিয়তে দুই দশকজোৰা বৰ্ণিল কেৰিয়াৰৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰিলে ভাৰতীয় ফুটবলৰ কিম্বদন্তী ছুনীল ছেত্ৰীয়ে। অহা ৬ জুনত কুৱেইটৰ বিৰুদ্ধে কলকাতাত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ