ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

HEALTH

ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিবলৈ মাল্টি ভিটামিন গ্ৰহণ কৰে নেকি?কি কি নিয়ম মানি নল’লে পৰিব…

প্ৰায়ে শৰীৰৰ পুষ্টিৰ বাবে মানুহে ভিটামিন আৰু বিভিন্ন ধৰণৰ চাপ্লিমেন্ট খোৱা দেখা যায়। চিকিৎসকৰ পৰামৰ্শ অবিহনে কোনো ভিটামিন আৰু চাপ্লিমেন্ট বন্ধ কৰিব লাগে বা একেলগে খাব নালাগে সেয়া জানি থওঁক। ১)মেগনেছিয়ামৰ সৈতে কেলচিয়াম বা

আমলখি, আঙুৰ খালেও হ’ব পাৰে বিপদ? কেতিয়া, ক’ত জানি থওঁক। ishan news

সুস্থ হৈ থাকিবলৈ ফল-মূল খোৱাটো অতি প্ৰয়োজন। যিকোনো ঋতুতে ফিট হৈ থাকিবলৈ ফল-মূল খাব লাগে। শীতকালত বিভিন্ন সংক্ৰমণৰ আশংকা বেছি। ইয়াৰ পৰা হাত সাৰিবলৈ ছাইট্ৰাছ জাতীয় ফল খোৱাটো গুৰুত্বপূৰ্ণ।ইয়াত ভিটামিন চি থাকে যিয়ে যিকোনো ধৰণৰ

জ্বৰ হ’লে মুখত হোৱা ঘাঁৰ ফলত টেঙা, জ্বলা খোৱাত অসুবিধা হয় নেকি? ISHAN NEWS

শীতকালত জ্বৰ, চৰ্দি আদি বেছিকৈ হোৱা দেখা যায়। বহুতৰে জ্বৰ হ'লে ওঁঠৰ কোণত, মুখৰ ভিতৰত ঘাঁ হয়। কেতিয়াবা ফাটি গৈ টেঙা, জ্বলা খাব নোৱাৰা হয়। এই সময়ছোৱা বৰ অস্বস্তিকৰ আৰু কষ্টদায়ক হৈ পৰে। এই অসুবিধাৰ পৰা সোনকালে মুক্তি পাবলৈ কিছুমান

প্ৰতিদিনে গা ধুলে হ’ব পাৰে গুৰুতৰ ক্ষতি !

পৰিষ্কাৰ-পৰিচ্ছন্ন হৈ থাকিবলৈ দিনটোত বহুবাৰ গা ধোৱে নেকি? শীতকালতো বহু লোকে এদিনত বহুবাৰ গা ধোৱে। আপুনি পৰিষ্কাৰ হৈ থকাৰ বাবে বেমাৰবোৰ ওচৰলৈ নাহে বুলি ভাবিছে নেকি? এই ধাৰণা ভুল প্ৰমাণিত কৰি ছালৰ বিশেষজ্ঞসকলে প্ৰকাশ কৰিছে যে গা নোধোৱা মানে

‘কফ চিৰাপ’ বেছিকৈ সেৱন কৰে নেকি? জানি থওঁক চিৰাপৰ ‘অ’ভাৰড’জ’ৰ…

শীতকালত চৰ্দি আৰু ধাৰাবাহিক কাহৰ পৰা পৰিত্ৰাণ পাবলৈ বহুতে চিৰাপৰ ওপৰত নিৰ্ভৰ কৰে।শীতত ডিঙিত হোৱা অস্বস্তিৰ উপশম দিয়ে চিৰাপে।কফ জমা হ'লে কাহ বেছি হয়। ফলত উশাহ-নিশাহ লোৱাত কষ্ট হয়।কাহৰ চিৰাপে এই সকলোবোৰ সমস্যাৰ অন্ত পেলায়। কিন্তু

পুনৰ ভয়াৱহ ৰূপত কৰ’ণা; বিগত ২৪ ঘণ্টাত ৫ গৰাকী লোকৰ মৃত্যু

ভাৰতত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। এই ভাইৰাছৰ ফলত বিগত ২৪ ঘণ্টাত ৫ গৰাকী লোকৰ মৃত্যু হৈছে। ক্ৰমান্বয়ে কৰ’ণা ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে হাস্পতালসমূহক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে

আকৌ আহিছে ক’ভিড! সাৱধান হওঁক! প্ৰতিখন ৰাষ্ট্ৰক সতৰ্ক হ’বলৈ আহ্বান WHOৰ। ISHAN NEWS…

পুনৰ এবাৰ মূৰ দাঙি উঠিছে ক’ৰণাই। ক’ভিডৰ JN.1  ভেৰিয়েণ্টৰ বৰ্ধিত সংক্ৰমণে চিন্তিত কৰি তুলিছে WHOক। এই ভেৰিয়েণ্টক লৈ বিশ্ববাসীক সজাগ হবলৈ সতৰ্ক কৰি দিছে WHO-এ। বিশ্ব স্বাস্থ্য সংস্থাই এই ভেৰিয়েণ্টক 'Variant of Interest' বুলি শ্ৰেণীবদ্ধ

ভাৰতত বাঢ়িছে কৰ’না ৰোগীৰ সংখ্যা এদিনত ৫ জনৰ মৃত্যু।

WHO ৰ সতৰ্কবাণী । শীতকাল আৰম্ভ হোৱাৰ লগে লগে বিভিন্ন দেশত পুনৰ বাঢ়িছে কৰ'নাত আক্ৰান্ত ৰোগীৰ সংখ্যা ।ভাৰতত বিগত ২৪ ঘন্টাত ক’ৰোনাত আক্ৰান্ত হৈ ৫ জন লোকৰ মৃত্যু হৈছে। যোৱা ২৪ ঘন্টাত দেশত ৩৩৫ জন লোক নতুনকৈ ক’ৰোনা ভাইৰাছত

কেৰালাত ধৰা পৰিছে JN.1 ত আক্ৰান্ত ৰোগী । ishan news…

কেৰালাত শেহতীয়াকৈ ধৰা পৰিছে কৰোনা ভাইৰাছৰ নতুন ভেৰিয়েণ্ট JN.1 ত আক্ৰান্ত প্ৰথম গৰাকী ৰোগী।ৰাষ্ট্ৰীয় সংবাদ সংস্থাৰ তথ্য আৰু চৰকাৰী সূত্ৰই জানিবলৈ দিয়া মতে, ১৮ নৱেম্বৰত ৭৯ বছৰীয়া এগৰাকী মহিলাৰ নমুনা আৰ টি-পিচিআৰ

চিকিৎসা ক্ষেত্ৰলৈ আহিব বিপ্লৱ।

অসুখ হোৱাৰ আগতেই গম পাব ৰোগৰ সম্ভাৱনা থকা শৰীৰৰ অংগ সমূহৰ তথ্য । আপোনাৰ বয়স বঢ়াৰ লগে লগে আপোনাৰ শৰীৰৰ অংগ সমূহৰ বয়স কিমান হৈছে সেইটো আপুনি এতিয়াৰ পৰা সহজেই জানিব পাৰিব । এটেপাল ৰক্ত পৰীক্ষা কৰিলেই আপুনি গম পাব আপোনাৰ শৰীৰৰ কোনটো