Browsing Category
INFORMATION
নীটৰ কেলেংকাৰিত নাম সাঙোৰ তেজস্বী যাদৱৰ! উপ-মুখ্যমন্ত্ৰী বিজয় সিনহাৰ ডাঙৰ দাবী..
মেডিকেল কলেজৰ শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা নীটৰ কেলেংকাৰীক লৈ দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে এইবাৰ এই কেলেংকাৰfত নাম সাঙোৰ খাইছে আৰ জে ডি নেতা তেজস্বী যাদৱৰ।
নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল তথা কেলেংকাৰিৰ সৈতে তেজস্বী যাদৱৰ সহায়ক জড়িত!-->!-->!-->…
ৰেলযাত্ৰীলৈ ডাঙৰ খবৰ।
দেশ জোকাৰি যোৱা ৰেল দুৰ্ঘটনাৰ বাবে ডাঙৰ সিদ্ধান্ত ৰেল বিভাগৰ।ভয়াবহ ৰেল দুৰ্ঘটনাৰ পাছতে ১৯ খনকৈ ৰেলৰ চলাচল বাতিল।নিউ জলপাইগুৰি, শিলিগুৰি, বাগডোগৰা আৰু আলুৱাবাৰী পথত বাতিল ৰে’ল চলাচল।বাতিল কৰা ৰেলকেইখন হৈছে।১৯৬০২ নিউ জলপাইগুৰি-উদয়পুৰ চিটী!-->…
ভাৰতৰ ৰাফেলৰ ভয়ত চীনে ছিকিমৰ সমীপত মোতায়েন কৰিলে জে-২০ যুদ্ধ বিমান
ভাৰতৰ সীমান্তৰ সমীপত চীনে মোতায়েন কৰিছে অতি উন্নত ষ্টিল্থ যুদ্ধ বিমান জে-২০। উপগ্ৰহৰ ছবিত প্ৰকাশ পাইছে যে মাত্ৰ দুদিন পূৰ্বে চীনে তিব্বতৰ শ্বিগাটছে বিমানঘাটিত জে-২০ যুদ্ধ বিমান মোতায়েন কৰিছে।
চীনে জে-২০ মোতায়েন কৰা বিমান ঘাটিটো!-->!-->!-->…
BOURNVITA নাখাব!
BOURNVITA নাখাব!
আপোনাৰ শৰীৰলৈ ভয়ংকৰ বিপদ মাতিব BOURNVITA-ই
শিশুৰ স্বাস্থ্যৰ বাবে ক্ষতিকাৰক হব পাৰে BOURNVITA
হেল্থ ড্ৰিংকৰ কেটেগৰীৰ পৰা BOURNVITAৰ নাম আঁতৰাবলৈ নিৰ্দেশ কেন্দ্ৰৰ
BOURNVITAক হেল্থ ড্ৰিংক কেটেগৰীৰ পৰা!-->!-->!-->!-->!-->!-->!-->!-->!-->…
আৰু চিন্তা নাই! আধা বাটত পেট্ৰ’ল শেষ হ’লে অনলাইনযোগে পাব ইন্ধন
আপুনি হয়তো কাপোৰ, শাক-পাচলি, গেলামালৰ দৰে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰী অনলাইনত অৰ্ডাৰ কৰিছে। কিন্তু আপুনি কেতিয়াবা অনলাইনত পেট্ৰ’ল অৰ্ডাৰ কৰিছেনে? যদি নাই, তেন্তে এতিয়াৰ পৰা আপুনিও অনলাইনত পেট্ৰ’ল অৰ্ডাৰ কৰিব পাৰিব পেট্ৰ’ল।
হয়,!-->!-->!-->…
নিবনুৱাৰ বাবে ডাঙৰ খবৰ; নতুনকৈ ৫০ হাজাৰ চাকৰি দিয়াৰ ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ
লোকসভা নিৰ্বাচনক লৈ ব্যস্ত হৈ থকাৰ মাজতে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যৰ নিবনুৱাৰ বাবে কৰিছে ডাঙৰ ঘোষণা। মুখ্যমন্ত্ৰীৰ এই ঘোষণাই আশাৰ বতৰা কঢ়িয়াই আনিছে নিবনুৱাসকলৰ মাজত।
মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰা অনুসৰি নতুনকৈ আকৌ ৫০!-->!-->!-->…
মাদ্ৰাছাৰ ১৭ লাখ শিক্ষাৰ্থীলৈ সকাহ সৰ্বোচ্চ ন্যায়ালয়ৰ; উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তত স্থগিতাদেশ
উত্তৰ প্ৰদেশ মাদ্ৰাছা আইন সন্দৰ্ভত শুকুৰবাৰে সৰ্বোচ্চ ন্যায়ালয়ে ডাঙৰ সিদ্ধান্ত লৈছে। সৰ্বোচ্চ ন্যায়ালয়ে উত্তৰ প্ৰদেশৰ ১৬০০০খন মাদ্ৰাছাৰ ১৭ লাখ ছাত্ৰ-ছাত্ৰীক ডাঙৰ সকাহ প্ৰদান কৰিছে।
আদালতৰ নিৰ্দেশ অনুসৰি বৰ্তমান ২০০৪ চনৰ আইন অনুসৰি!-->!-->!-->…
মানুহৰ ছালেৰে বন্ধোৱা এখন কিতাপ; বাইণ্ডিং আঁতৰাই পেলোৱাৰ সিদ্ধান্ত হাৰ্ভাৰ্ডৰ
হাৰ্ভাৰ্ডত দেখিবলৈ পোৱা গ’ল এক আজৱ কাণ্ড। মানুহৰ গাৰ ছালেৰে বন্ধোৱা আছিল এখন কিতাপ। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে এই অস্বাভাৱিক বাইণ্ডিংটো কেনেকৈ আঁতৰাব সেয়া সদৰী কৰিছে।
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে নিজৰ পুথিভঁৰালত ৰখা ১৯ শতিকাৰ এখন কিতাপৰ!-->!-->!-->…
আজি বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। কি কৰিব, কি নকৰিব? আপোনাৰ ওপৰত কি প্ৰভাৱ পৰিব
হোলীৰ দিনাই অৰ্থাত্ আজি বছৰটোৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। ১০০ বছৰৰ মূৰত এনে বিৰল চন্দ্ৰগ্ৰহণৰ সাক্ষী হব বিশ্ববাসী। এই চন্দ্ৰগ্ৰহণ ২৫ মাৰ্চৰ পুৱা ১০:২৪ বজাত আৰম্ভ হ'ব আৰু আবেলি ৩:০২ বজাত সমাপ্ত হ'ব। অৰ্থাত্ ৪ ঘণ্টা ৩৬ মিনিট ধৰি চন্দ্ৰগ্ৰহণ!-->…
চিকিৎসা বিজ্ঞানৰ বৃহৎ সাফল্য, মানৱ দেহত সফলতাৰে সংৰোপন কৰা হ’ল গাহৰিৰ বৃক্ক
বৰ্তমান বৃক্ক বিকলৰ সমস্যাত ভাৰাক্ৰান্ত বিশ্বৰ হাজাৰ হাজাৰ লোক। তেনে সময়তে এটা খবৰে আনিছে আশাৰ বতৰা। ১৬ মাৰ্চত বষ্টনৰ মাছাছুছেটছ জেনেৰেল হাস্পতালৰ এজন চিকিৎসকে প্ৰায় ৪ ঘন্টাজোৰা যুগান্তকাৰী অস্ত্ৰোপচাৰৰ জৰিয়তে ৬২ বছৰীয়া ৰিচাৰ্ড!-->…