ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

INFORMATION

ষ্টেট বেংকৰ গ্ৰাহকৰ বাবে ডাঙৰ খবৰ; কাইলৈ কিছু সময়ৰ বাবে বন্ধ থাকিব এইসমূহ সেৱা!

ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকসকলৰ বাবে ডাঙৰ খবৰ। কাইলৈ কিছু সময়ৰ বাবে বন্ধ হৈ পৰিব এছ বি আইৰ YONO, Net Banking আৰু মোবাইল এপ সেৱা। নিৰ্ধাৰিত কাৰ্যকলাপৰ বাবে ২০২৪ চনৰ ২৩ মাৰ্চত এছ বি আইৰ গ্ৰাহকে ইণ্টাৰনেট বেংকিং সেৱা ব্যৱহাৰ কৰিব নোৱাৰিব।

১৪ দিনৰ ভিতৰত দুটাকৈ বিৰল পৰিঘটনা! ৮ এপ্ৰিলত ৭ মিনিটৰ বাবে অন্ধকাৰ হৈ পৰিব পৃথিৱী

১৪ দিনৰ ভিতৰত দুটাকৈ মহাজাগতিক পৰিঘটনাৰ সাক্ষী হ’ব বিশ্ববাসী। ১০০ বছৰৰ পাছত হোলীৰ দিনাই হ’ব চন্দ্ৰগ্ৰহণ। ৮ এপ্ৰিলত ৫০ বছৰৰ পিছত বিশেষ সূৰ্যগ্ৰহণ। ২৫ মাৰ্চত হোলীৰ দিনাই বছৰৰ প্ৰথমটো চন্দ্ৰগ্ৰহণ। সোমবাৰে এই চন্দ্ৰগ্ৰহণৰ প্ৰভাৱ পৰিব বিশ্বৰ

পেটিএম বেংকৰ বিৰুদ্ধে কঠোৰ RBI; বিহিলে ৫ কোটিতকৈ অধিক জৰিমনা

পেটিএম বেংকৰ বিৰুদ্ধে গুৰুতৰ ব্যৱস্থা গ্ৰহণ কৰিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে। ধন সৰবৰাহ প্ৰতিৰোধ আইন উলংঘা কৰাৰ অভিযোগত এই ব্যৱস্থা গ্ৰহণ কৰা বুলি জানিব পৰা গৈছে। আৰ বি আইৰ শেহতীয়া নিৰ্দেশা অনুসৰি পেটিএম বেংকক ৫ কোটি টকাৰ জৰিমনা বিহা

১৯৯৩ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ অভিযুক্ত আব্দুল কৰিম দোষমুক্ত । ishan news

১৯৯৩ চনৰ ধাৰাবাহিক বোমা বিস্ফোৰণৰ গোচৰত ডাঙৰ ৰায়দান দি মূল অভিযুক্ত আব্দুল কৰিম টুণ্ডাক দোষমুক্ত কৰিলে ৰাজস্থান আদালতে। ৰাজস্থানৰ আজমেৰৰ টাডা আদালতে এই সিদ্ধান্ত প্ৰদান কৰে। দুৰ্ঘটনা সংঘটিত হোৱাৰ ৩১ বছৰৰ পাছত আদালতে এই সিদ্ধান্ত দিয়ে।

মহা শিৱৰাত্ৰি-২০২৪।। ৩০০ বছৰৰ পাছত মহা সংযোগ! কোন সময়ত পালন কৰা হ’ব শিৱৰাত্ৰি?

শাস্ত্ৰ অনুসৰি ফাগুন মাহৰ কৃষ্ণপক্ষৰ চতুৰ্দশী দিনটো শিৱৰাত্ৰি হিচাপে পালন কৰা হয়।২০২৪ চনৰ ৮মাৰ্চ শুক্ৰবাৰৰ ৰাতি ৯:৫৭ বজাৰ পৰা আৰম্ভ হৈ ৯মাৰ্চ শনিবাৰ সন্ধ্যা ৬:১৭ বজাত শেষ হ’ব মহা শিৱৰাত্ৰি।এই সময় সূচীৰ ভিতৰত এইবাৰ সমগ্ৰ দেশত পালন কৰা হ’ব

অসাধাৰণ দেৱশিশু! ৪ মহীয়া কণমানিৰ নাম ন’বেল ৱৰ্ল্ড ৰেকৰ্ডছত

এবছৰ,দুবছৰ নহয়,জন্মৰ মাত্ৰ ৪ মাহ হৈছে। ৪ মাহতেই বিশ্বৱাসীৰ হৃদয় জিনিলে এটি দেৱশিশুৱে। অসাধাৰণ প্ৰতিভাৰে গঢ়িলে বিশ্ব অভিলেখ। শুনিবলৈ আচৰিত লাগিলেও এয়াই সত্য। ফুটো নুফুটো মাতেৰে হেজাৰজনৰ মন জয় কৰিবলৈ সক্ষম হৈছে শিশুটিয়ে।আন শিশুতকৈ

চৰকাৰে দিয়া নাই সঁহাৰি! ১৬ ফেব্ৰুৱাৰীত ভাৰত বন্ধৰ ঘোষণা । ISHAN NEWS…

পুনৰ কৃষক আন্দোলনৰ উকমুকনি। কৃষকসকলৰ দাবীৰ প্ৰতি চৰকাৰে সঁহাৰি নিদিয়াৰ অভিযোগ তুলি শেহতীয়াকৈ কৃষক নেতাসকলে ঘোষণা কৰিছে আন্দোলনৰ কাৰ্যসূচী। ১৩ ফেব্ৰুৱাৰীত দিল্লীলৈ পদযাত্ৰা কৰাৰ কথা ঘোষণা কৰাৰ পিছত এতিয়া সংযুক্ত কিষাণ মৰ্চা, কিষাণ

১৩৭ আলোকবৰ্ষ দূৰত্বত আৱিষ্কাৰ পৃথিৱী সদৃশ গ্ৰহ ‘টিঅ’আই-৭১৫ বি’

পৃথিৱীৰ বাহিৰে আন কোনো গ্ৰহত জীৱ আছে নেকি? বিশ্বব্ৰহ্মাণ্ডত পৃথিৱীৰ দৰে কোনো গ্ৰহ আছেনে? সাধাৰণ মানুহৰ লগতে জ্যোতিৰ্বিজ্ঞানীসকলৰ মনতো এই প্ৰশ্ন উত্থাপন হৈ আহিছে। দীৰ্ঘদিন ধৰি বিজ্ঞানীসকলে পৃথিৱী সদৃশ গ্ৰহৰ সন্ধান কৰি থকাৰ সময়তে

এমাহ মোৱাইল ফোনৰ পৰা আঁতৰি থাকক আৰু লাভ কৰক ৮ লাখ টকা! আপোনালৈ সোণালী সুযোগ । ISHAN NEWS…

যদি আপুনি এমাহ মোৱাইল ফোন ব্যৱহাৰ কৰাৰ পৰা দূৰৈত থাকে তেন্তে আপুনি লাভ কৰিব ৮ লাখ টকা। অবিশ্বাস্য যেন লাগিলেও এটা কোম্পানীয়ে আপোনালৈ আগবঢ়াইছে এই সোণালী সুযোগ। আজি কালি প্ৰত্যেকৰে হাতে হাতে অত্যাধুনিক স্মাৰ্ট ফোন দেখা যায়। স্মাৰ্ট

প্ৰাক্তনৰ নামত টাটু বনাই আঁতৰাব বিচাৰিছে নেকি? লেজাৰ ট্ৰিটমেন্টৰ আগত নাপাহৰিব ৫ টা কথা। ishan news

বৰ্তমান সময়ত সকলোৰে বাবে 'ষ্টাইল ষ্টেটমেন্ট' হৈ পৰিছে 'টাটু'।কোনোবাই ডিঙিত,হাত,বাহুত,বা শৰীৰৰ বিভিন্ন অংগত নিজৰ পচন্দৰ আখৰ,ছবিৰ টাটু অংকন কৰায় ।কোনো কোনোৱে টাটু যোগে গোটেই শৰীৰটোৱেই কেনভাছলৈ ৰূপান্তৰিত কৰিছে।যুৱক-যুৱতীসকলে নিজৰ