ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

INFORMATION

কেন্দ্ৰৰ ডাঙৰ সিদ্ধান্ত; ২২ জানুৱাৰীত দুপৰীয়া ২.৩০ বজালৈ বন্ধ থাকিব সকলো কাৰ্যালয়

অহা ২২ জানুৱাৰী অৰ্থাৎ ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠাৰ দিনটোত সমগ্ৰ দেশতে অৰ্ধ ছুটীৰ ঘোষণা কৰিছে। পুৱাৰে পৰা দুপৰীয়া ২.৩০ বজালৈ সমগ্ৰ দেশৰ চৰকাৰী কাৰ্যালয় আৰু বিদ্যালয়-মহাবিদ্যালয়সমূহ বন্ধ থাকিব। দেশৰ জনসাধাৰণে ৰাম লালাৰ অভিষেকৰ লাইভ

ছিম ইণ্টাৰনেট অবিহনে চাব পাৰিব পছন্দৰ ভিডিঅ’!  ১৯ চহৰত চলিব ট্ৰায়েল

মোবাইলত ভিডিঅ', চিনেমা বা টিভি চেনেল চাবলৈ, ছিম কাৰ্ড আৰু ইণ্টাৰনেট দুয়োটাৰে প্ৰয়োজন। পিছে শীঘ্ৰেই ইণ্টাৰনেট বা ছিম নথকাকৈ ভিডিঅ চোৱাৰ সুবিধা লাভ কৰিব আপুনি। শীঘ্ৰেই দেশৰ কেইবাখনো চহৰত বাস্তৱত পৰিণত হ'ব Direct-to-Mobile (D2M) technology,

প্ৰচণ্ড শীতৰ প্ৰকোপত ৩৬টা শিশুৰ মৃত্যু; বিদ্যালয়ত বাতিল পুৱাৰ প্ৰাৰ্থনা সভা । ishan news…

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত শীতৰ প্ৰকোপৰ ফলত নিউম'নিয়াত আক্ৰান্ত হৈ কমেও ৩৬টা শিশুৰ মৃত্যু হৈছে। শীতৰ প্ৰকোপ ক্ৰমাৎ বৃদ্ধি পোৱাৰ বাবে প্ৰশাসনে বিদ্যালয়ত পুৱাৰ প্ৰাৰ্থনা সভাত নিষেধাজ্ঞা আৰোপ কৰিছে। বৃহস্পতিবাৰে এক আনুষ্ঠানিক বিবৃতিত এই

শীতৰ বাবে ১২ জানুৱাৰিলৈকে বন্ধ থাকিব বিদ্যালয় । ishan news…

দিল্লীত শীতৰ প্ৰকোপ বৃদ্ধি পোৱাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে আগন্তুক পাঁচ দিনলৈ পঞ্চম শ্ৰেণীলৈকে সকলো বিদ্যালয় বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। অৰ্থাৎ ৮ জানুৱাৰি সোমবাৰৰ পৰা ১২ জানুৱাৰি শুকুৰবাৰলৈ বিদ্যালয়ৰ ছুটী বৃদ্ধি কৰা হৈছে। শীতল ঢৌৰ প্ৰতি

মহাকাশ অভিযানৰ ক্ষেত্ৰত ভাৰতৰ আন এক ইতিহাস

মহাকাশ অভিযানৰ ক্ষেত্ৰত ভাৰতে সৃষ্টি কৰিলে আন এক ইতিহাস । ভাৰতৰ মহাকাশ গৱেষণা সংস্থা (ইছৰো)ই চন্দ্ৰযান ৩ৰ সফলতাৰ পাছত ভাৰতে সূৰ্য অভিমুখে প্ৰেৰণ কৰা ‘আদিত্য এল ১’ আজি চূড়ান্ত কক্ষপথত সফলতাৰে উপনীত হয়। ১৫ লাখ কিলোমিটাৰ দূৰত্বত উপস্থিত হয়

২০২৪তদ্ৰুত গতিত বিকাশ হ’ব ভাৰতীয়অৰ্থনীতিঃ ৰাষ্ট্ৰসংঘ  

কভিড মহামাৰী, ইউক্ৰেইন আৰু পশ্চিম এছিয়াৰ যুদ্ধই সমগ্ৰ বিশ্বকে অৰ্থনৈতিক সংকটৰ মাজলৈ থেলি দিয়াৰ সময়তো ভাৰতৰ অৰ্থনৈতিক অগ্ৰগতি অব্যাহত থাকিব ।ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনে ভাৰতৰ অৰ্থনীতিৰ বাবে কঢ়িয়াই আনিছে এই ভাল খবৰ । ২০২৪ চনত

পুনৰ ভয়াৱহ ৰূপত কৰ’ণা; বিগত ২৪ ঘণ্টাত ৫ গৰাকী লোকৰ মৃত্যু

ভাৰতত পুনৰ বৃদ্ধি পাবলৈ ধৰিছে কৰ’ণা ভাইৰাছৰ সংক্ৰমণ। এই ভাইৰাছৰ ফলত বিগত ২৪ ঘণ্টাত ৫ গৰাকী লোকৰ মৃত্যু হৈছে। ক্ৰমান্বয়ে কৰ’ণা ভাইৰাছৰ সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ আৰম্ভ কৰাৰ লগে লগে হাস্পতালসমূহক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনাইছে

১ ঘণ্টাত যাব ১০০০ কিলোমিটাৰ! আহি আছে আটাইতকৈ তীব্ৰবেগী ৰেল

প্ৰতিঘণ্টাত ১০০০ কিলোমিটাৰ অতিক্ৰম কৰিব ৰেলখনে। বুলেট ট্ৰেইনতকৈ ৩ গুণ অধিক হ’ব গতিবেগ। আহি আছে আটাইতকৈ তীব্ৰবেগী ৰেলখন। অত্যাধুনিক প্ৰযুক্তিৰে বিশ্বক চমক দি অহা চীনে নিৰ্মাণ কৰি আছে এনে এখন ৰেল যাৰ গতিবেগ ঘণ্টাত ১০০০ কিলোমিটাৰ।

জিপিএছ প্ৰযুক্তিৰ জৰিয়তে টোল সংগ্ৰহ কৰিবলৈ সাজু চৰকাৰ

জিপিএছ প্ৰযুক্তিৰ জৰিয়তে টোল সংগ্ৰহ কৰিবলৈ সাজু হৈছে চৰকাৰ। কিছু দিনৰ পিছৰ পৰা টোল প্লাজাত ৰৈ আৰু টোল দিব নালাগিব। ইয়াৰ দ্বাৰা ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে পাৰ হৈ যোৱাৰ সময়ত টোল প্লাজাত ঘণ্টাৰ পিছত ঘণ্টা যান-জঁটত আবদ্ধ হৈ থকাৰ পৰা সকাহ পাব।

এতিয়াৰে পৰা ভিছা অবিহনে যাব পাৰিব ইৰাণলৈ

মালয়েছিয়াৰ পাছত ভাৰতীয়সকললৈ উপহাৰ ছিয়া মুছলিম দেশ ইৰাণৰ। এতিয়াৰে পৰা ইৰাণলৈ যাব বিচাৰিলে নালাগে ভিছা। ভাৰত আৰু ছৌদি আৰৱকে ধৰি ৩৩ খন দেশৰ নাগৰিকৰ বাবে ভিছাৰ প্ৰয়োজনীয়তা বাতিল কৰিলে ইৰাণে। অৰ্থাৎ এতিয়াৰে পৰা ভাৰতীয় নাগৰিকে