Browsing Category
INFORMATION
১৮ ডিচেম্বৰৰ পাছত বন্ধ হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট। শীঘ্ৰেই কৰক এই কাম। ishan news…
বেংক একাউণ্টৰ গৰাকীলৈ জৰুৰী খবৰ। ১৮ ডিচেম্বৰৰ পাছত বন্ধ হৈ যাব পাৰে আপোনাৰ বেংক একাউণ্ট। যিসকল লোকৰ পাঞ্জাৱ নেচনেল বেংকত একাউণ্ট আছে তেওঁলোকলৈ অতি জৰুৰী। গ্ৰাহকসকললৈ পাঞ্জাৱ নেচনেল বেংকৰ জৰুৰী নিৰ্দেশনা। ১৮ ডিচেম্বৰৰ পূৰ্বে পাঞ্জাৱ নেচনেল!-->…
মাটিৰ তলত ২.৫ কিঃমিঃ গভীৰতাৰ গৱেষণাগাৰ? মাটিৰ তলত কি বিচাৰিছে চীনে?
মাটিৰ তলত পৃথিৱীৰ আটাইতকৈ গভীৰ পৰীক্ষাগাৰ নিৰ্মাণ কৰি এইবাৰ চমক দেখুৱাইছে চীনে। চীনৰ দক্ষিণ-পশ্চিম চিচুয়ান প্ৰদেশত নিৰ্মাণ কৰা এই পৰীক্ষাগাৰটোৰ গভীৰতা ২৪০০ মিটাৰ। জিনপিং লেব নামেৰে নামকৰণ কৰা এই পৰীক্ষাগাৰত ইতিমধ্যে কাম কৰা আৰম্ভ কৰিছে!-->…
এটিএমৰ পৰা হঠাত্ কটা-ছিঙা বা ফটা নোট ওলালে কি কৰিব?
এটিএমৰ পৰা হঠাত্ কটা-ছিঙা বা ফটা নোট ওলালে কি কৰিব? বহুসময়ত দেখা যায় এটিএমৰ পৰা কটা-ছিঙা বা ফটা নোট ওলায়। সেইসময়ত কি কৰিব একাংশ গ্ৰাহকে ভাবি নাপায়। যাৰ বাবে কিছুমান লোকে এটিএমৰ পৰা ওলোৱা বেয়া নোটসমূহ উপায়হীন হৈ ঘৰতে ৰাখি দিয়ে। পিছে!-->…
বছৰৰ শব্দ ‘ৰিজ’
২০২৩ বৰ্ষক বিদায় দিয়াৰ সময় সমাগত ।এই বছৰটোত আমি কি পালো কি হেৰুৱালো এয়াযেন তাৰ হিচাপ লোৱাৰ সময় । ৰাজনীতি, ক্ৰীড়া, বিনোদন, সাহিত্য, অৰ্থনীতি সকলোতে কোনোবা ক’ৰবাত হেৰাই গৈছে আন কোনোবাই অভিলেখ সৃষ্টি কৰিছে । ঠিক!-->…
হাৰ্ট এটেকত যুৱক-যুৱতীৰ মৃত্যুৰ ঘটনা বৃদ্ধি সন্দৰ্ভত স্বাস্থ্য মন্ত্ৰালয়ৰ ডাঙৰ সিদ্ধান্ত
হাৰ্ট এটেক হৈছে এক গুৰুতৰ স্বাস্থ্যজনিত সমস্যা, যিটো যিকোনো বয়সৰ ব্যক্তিৰ ক্ষেত্ৰত হ’ব পাৰে। কিন্তু ভাৰতত শেহতীয়াকৈ উদ্বেগজনকভাৱে বৃদ্ধি পাইছে যুৱক-যুৱতীৰ মাজত হাৰ্ট এটেকৰ ঘটনা। এইটো অত্যন্ত চিন্তাৰ বিষয় কিয়নো হাৰ্ট এটেকত মৃত্যুৰ আশংকা!-->…
আধাৰ কাৰ্ডৰ উপৰি এইবাৰ আপোনাৰ সন্তানৰ বাবে বাধ্যতামূলক হব Apaar ID কাৰ্ড।
আধাৰ কাৰ্ডৰ উপৰি এইবাৰ আপোনাৰ সন্তানৰ বাবে বাধ্যতামূলক হব Apaar ID কাৰ্ড। প্ৰতিটো শিশুৰ বাবে এই Apaar ID Card প্ৰয়োজনীয় হব। শিক্ষাগ্ৰহণৰ বাবে শিক্ষানুষ্ঠানত নামভৰ্তি কৰাৰ পৰা চাকৰি লাভ কৰালৈ সকলোতে সহায় কৰিব এই কাৰ্ডে।
কি এই Apaar!-->!-->!-->!-->!-->…
AI আৰু ‘DEEP FAKE’ ঘটনাক লৈ উদ্বিগ্ন প্রধানমন্ত্রী মোডী । সতৰ্ক কৰি দিলে চাট জিপিটিক ।
কৃত্ৰিম বুদ্ধিমত্তা অৰ্থাৎ AI ৰ সহায়ত, কাৰোবাৰ শৰীৰৰ সলনি কৰাৰ লগতে আন কাৰোবাৰ মুখ সলনি কৰিছে । এগৰাকী ব্যক্তিৰ শৰীৰত আন এগৰাকী ব্যক্তিৰ মুখ ব্যৱহাৰৰ জৰিয়তে সংঘটিত কৰিছে Deep Fake ঘটনা । AI প্ৰযুক্তি ব্যৱহাৰ কৰিছে ভুৱা ভিডিঅ' ।!-->…
১০ শতাংশ, ২০ শতাংশ .. নহয় । একেকোবে ১১০০ শতাংশ বৃদ্ধি দিল্লী বিশ্ববিদ্যালয়ৰ মাচুল ।
দিল্লী বিশ্ববিদ্যালয়ৰ পি এইচ ডি পাঠ্যক্রমৰ মাচুল বৃদ্ধিক কেন্দ্ৰ কৰি তীব্ৰ প্রতিবাদ ছাত্র সমাজৰ । জানিব পৰা মতে, দিল্লী বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ পিএইচডি পাঠ্যক্রমৰ মাচুল ১১০০ শতাংশ বৃদ্ধি কৰিছে ।
ইংৰাজী বিভাগৰ!-->!-->!-->!-->!-->…
ডাৰ্ক ৱেবত বিক্রী হ’ল প্রায় ৮২ কোটি ভাৰতীয়ৰ ক’ভিড সম্পৰ্কীয় তথ্য । আধাৰ কাৰ্ড আৰু পাছপৰ্টৰ নাম…
ডাৰ্ক ৱেবত ৮১ কোটিতকৈও অধিক ভাৰতীয়ৰ ব্যক্তিগত তথ্য বিক্রী হোৱাৰ অভিযোগ উণ্থাপন হৈছে । বিক্রী হোৱা তথ্যত দেশৰ সাধাৰণ জনতাৰ আধাৰ কাৰ্ড আৰু পাছপোৰ্টৰ নাম, ঠিকনা আৰু ফোন নম্বৰ অন্তৰ্ভুক্ত হৈ আছে।আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাইবাৰ সুৰক্ষা কোম্পানী!-->…
ফোনত এলাৰ্ট বজায় কিহৰ আখৰা চলাইছে চৰকাৰে ? ভয় নাখাব ! ভৱিষ্যতে এলাৰ্ট বাজিলে সাৱধান হ’ব ।
আপোনাৰ ফোনত আজি হথাৎ এলাৰ্ট বাজিছে নেকি ? এই এলাৰ্টৰ বাবে আপুনি ভয় খাইছে নেকি ?এই এলাৰ্টৰ বাবে আপুনি ভয় খোৱাৰ কোনো প্রয়োজন নাই । এয়া আপোনাক সাৱধান কৰাৰ আখৰা । এই আখৰা চলাইছে চৰকাৰে ।
এয়া হৈছে ভাৰত চৰকাৰৰ দুৰ সংযোগ বিভাগে প্ৰেৰণ কৰা এটা!-->!-->!-->…