ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

INFORMATION

শুকাই যাব ভাৰতৰ ভূ-গৰ্ভৰ পানী । সংকটত বিশ্ববাসীৰ ভবিষ্যত । ৰাষ্ট্ৰসংঘৰ প্রতিবেদনত উদ্বেগজনক তথ্য।…

ৰাষ্ট্ৰসংঘৰ প্রতিবেদনত ভাৰতৰ বাবে উদ্বেগজনক তথ্য । প্রতিবেদনত প্রকাশিত তথ্যমতে ভূ-গৰ্ভৰ পানী হ্ৰাসৰ ক্ষেত্রত ভাৰত চৰম বিন্দুত উপনীত হৈছে । আগন্তুক বছৰবোৰত ভাৰতত কমি আহিব ভূ-গৰ্ভৰ পানীৰ পৰিমাণ । ৰাষ্ট্ৰসংঘ বিশ্ববিদ্যালয়ৰ পৰিৱেশ আৰু

টিপু চুলতানৰ তৰোৱালৰ নিলাম; নোলাল এজনো ক্ৰেতা

কৰ্ণাটকৰ এসময়ৰ স্বাধীনচিতীয়া ৰাজ্য মহীশূৰ ৰাজ্য শাসন কৰা টিপু চুলতানৰ ব্যক্তিগত তৰোৱালৰ নিলাম অনুষ্ঠিত হৈছিল লণ্ডনত। কিন্তু দুৰ্ভাগ্যজনকভাৱে সেই তৰোৱালখনৰ বাবে নোলাল কোনো ক্ৰেতা। এই তৰোৱালখন লণ্ডনত ক্ৰীষ্টিৰ নিলামত বিক্ৰীৰ বাবে ৰখা

কেন্সাৰ ৰোগীৰ বাবে যুগান্তৰকাৰী উদ্ভাৱন নৱম শ্ৰেণীৰ ছাত্রৰ। ৪২ টকীয়া চাবোনে নিৰাময় কৰিব কৰ্কট ৰোগ ।

কৰ্কট ৰোগীৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে আমেৰিকাৰ নৱম শ্ৰেণীত অধ্যয়নৰত এটি ১৪ বছৰ বয়সীয়া কিশোৰে। ভাৰ্জিনিয়াৰ এনাণ্ডলেৰ ডব্লিউ, উডচন হাইস্কুলৰ ছাত্র হিমেন বেকলেৰ উদ্ভাৱনে আশাৰ ৰেঙনি কঢ়িয়াই আনিছে ছালৰ কৰ্কট ৰোগত আক্রান্ত হাজাৰ হাজাৰ ৰোগীলৈ ।

পেঞ্চনভোগী সকলৰ বাবে ডাঙৰ খবৰ ।জীৱন প্ৰমাণপত্ৰ দাখিল কৰোঁতে আঙুলিৰ ছাপৰ সলনি মুখৰ ফটোগ্ৰাফৰ ওপৰত…

বিভিন্ন সময়ত পেঞ্চনভোগী সকলৰ আঙুলিৰ ছাপ নকল কৰাৰ অভিযোগ পোহৰলৈ অহাৰ পাছতে পেঞ্চনভোগী সকলৰ মাজত আতংকৰ সৃষ্টি হয় । আধাৰৰ নিৰাপত্তা সন্দৰ্ভতো প্রশ্ন উণ্থাপন কৰিছে পেঞ্চনভোগী সকলে ।কিন্তু পেঞ্চনভোগী সকলে পেঞ্চন অব্যাহত ৰাখিবলৈ প্রতিবছৰে বেংকত

গৌতম আদানীক বহু দুৰত পাছ পেলায় শীৰ্ষ স্থান দখল মুকেশ আম্বানীৰ । বৃহৎ ক্ষতি আদানী সাম্ৰাজ্যৰ । ISHAN…

২০২৩ বৰ্ষৰ বাবে হুৰুন ইণ্ডিয়াই প্রকাশ কৰা চহকী ব্যক্তিৰ তালিকাত ভাৰতৰ আটাইতকৈ চহকী ব্যক্তিৰ তালিকাৰ শীৰ্ষত স্থান লাভ কৰিছে ৰিলায়েন্স ইণ্ডাষ্ট্ৰিজৰ অধ্যক্ষ মুকেশ আম্বানীয়ে । আদানি গ্ৰুপৰ অধ্যক্ষ গৌতম আদানিক বহু দুৰত পাছ পেলায়

অসমৰ যুৱক-যুৱতীলৈ অসম চৰকাৰৰ বিশেষ আঁচনি । এই আঁচনিৰ সুবিধা আপুনি কেনেকৈ ল’ব পাৰিব ? ISHAN…

মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মা চৰকাৰে অসমৰ যুৱক যুৱতীৰ বাবে লৈ আহিছে ভাল খবৰ । ‘মুখ্যমন্ত্রীৰ আত্মনিৰ্ভৰ অসম অভিযান ২০২৩ ’ৰ অধীনত অসমৰ যুৱক - যুৱতীলৈ চৰকাৰে আগবঢ়াব ২ লাখৰ পৰা ৫ লাখকৈ টকা । অসমৰ উদ্যমী যুৱক-যুৱতীসকলক লৈ এই আঁচনিৰ জৰিয়তে

জোনবাইত ৰাতিপুৱালে । প্রজ্ঞান আৰু বিক্রমক টোপনিৰ পৰা জগাবলৈ ব্যস্ত ‘ইছৰো’। পুণৰ সাৰ পাবনে প্রজ্ঞান…

পুনৰ ৰাতিপুৱালে জোনবাইত । পুৱাৰ পোহৰত জোনবাই জিলিকি উঠাৰ পাছতেই ব্যস্ত হৈ উঠিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৰ বিজ্ঞানী সকল। টোপনিত থকা লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানক জগাবলৈ চেষ্টা কৰিছে ইছৰোৰ বিজ্ঞানী সকলে । জোনবাইৰ বুকুলৈ

ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাৰ বাবে দল ঘোষণা; দললৈ প্ৰত্যাৱৰ্তন কেইবাগৰাকীও তাৰকা খেলুৱৈৰ

২০২৩ বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ২২ ছেপ্টেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব ৩খন মেচৰ এদিনীয়া শৃংখলা। এই শৃংখলাটো অনুষ্ঠিত হ’ব ভাৰতত। শৃংখলাৰ প্ৰথমখন মেচ মোহলীত অনুষ্ঠিত হ’ব। দ্বিতীয়খন খেল ২৪ ছেপ্টেম্বৰত

মাত্ৰ ১০০ টকাত বিক্ৰী ৬.৬ কোটি টকা মূল্যৰ ফ্লেট; কাৰণ জানি হ’ব আচৰিত

পৃথিৱীৰ বহু লোকৰ বাবে ঘৰ কিনাৰ সপোন মাথোঁ সপোন হৈয়েই থাকে। কেৱল ভাৰততে নহয়, বিশ্বৰ চুকে-কোণে আকাশলংঘী হৈছে সম্পত্তিৰ মূল্য। কিন্তু এই খবৰটো পঢ়ি আপুনি হ’ব আচৰিত। ব্ৰিটেইনত কোটি কোটি টকা মূল্যৰ ফ্লেট বিক্ৰী হৈছে মাত্ৰ ১০০ টকাত। এই

ডিজেলচালিত গাড়ীৰ গৰাকীয়ে সহিব লাগিব অত্যাধিক কৰৰ বোজা। কি প্ৰভাৱ পৰিব আপোনাৰ ওপৰত

কেন্দ্ৰীয় পৰিবহণ মন্ত্ৰী নীতিন গাডকাৰীয়ে মঙলবাৰে প্ৰদূষণ হ্ৰাস কৰাৰ লক্ষ্যৰে ডিজেলচালিত ইঞ্জিনৰ বাহনৰ ওপৰত অতিৰিক্ত ১০ শতাংশ কৰ আৰোপ কৰাৰ প্ৰস্তাৱ আগবঢ়াইছে। আৰম্ভণিতে, তেওঁ প্ৰদূষণ সম্পৰ্কীয় সমস্যা সমাধানৰ বাবে ডিজেল বাহনৰ ওপৰত ১০শতাংশ