Browsing Category
INFORMATION
চাৰিওদিশে চলিছে দুৰ্গা পূজাৰ প্ৰস্তুতি। কিন্তু তাৰ পূৰ্বে বিশ্বকৰ্মা পূজা । পিছে এইবছৰ কোন তাৰিখে…
বিশ্বকৰ্মা হৈছে স্থাপত্যৰ দেৱতা । বিশ্বব্ৰহ্মাণ্ডৰ স্থপতিবিদ বিশ্বকৰ্মাৰ জন্মদিনৰ প্ৰতি সমৰ্পিত হিন্দুসকলৰ এয়া এক উৎসৱ । এই দিনটো বিশ্বকৰ্মা জয়ন্তী হিচাপেও জনাজাত । জনশ্ৰুতি মতে, বিশ্বকৰ্মাই ভগৱান ব্ৰহ্মাক পৃথিৱীৰ সৃষ্টিত সহায়!-->!-->!-->…
জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰতহে নিৰ্ভৰশীল ভাৰতৰ ফুটবল খেলুৱৈৰ ভৱিষ্যত ।
ভাৰতীয় ফুটবলত সংঘটিত হৈছে নজিৰবিহীন ঘটনা । জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে ভাৰতীয় ফুটবল দলৰ মূল একাদশৰ খেলুৱৈৰ নিৰ্বাচন। ভাৰতৰ অন্যতম তাৰকা ফুটবল খেলুৱৈ সুনীল ছেত্রীয়ে দলত স্থান লাভ কৰিবলৈ হ’লে কেনেকৈ খেলে সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে।!-->…
ভাৰত পাকিস্তানৰ মেছত শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে বিৰাট কোহলীয়ে ।
ক্রিকেট বিশ্বত সোমবাৰে আন এক ইতিহাস ৰচনা কৰে বিৰাট কোহলীয়ে । ক্রিকেটৰ ৰজা 'কিং কোহলী' য়ে এদিনীয়া ক্ৰিকেটত ১৩,০০০ ৰাণৰ সীমা অতিক্ৰম কৰি ক্রিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে । বিৰাট কোহলীয়ে মাত্ৰ ২৬৭ টা ইনিংছত এই সংখ্যা অতিক্ৰম!-->…
G20 ৰ পাছত তীব্ৰগতিত দৌৰিছে ভাৰতীয় শ্বেয়াৰ বজাৰ ষাঁড় । ইতিহাস ৰচিলে নিফটিয়ে ।
সোমবাৰে ভাৰতৰ শ্বেয়াৰ বজাৰৰ ছ্যেনছেক্স ৬৭ হাজাৰ পইণ্টৰ উৰ্দ্ধগামী হয় । সেইদৰে নিফটিয়ে সৰ্বকালৰ অভিলেখ সৃষ্টিকৰি ২০ হাজাৰৰ সীমা অতিক্রম কৰে ।
দেশৰ শ্বেয়াৰ বজাৰত বোম্বে ষ্টক এক্সেঞ্জৰ সূচকাংক ৬৭ হাজাৰত উপনীত হয় । ইফালে নেচনেল ষ্টক!-->!-->!-->!-->!-->…
প্ৰায় সাজু ! কেতিয়াকৈ ৰাইজৰ বাবে মুকলি হ’ব ৰাম মন্দিৰ?
নতুন দিল্লীৰ প্ৰগতি ময়দানত চলি থকা জি-২০ সন্মিলন ২০২৩ৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ থকাৰ সময়তে উত্তৰ প্ৰদেশৰ অযোধ্যাৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ ।
সূত্ৰ অনুসৰি, ২০২৩ চনৰ ২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যা ৰাম মন্দিৰ!-->!-->!-->…
G20 বৈঠকৰ পূৰ্বে শুকুৰবাৰে নিশা মোদী আৰু বাইডেনৰ মাজত কি আলোচনা হ‘ল ? ISHAN NEWS…
শুকুৰবাৰে নিশা আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বাসভৱনত অনুষ্ঠিত হয় এখন দ্বিপাক্ষিক বৈঠক । ৰাষ্ট্ৰপতিৰ পদত অধিষ্ঠিত হোৱাৰ পাছত প্ৰথমবাৰৰ বাবে শুকুৰবাৰে সন্ধিয়া দিল্লীত আহি উপস্থিত হয়হি!-->!-->!-->!-->!-->…
G20ৰ ভোজমেললৈ নিমন্ত্রণ নাপালে কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে । অসন্তুষ্ট ৰাহুল গান্ধীয়ে কি…
G20ৰ ভোজমেললৈ কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গেক নিমন্ত্রণ নকৰাৰ বাবে অসন্তুষ্টি প্রকাশ কৰে কংগেছৰ নেতা ৰাহুল গান্ধীয়ে । বেলজিয়ামৰ ব্ৰাছেলছ প্ৰেছ ক্লাৱত আন্তৰাষ্ট্ৰীয় সংবাদ মাধ্যমক সংবোধন কৰি ৰাহুল গান্ধীয়ে সাংবাদিকৰ সন্মুখত!-->!-->!-->…
দিল্লীৰ ৰাজপথত ‘দ্য বিষ্ট’হলীউডৰ চিনেমাৰ গাড়ীৰ দৰে বিশেষ বৈশিষ্ট্যপূৰ্ণ দ্য বিষ্টত উঠি দিল্লীৰ…
G20 সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আগমণ ঘটিছে বিভিন্ন দেশৰ ৰাষ্ট্ৰনেতাৰ । আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ আগমনৰ আগে আগে দিল্লীত আহি উপস্থিত হয় জো বাইদেনৰ নিৰাপত্তাৰক্ষী অৰ্থাৎ মিনি আৰ্মি । ইয়াৰ লগে লগে চৰ্চালৈ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ!-->…
‘BJPত থকাটো সম্ভৱ নহয়। জাতি-ধৰ্ম নিৰ্বিশেষে বিজেপিয়ে কাম কৰা নাই।’ অসন্তুষ্ট হৈ বিজেপি…
https://fb.watch/mVgmTKor7W/
এন আৰ চি (NRC) সম্পৰ্কীয় বিষয়ৰ শুনানিৰ বাবে উচ্চতম ন্যায়ালয়ত নতুন সংবিধান বিচাৰপীঠ । ISHAN…
উচ্চতম ন্যায়ালয়ে এন আৰ চি(NRC)কে ধৰি তিনিটা গোচৰৰ শুনানিৰ বাবে এখন নতুন সবিধান বিচাৰপীঠ গঠন কৰিছে । শেহতীয়া জাননী অনুসৰি, ২০ ছেপ্তেম্বৰ, ২০২৩ ৰ পৰা উচ্চতম ন্যায়ালয়ৰ সংবিধান বিচাৰপীঠে অসমত তিনিটা গোচৰৰ শুনানি আৰম্ভ কৰিব।
এই!-->!-->!-->!-->!-->…