Browsing Category
INFORMATION
আমেৰিকাৰ ৰাষ্ট্ৰপতি পদৰ প্রাৰ্থীত্ব প্রত্যাশী বিবেক ৰামস্বামী কোন ? কোনটো দলৰ প্রাৰ্থী হ’ব…
অহা বছৰৰ শেষৰফালে অনুষ্ঠিত হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন । ৰিপাব্লিকান পাৰ্টিৰ হৈ প্ৰাৰ্থিত্ব আগবঢ়াবৰ বাবে সাজু হৈছে বহুবোৰ নতুন মুখ । প্রাৰ্থীত্ব আগবঢ়াবলৈ সাজু হোৱা সকলৰ ভিতৰত আছে ভাৰতীয় মূলৰ এগৰাকী ব্যক্তি । সেইগৰাকী!-->…
চন্দ্ৰযান ৩ সফলতাৰে প্রবেশ চন্দ্ৰ অন্তিম কক্ষপথত। চন্দ্ৰযান ৩ ৰ সফলতাৰ বাতৰি ইছৰোৰ টুইটত।
জোনবাইৰ দিশে সফলতাৰে গতি কৰিছে চন্দ্ৰযান ৩। ইতিমধ্যে আজি অৰ্থাৎ বুধবাৰে পুৱা চাৰে ৮ বজাত চন্দ্ৰযান ৩ সফলতাৰে প্রবেশ কৰে চন্দ্ৰৰ অন্তিম তথা পঞ্চম কক্ষপথত । ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে চন্দ্ৰযান ৩ ৰ!-->…
১ কোটিতকৈ অধিক মহিলাক বছৰি ২৪ হাজাৰকৈ টকা দিব কংগ্ৰেছে। ৰাহুল গান্ধীয়ে দিয়া প্ৰতিশ্ৰুতি আখৰে আখৰে…
https://fb.watch/m2jfjNpQZ6/
আজি ‘ আন্ত:ৰাষ্ট্ৰীয় জোনবাই’ দিৱস । কি কাৰণে জোনবাই দিৱস পালন কৰা হয় আপুনি জানেনে ? ISHAN…
সমগ্ৰ বিশ্বই ২০২১ বৰ্ষৰ পৰাই ২০ জুলাইৰ দিনটোত পালন কৰি আহিছে জোনবাই দিৱস ।
জোনবাইক লৈ কিমান যে সাধু , কিমান যে কবিতা আৰু গীতৰ সৃষ্টি হৈছে তাৰ হিচাপ নায় । জোনবায়ে ল’ৰাৰ পৰা বুঢ়ালৈকে সকলোকে আকৰ্ষণ কৰে । সেই জোনবাইৰ বুকুতেই!-->!-->!-->!-->!-->…
কৰ্ণাটক চৰকাৰে প্রৱৰ্তন কৰিব ৰাজ্যিক শিক্ষা নীতি। ISHAN NEWS…
কৰ্ণাটকৰ মুখ্যমন্ত্রী সিদ্ধাৰমায়াই ৰাজ্যখনত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ পৰিৱৰ্তে ৰাজ্যিক শিক্ষা নীতি প্রৱৰ্তনৰ কথা উল্লেখ কৰাৰ পাছতেই ৰাজ্যখনৰ প্রাথমিক শিক্ষামন্ত্রী মধু বাংগাৰাপ্পাই ৰাজ্যখনত অতি শীঘ্ৰে ৰাজ্যিক শিক্ষানীতি প্রৱৰ্তন কৰাৰ!-->…
DRDOৰ বিজ্ঞানীৰ বিৰুদ্ধে অভিযোগনামা দাখিল । পাকিস্তানী মধুচক্রৰ জালত কেনেকৈ পৰিল প্রদীপ কুৰুলকাৰ ?…
ভাৰতৰ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা অৰ্থাৎ DRDOৰ বিজ্ঞানী প্রদীপ কুৰুলকাৰৰ বিৰুদ্ধে ভাৰতৰ মিছাইল সম্পৰ্কীয় গোপনীয় তথ্য এগৰাকী পাকিস্তানী এজেণ্টৰ সৈতে ভাগ বটৰোৱা কৰাৰ গুৰুতৰ অভিযোগ । বৰ্তমান ন্যায়িক জিম্মাত থকা বিজ্ঞানী!-->!-->!-->!-->!-->…
এসপ্তাহৰ বাবে স্থগিত অমৰনাথ যাত্রা । ISHAN NEWS…
হঠাৎ প্রশাসনে অমৰনাথ যাত্রা স্থগিত ৰখাত বিপদত পৰিছে অমৰনাথ যাত্রাৰ বাবে যোৱা তীৰ্থযাত্রী । অমৰনাথ দৰ্শনৰ বাবে যোৱা ৭ হাজাৰতকৈ অধিক তীৰ্থযাত্রী আৱদ্ধ হৈ পৰিছে জম্মু-কাশ্মীৰৰ বালতাল আৰু পহেলগ্ৰামৰ শিবিৰত । প্রশাসনে সদৰী কৰা মতে!-->…
১৪ জুলাইত জোনবাই অভিমুখে উৰা মাৰিব চন্দ্ৰযান ৩ ।
১৪ জুলাইত জোনবাই অভিমুখে উৰা মাৰিব চন্দ্ৰযান ৩ । বৃহস্পতিবাৰে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৱে সদৰী কৰে এই কথা । ১৪ জুলাই দুপৰীয়া ২ঃ৩৫ বজাত জোনবাই অভিমুখে উৰা মাৰিব পৰাকৈ ইছৰোৱে সাজু কৰি তুলিছে চন্দ্ৰযান ৩ ক। শ্রী হৰিকোট্ৰাৰ পৰা জোনবাই!-->…
টুইটাৰক ৫০ লাখ টকাৰ জৰিমনা । কেন্দ্ৰৰ বিৰুদ্ধে টুইটাৰৰ গোচৰ খাৰিজ । ISHAN NEWS …
ভাৰত চৰকাৰৰ বিৰুদ্ধে গোচৰ তৰি আদালতত মুখ থেকেচা খালে টুইটাৰে । টুইটাৰে কেন্দ্ৰৰ বিৰুদ্ধে তৰা গোচৰ আদালতে খাৰিজ কৰি টুইটাৰক ৫০ লাখ টকাৰ জৰিমনা আদায় দিবলৈ শুকুৰবাৰে নিৰ্দ্দেশ দিয়ে। ৪৫ দিনৰ ভিতৰত কৰ্ণাটক ৰাজ্যিক আইন সেৱা!-->!-->!-->!-->!-->…