Browsing Category
INTERNATIONAL
ইতিহাসৰ সৰ্ববৃহৎ ৰকেট উৎক্ষেপণ ইলন মাস্কৰ, সুকলমে ঘূৰিও আহিল পৃথিৱীলৈ
নিউজ ডেস্ক, ১৩ অক্টোবৰঃ পুনৰ ইতিহাস ৰচনা কৰিলে স্পেছ এক্সৰ স্বত্বাধিকাৰী ইলন মাস্কে ।দেওবাৰে ইলন মাস্কৰ স্পেছ এক্সে সফলতাৰে উৎক্ষেপণ কৰিলে এতিয়ালৈকে নিৰ্মিত সৰ্ববৃহৎ তথা আটাইতকৈ শক্তিশালী ৰকেট । ইয়াৰ পিচত প্ৰথমবাৰৰ বাবে পৃথিৱীলৈ উভতাই!-->…
AR Rahman: আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত এ আৰ ৰহমানৰ কি ভূমিকা ?
নিউজ ডেস্ক, ১২ অক্টোবৰঃ আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা আগবঢ়োৱা কমলা হাৰিছলৈ সমৰ্থন আগবঢ়াইছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন সংগীতজ্ঞ এ আৰ ৰহমানে । ভাৰতীয় মূলৰ প্ৰতিদ্বন্দ্বী কমলা হাৰিছৰ সমৰ্থনত ৩০ মিনিটৰ ভিডিঅ' প্ৰস্তুত!-->…
Crown gifted by PM Modi : চোৰে লৈ গ’ল প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া উপহাৰ
নিউজ ডেস্ক, ১১ অক্টোবৰঃ চোৰে লৈ গ'ল বাংলাদেশৰ মন্দিৰত প্ৰধানমন্ত্ৰী মোদীয়ে দিয়া উপহাৰ । বৃহস্পতিবাৰে দেশখনৰ যশোৰেশ্বৰী মন্দিৰত চলিল চোৰৰ অভিযান । সেই অভিযানতে চোৰে উঠাই লৈ গ'ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে উপহাৰ হিচাবে দিয়া কালী দেৱীৰ!-->…
University Rankings: প্ৰকাশ পালে ৱৰ্ল্ড ইউনিভাৰ্ছিটী ৰেংকিং-২০২৫
নিউজ ডেস্ক, ১০ অক্টোবৰঃ টাইমছ হায়াৰ ইডুকেশ্যনে প্ৰকাশ কৰিলে ৱৰ্ল্ড ইউনিভাৰ্ছিটী ৰেংকিং-২০২৫ । য'ত স্থান লাভ কৰিছে বিশ্বৰ ২০০০ খনতকৈও অধিক বিশ্ববিদ্যালয়ে । শিক্ষণ পৰিৱেশ, গৱেষণাৰ পৰিৱেশ, গৱেষণাৰ মানদণ্ড, আন্তঃৰাষ্ট্ৰীয় দৃষ্টিভংগী আৰু!-->…
Sunita Williams : মহাকাশৰ পৰাই ভোট দিব সুনীতা উইলিয়ামছে, কিন্তু কি পদ্ধতিৰে ?
নিউজ ডেস্ক, ৯ অক্টোবৰঃ ৫ জুনৰ পৰা আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰ(International Space Station)তে আছে ভাৰতীয় মূলৰ মহাকাশচাৰী সুনীতা উইলিয়ামছ । ইফালে ৫ নৱেম্বৰত অনুষ্ঠিত হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি নিৰ্বাচন (US presidential election)।!-->…
চাকৰিত সংৰক্ষণক কেন্দ্ৰ কৰি ছাত্ৰ বিদ্ৰোহ। ৰাজপথত প্ৰাণ হেৰুৱালে ৬ জনে
চৰকাৰী চাকৰিত সংৰক্ষণৰ বিৰোধিতাৰে ছাত্ৰসমাজৰ ভয়ংকৰ প্ৰতিবাদ। হাজাৰ হাজাৰ ছাত্ৰৰ প্ৰতিবাদত কঁপিছে বাংলাদেশ। সংৰক্ষণৰ নীতি প্ৰত্যাহাৰ কৰাৰ দাবীৰে ৰাজপথত নামিছে ছাত্ৰসকল। একাংশ উত্তেজিত প্ৰতিবাদকাৰীয়ে বিস্ফোৰকেৰে বাছত অগ্নিসংযোগ কৰাৰ লগতে!-->…
দুৰ্বৃত্তৰ গুলীত আঘাতপ্ৰাপ্ত প্ৰাক্তন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প।
আমেৰিকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি তথা ৰিপাব্লিকান পাৰ্টিৰ প্ৰাৰ্থী ড'নাল্ড ট্ৰাম্পলৈ গুলীচালনা দুৰ্বৃত্তৰ। দুৰ্বৃত্তৰ গুলীত আঘাতপ্ৰাপ্ত প্ৰাক্তন ৰাষ্ট্ৰপতি ড'নাল্ড ট্ৰাম্প।শনিবাৰে নিশা পেনেছিলভেনিয়াৰ বাটলাত অনুষ্ঠিত এক নিৰ্বাচনী সভাত ভাষণ দি!-->…
ইউক্ৰেইন-ৰাছিয়াৰ যুদ্ধ বন্ধ কৰি দিয়াৰ ক্ষমতা আছে প্ৰধানমন্ত্ৰী মোদীৰ! আমেৰিকাৰ স্বীকাৰোক্তি
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীহে ৰাছিয়া-ইউক্ৰেইনৰ যুদ্ধৰ অন্ত পেলাব পাৰিব। মোদীৰ ৰাছিয়া ভ্ৰমণৰ সময়তে এই কথা প্ৰকাশ কৰিছে আমেৰিকাই। তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পিছত প্ৰধানমন্ত্ৰী মোদীয়ে যোৱা ৮ জুলাইত দুদিনীয়া ভ্ৰমণসূচীৰে!-->…
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ দ্বিতীয়টো বিদেশ ভ্ৰমণ
ৰাছিয়াৰ বাৰ্ষিক শিখৰ সন্মিলনীৰ শিখৰত অংশ লোৱাৰ উদ্দেশ্য ৰাছিয়াৰ দিশে ৰাওনা দেশৰ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী ।দুদিনীয়া কাৰ্যসূচীৰে ৰাছিয়ালৈ উৰা মাৰিছে দেশৰ প্ৰধানমন্ত্ৰীগৰাকী।
উল্লেখ্য যে ৮ আৰু ৯ জুলাইৰ ভ্ৰমণ কাৰ্যসূচীত ৰাষ্ট্ৰপতি!-->!-->!-->…
মক্কাৰ গৰমত ৯৮ গৰাকী ভাৰতীয় হজ যাত্ৰীৰ মৃত্যু; মুঠ সংখ্যা ১০০০ৰো অধিক
ছৌদি আৰৱত হজ যাত্ৰাৰ সময়তে অব্যাহত থকা প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে এইপৰ্যন্ত ভাৰতৰ পৰা যোৱা কমেও ৯৮ গৰাকী হজ যাত্ৰীৰ মৃত্যু ঘটিছে। এই সকলোবোৰ লোকৰ মৃত্যুৰ কাৰণ প্ৰাকৃতিক।
খবৰ অনুসৰি, শেহতীয়াকৈ বেংগালুৰুৰ দুজন হজ যাত্ৰীৰ মৃত্যু ঘটিছে।!-->!-->!-->…