Browsing Category
INTERNATIONAL
চৰকাৰী নীতিৰ বাবে কানাডাত খালিস্তানি সমৰ্থকৰ দৌৰাত্ম্য বৃদ্ধিঃ জয়শংকৰ
কানাডা চৰকাৰৰ নীতিৰ বাবেই কানাডাত খালিস্তানি সমৰ্থকৰ দৌৰাত্ম্য বৃদ্ধি পাইছে। মঙলবাৰে অৰ্থাত আজি এই অভিযোগ উত্থাপন কৰে ভাৰতৰ বৈদেশিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী এছ, জয়শংকৰে। কানাডাৰ ৰাজনীতিক জগৰীয়া কৰি মন্ত্ৰী এছ, জয়শংকৰে কানাডাত দেশখনৰ!-->…
ৰাণৱেত জ্বলি উঠিল বিমান, কথমপি প্ৰাণৰক্ষা ৩৭৯ গৰাকী যাত্ৰীৰ
ভয়ংকৰ বিপদৰ পৰা ৰক্ষা পৰিল ৩৭৯ গৰাকী যাত্ৰী। জাপানৰ ৰাজধানী টকিঅৰ হনেডা বিমানবন্দৰত ভয়ংকৰ ঘটনা। লেণ্ডিঙৰ সময়তে দুখন বিমানৰ মাজত প্ৰচণ্ড খুন্দা। ইয়াৰ পাছতেই দপদপাই জ্বলি উঠিল এখন বিমান। এই ঘটনাৰ পাছতেই বিমানবন্দৰত সৃষ্টি হয় আতংকময়!-->…
অটোগ্ৰাফ লোৱাৰ চলেৰে বিৰোধী নেতাক আক্ৰমণ।
অটোগ্ৰাফ লোৱাৰ চলেৰে বিৰোধী নেতাক আক্ৰমণ। দক্ষিণ কোৰিয়াৰ বুচান চহৰত বিৰোধী নেতা লী জে-মিয়ুঙৰ ডিঙিত ছুৰিকাঘাত। ডেম'ক্ৰেটিক পাৰ্টিৰ মুৰব্বী লী জে-মিয়ুঙে বিমানবন্দৰৰ নিৰ্মাণ ক্ষেত্ৰ পৰিদৰ্শন কৰাৰ পিছত সংবাদ মাধ্যমক সম্বোধন কৰে। সংবাদমেলৰ!-->…
১৮ ঘণ্টাত ১৫৫ টা ভূমিকম্প! নিহত ১৩, অন্ধকাৰত ডুবিছে ৩৩ হাজাৰ পৰিয়াল
নৱবৰ্ষৰ আৰম্ভণিতে জাপানত হোৱা ভূমিকম্পত এতিয়ালৈ ১৩ জন লোকৰ মৃত্যু হৈছে। ১৮ ঘণ্টাত ১৫৫ টা আফটাৰশ্বক অনুভূত হয় দেশখনত। ইয়াৰ ভিতৰত কেইবাটাও ভূমিকম্পৰ প্ৰাৱল্য আছিল ৭.৬ প্ৰাবল্য আৰু ৬ প্ৰাবল্যতকৈ অধিক। মাত্ৰ দুঘণ্টাৰ ভিতৰত ৪০ টাতকৈও!-->…
আশা ভংগ ইমৰাণ খানৰ; নিৰ্বাচন আয়োগে নাকচ কৰিলে মনোনয়ন
পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী তথা পিটিআইৰ মুৰব্বী ইমৰাণ খানৰ প্ৰাৰ্থিত্ব নাকচ কৰিছে পাকিস্তানৰ নিৰ্বাচন আয়োগে। যোৱা আগষ্টৰ পৰা জেলত আছে ইমৰাণ খান।
কেইবাটাও গোচৰৰ অধীনত তেওঁ বিচাৰৰ সন্মুখীন হৈ আছে। ইয়াৰ পিছত নিৰ্বাচন আয়োগে তেওঁক!-->!-->!-->…
পাইলটৰ ভুলৰ ভয়ংকৰ পৰিণতিত ৭২ জনৰ মৃত্যু । কি ভুল কৰিলে পাইলটে ?
২০২৩ বৰ্ষৰ ১৫ জানুৱাৰীত নেপালৰ পোখাৰাত সংঘটিত হৈছিল ভয়ংকৰ বিমান দুৰ্ঘটনা ।য়েটি এয়াৰলাইন্সৰ এখন বিমান দুৰ্ঘটনাগ্ৰস্ত হৈ ৭২ জন লোকৰ মৃত্যু হয় । এই দুৰ্ঘটনা সংঘটিত হোৱাৰ প্ৰায় এবছৰৰ পাছত বিমানখন দুৰ্ঘটনাত পতিত হোৱাৰ কাৰণ পোহৰলৈ আহিছে!-->…
কেৱল প্ৰধানমন্ত্ৰী মোদীহে ইজৰাইল-গাজাৰ যুদ্ধ বন্ধ কৰিব পাৰিব! প্ৰধানমন্ত্ৰী মোদীৰ সহায় বিচাৰিলে…
এতিয়াও শেষ হোৱা নাই হামাছ আৰু ইজৰাইলৰ মাজৰ যুদ্ধ। গাজাৰ ওপৰত চলিযেই আছে ইজৰাইলৰ আক্ৰমণ। মুছলিম দেশসমূহে ইজৰাইলক আক্ৰমণ বন্ধ কৰিবলৈ দাবী জনাইছে যদিও ইজৰাইলে হামাছক নিঃশেষ নকৰা পৰ্যন্ত আক্ৰমণ চলাই থাকিব বুলি স্পষ্ট কৰি দিছে।
ইজৰাইল!-->!-->!-->…
পাকিস্তানত উদযাপন কৰা নহ’ব নৱবৰ্ষ; কিয় এই সিদ্ধান্ত ল’লে চৰকাৰে?
পাকিস্তানৰ ভাৰপ্ৰাপ্ত প্ৰধানমন্ত্ৰী আনোৱাৰ উল হক কাকাৰে বৃহস্পতিবাৰে কৰিছে এক ডাঙৰ ঘোষণা। ইজৰাইলে ধাৰাবাহিকভাৱে আক্ৰমণ চলাই থকা গাজাৰ জনসাধাৰণৰ প্ৰতি সংহতি প্ৰকাশ কৰি পাকিস্তানত নৱবৰ্ষ উদযাপনত নিষেধাজ্ঞা আৰোপ কৰিছে দেশখনে।
দেশবাসীক!-->!-->!-->…
১ ঘণ্টাত যাব ১০০০ কিলোমিটাৰ! আহি আছে আটাইতকৈ তীব্ৰবেগী ৰেল
প্ৰতিঘণ্টাত ১০০০ কিলোমিটাৰ অতিক্ৰম কৰিব ৰেলখনে। বুলেট ট্ৰেইনতকৈ ৩ গুণ অধিক হ’ব গতিবেগ। আহি আছে আটাইতকৈ তীব্ৰবেগী ৰেলখন।
অত্যাধুনিক প্ৰযুক্তিৰে বিশ্বক চমক দি অহা চীনে নিৰ্মাণ কৰি আছে এনে এখন ৰেল যাৰ গতিবেগ ঘণ্টাত ১০০০ কিলোমিটাৰ।!-->!-->!-->…
ভাৰতৰ হেচাত কাটাৰত নৌসেনাৰ ৮জন প্ৰাক্তন বিষয়াৰ মৃত্যুদণ্ডৰ শাস্তি হ্ৰাস
কাটাৰত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা ৮গৰাকী প্ৰাক্তন ভাৰতীয় নৌসেনাৰ জোৱানে লাভ কৰিছে বৃহৎ সকাহ। বৃহস্পতিবাৰে আদালতে মৃত্যুদণ্ডৰ শাস্তিত স্থগিতাদেশ জাৰি কৰিছে।
বৈদেশিক মন্ত্ৰালয়ে এই সন্দৰ্ভত কাটাৰৰ আদালতৰ কাষ!-->!-->!-->…