ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

INTERNATIONAL

বিৰোধীৰ প্ৰতিবাদৰ মাজতেই ৰে’লত অগ্নিসংযোগ দুৰ্বৃত্তৰ; শিশু-মহিলাসহ চাৰিজনৰ মৃ্ত্যু

অহা মাহৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে চৰকাৰক পদত্যাগ কৰাৰ দাবীত হেঁচা প্ৰয়োগ কৰিবলৈ বিৰোধীয়ে আহ্বান জনোৱা দেশজুৰি ধৰ্মঘটৰ সময়তে মঙলবাৰে বাংলাদেশত সংঘটিত হয় ভয়ংকৰ ঘটনা। ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে ৰে’লত অগ্নিসংযোগ কৰাৰ ফলত চাৰিজন লোকৰ মৃত্যু

আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমক বিহ খুৱালে কোনে !   

ছচিয়েল মিডিয়াৰ খবৰ কিমান সঁচা , কিমান মিছা ! ছচিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈ পৰিছে আণ্ডাৰৱৰ্ল্ডৰ ডন ডাউদ ইব্ৰাহিমক কৰাচীত কোনোবাই বিহ খুৱাইছে ।বৰ্তমান কৰাচীৰ এখন চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা দাউদৰ অৱস্থা

শ্বেইখ নৱাফ অল-আহমেদ অল-ছাবাহ কোন ? ishan news…

ভাৰতত ৰাষ্ট্ৰীয় শোক পালন কুৱেইটৰ আমিৰ শ্বেইখ নৱাফ অল-আহমেদ অল-ছাবাহ আল জাৱেৰৰ প্ৰতি সন্মান জনায় আজি ভাৰতে এদিনীয়া ৰাষ্ট্ৰীয় শোক পালন কৰে । ৮৬ বছৰ বয়সত মৃত্যু হোৱা কুৱেইটৰ আমিৰ শ্বেইখ নৱাফ অল আহমেদ অল ছাবাহ মাত্ৰ

নিষিদ্ধ হ’ল আইফোন! চৰকাৰী বিষয়াসকলক আইফোন ব্যৱহাৰত বাধা! ISHAN NEWS…

এপল কোম্পানীত মোক্ষম আঘাত।বিশ্বজুৰি জনপ্ৰিয়তাৰ মাজতে এখন দেশত নিষিদ্ধ হ’ল আইফোনৰ ব্যৱহাৰ। দেশখনৰ চৰকাৰী কাৰ্যালয় আৰু প্ৰতিষ্ঠানসমূহলৈ কৰ্মচাৰীসকলে আনিব নোৱাৰিব আইফোন! যোৱা ছেপ্টেম্বৰৰ পৰা চীনে চৰকাৰী সংস্থাসমূহৰ কৰ্মচাৰীসকলক আইফোন আৰু

আমেৰিকাই পেলেষ্টাইনক গতাব গাজা! আমেৰিকাৰ সিদ্ধান্তৰ পাছতে ক্ষোভত ফাটিছে ইজৰাইল

ইজৰাইল আৰু হামাছৰ যুদ্ধৰ পিছত কি হ’ব গাজাৰ? কোনে শাসন কৰিব গাজাত? ইয়াকে লৈ বিশ্ববাসীৰ মাজত কৌতুহল। আক্ৰমণ-প্ৰত্যাক্ৰমণ অব্যাহত থকাৰ মাজতে গাজাক লৈ আমেৰিকাৰ নতুন পৰিকল্পনা!যুদ্ধৰ পিছত গাজাৰ ক্ষমতা পেলেষ্টাইনক গতাবলৈ

মাজ সাগৰত ডুবিল যাত্ৰীভৰ্তি জাহাজ, নিহত ৬১ গৰাকী যাত্ৰী

মাজ সাগৰত ডুবিল যাত্ৰীভৰ্তি জাহাজ। এই ভয়ংকৰ দুৰ্ঘটনাটোত নিহত ৬১ গৰাকী যাত্ৰী নিহত হৈছে। মৃতসকলৰ ভিতৰত মহিলা আৰু শিশুও আছে।লিবিয়াত সংঘটিত হৈছে এই ঘটনাটো। দুৰ্ঘটনাৰ সময়ত জাহাজখনত প্ৰায় ৮৬ গৰাকী যাত্ৰী আছিল।লিবিয়াৰ পৰা জাৱাৰা চহৰৰ পৰা

ইজৰাইলত ওলাইছে চাকৰি, দৰমহা প্ৰতিমাহে এক লাখ টকা 

ইজৰাইল আৰু পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছৰ মাজত প্ৰায় দুমাহ ধৰি চলা যুদ্ধই জোকাৰি গৈছে পশ্চিম এছিয়াক। এই যুদ্ধই ইজৰাইলত নতুন সংকটৰ সৃষ্টি কৰিছে। শেহতীয়াকৈ কৰ্মচাৰীৰ অভাৱত জুৰুলা হৈছে যুদ্ধৰ ক’লা ধোঁৱাই ধুৱলি কুঁৱলী কৰি ৰখা

ইজৰাইল আৰু আমেৰিকাৰ সম্পৰ্কত ফাঁট! যুদ্ধ বন্ধ কৰিবলৈ আমেৰিকাই দিয়া প্ৰস্তাৱ নামানিলে ইজৰাইলে ।…

যুদ্ধ চলি থকাৰ মাজতে ইজৰাইল আৰু আমেৰিকাৰ সম্পৰ্কত ফাঁট! এটা প্ৰস্তাৱক কেন্দ্ৰ কৰি আমেৰিকা আৰু ইজৰাইলৰ মাজত আৰম্ভ হৈছে মতবিৰোধ। আমেৰিকাই এটি প্ৰস্তাৱৰ জৰিয়তে অতি শীঘ্ৰেই গাজাৰ ওপৰত আক্ৰমণ বন্ধ কৰিবলৈ পৰামৰ্শ দিছিল ইজৰাইলক। আমেৰিকাৰ এই

হামাছক নিঃশেষ কৰিবলৈ গৈ ভুল কৰিলে ইজৰাইলে! নিজ দেশৰ নাগৰিকৰে ল’লে প্ৰাণ। ishan news…

হামাছক নিঃশেষ কৰিবলৈ গৈ ভয়ংকৰ ভুল কৰিলে ইজৰাইলে! বঙহৰ তেজেৰে ৰাঙলী হ’ল ইজৰাইলৰ হাত! নিজৰেই দেশৰ ৩ নাগৰিকক হত্যা কৰিলে ইজৰাইলী সেনাই। গাজাৰ শেজায়াত ৩ পণবন্দী যুৱকক ভুলবশতঃ গুলীয়াই ইজৰাইলী সেনাই হত্যা কৰে। নিহত ৩ পণবন্দীৰ ভিতৰত দুজনক

এতিয়াৰে পৰা ভিছা অবিহনে যাব পাৰিব ইৰাণলৈ

মালয়েছিয়াৰ পাছত ভাৰতীয়সকললৈ উপহাৰ ছিয়া মুছলিম দেশ ইৰাণৰ। এতিয়াৰে পৰা ইৰাণলৈ যাব বিচাৰিলে নালাগে ভিছা। ভাৰত আৰু ছৌদি আৰৱকে ধৰি ৩৩ খন দেশৰ নাগৰিকৰ বাবে ভিছাৰ প্ৰয়োজনীয়তা বাতিল কৰিলে ইৰাণে। অৰ্থাৎ এতিয়াৰে পৰা ভাৰতীয় নাগৰিকে