ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

INTERNATIONAL

ভয়ংকৰ পথ দুৰ্ঘটনা; ট্ৰাকত প্ৰচণ্ড খুন্দা যাত্ৰীবাহী বাছৰ, ১০ জনৰ মৃত্যু

নাইজেৰিয়াৰ দক্ষিণ-পশ্চিম অঞ্চলত মঙলবাৰে পুৱা এখন দ্ৰুতবেগী বাছে এখন ট্ৰাকত খুন্দা মৰাৰ ফলত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ লগতে আন সাতজন লোক আঘাতপ্ৰাপ্ত হয় বুলি যান-বাহন আৰক্ষীয়ে জনায়। দক্ষিণ-পশ্চিমৰ অয়’, অগুন আৰু লাগোছ ৰাজ্যৰ মাজেৰে

পানীৰে হামাছক নিঃশেষ কৰিব ইজৰাইলে! আৰম্ভ হ’ল অভিযান । ISHAN NEWS…

হামাছক নিঃশেষ কৰাৰ বাবে এইবাৰ ইজৰাইল সেনাই ব্যৱহাৰ কৰিছে সাগৰৰ পানী। সাগৰৰ পানী ব্যৱহাৰ কৰি হামাছক পুলিয়ে পোখায়ে উভালিব ইজৰাইলে। ইতিমধ্যে ইজৰাইলৰ হাজাৰ হাজাৰ মিছাইলত ধ্বংসস্তুপত পৰিণত হৈছে গাজা। ইয়াৰ পাছতো হামাছৰ বিৰুদ্ধে ইজৰাইলে

ভাৰতৰ সমৰ্থন, আমেৰিকাৰ বিৰোধিতা! ৰাষ্ট্ৰসংঘত গৃহীত যুদ্ধবিৰতিৰ প্ৰস্তাৱ!

পুনৰ এবাৰ ইজৰাইলৰ বিৰুদ্ধে থিয় দিলে ভাৰতে! ইজৰাইল আৰু হামাছৰ মাজত সংঘৰ্ষ চলি থকাৰ মাজতে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই জৰুৰী বৈঠকৰ আহ্বান কৰে। এই বৈঠকত তাৎক্ষণিক যুদ্ধবিৰতিৰ প্ৰস্তাৱ উপস্থাপন কৰা হয়। ভাৰতসহ ১৫৩ খন ৰাষ্ট্ৰৰ সমৰ্থনত সাধাৰণ সভাত

২০২৪ৰ জানুৱাৰীত চন্দ্ৰত মহাকাশযান অৱতৰণ চেষ্টা চলাব জাপানে

চন্দ্ৰত মহাকাশযান অৱতৰণৰ বাবে সাজু হৈ উঠিছে জাপান । ভাৰতৰ চন্দ্ৰযান-৩ অভিযানৰ সফলতাৰ পিছত এতিয়া চন্দ্ৰত মহাকাশযানৰ সফল অৱতৰণৰ বাবে সাজু হৈছে জাপান। জাপান এৰ’স্পেচ এক্সপ্ল’ৰেশ্যন এজেন্সীয়ে চলিত বৰ্ষৰ ছেপ্টেম্বৰ মাহত অভিযান

চাবোন আপুনি কি কামত ব্যৱহাৰ কৰে? চাবোনেৰে আপুনি স্থানান্তৰ কৰিব পাৰে অট্টালিকা।

গা ধোৱা, কাপোৰ ধোৱাৰ উপৰি চাবোন আপুনি কি কামত ব্যৱহাৰ কৰে? চাবোনেৰে আপুনি স্থানান্তৰ কৰিব পাৰে অট্টালিকা। শুনিবলৈ অবাস্তব যেন লাগিলেও বাস্তৱত সম্ভৱ হৈ উঠিছে এই কাৰ্য। চাবোনৰ সহায়েৰে নভঙাকৈয়ে বিশাল বিশাল অট্টালিকা এটা স্থানৰ পৰা আন এটা

নাৰ্গিছ মহম্মদীৰ হৈ শান্তিৰ নোবেল বঁটা গ্ৰহণ কৰিলে নাৰ্গিছীৰ দুই যমজ সন্তানে

২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা বিজয়ী কাৰাবন্দী সমাজকৰ্মী নাৰ্গিছ মহম্মদীৰ হৈ শান্তিৰ নোবেল বঁটা গ্ৰহণ কৰিলে নাৰ্গিছীৰ দুই যমজ সন্তানে । ইৰাণৰ সমাজকৰ্মী নাৰ্গিছীৰ সন্তান আলী ৰহমানী আৰু কিয়ানা ৰহমানীয়ে মাতৃৰ হৈ বঁটা গ্ৰহণ কৰে

ভয়ংকৰ! মহিলাৰ চকুৰ পৰা ওলাই আহিল ৬০ টাকৈ জীৱন্ত পোক! ishan news…

এগৰাকী মহিলাৰ চকুৰ পৰা ওলাই আহিল ৬০ টাকৈ জীৱন্ত পোক! অবিশ্বাস্য যেন লাগিলেও বাস্তৱত সংঘটিত হৈছে এই ঘটনা। মহিলাগৰাকীৰ চকু দুটা বহুদিন ধৰি খজুৱাই আছিল। খজুৱতিটো ইমানেই অস্বস্তিকৰ আছিল যে মহিলাগৰাকীয়ে নিজকে নিয়ন্ত্ৰণ কৰিব পৰা নাছিল। খজুৱতিৰ

গাজাক লৈ ভাৰতৰ চিন্তা! পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰীৰ সৈতে কথা পাতিলে ভাৰতৰ বিদেশমন্ত্ৰীয়ে

ইজৰাইলৰ ধাৰাবাহিক আক্ৰমণত ধ্বংসস্তুপত পৰিণত হৈছে গাজা। গাজাত চলি থকা ইজৰাইলী সেনাৰ আক্ৰমণত উদ্বিগ্ন ভাৰত। হামাছ আৰু ইজৰাইলৰ মাজত যুদ্ধ অব্যাহত থকাৰ মাজতে পেলেষ্টাইনৰ প্ৰধানমন্ত্ৰী মহম্মদ শতয়েহৰ সৈতে টেলিফোনিক বাৰ্তালাপত মিলিত হল ভাৰতৰ

মাটিৰ তলত ২.৫ কিঃমিঃ গভীৰতাৰ গৱেষণাগাৰ?  মাটিৰ তলত কি বিচাৰিছে চীনে?

মাটিৰ তলত পৃথিৱীৰ আটাইতকৈ গভীৰ পৰীক্ষাগাৰ নিৰ্মাণ কৰি এইবাৰ চমক দেখুৱাইছে চীনে। চীনৰ দক্ষিণ-পশ্চিম চিচুয়ান প্ৰদেশত নিৰ্মাণ কৰা এই পৰীক্ষাগাৰটোৰ গভীৰতা ২৪০০ মিটাৰ। জিনপিং লেব নামেৰে নামকৰণ কৰা এই পৰীক্ষাগাৰত ইতিমধ্যে কাম কৰা আৰম্ভ কৰিছে

কোৰাণক অপমান কৰিলেই যাব লাগিব জেললৈ! আহি গ’ল কঠোৰ আইন!

এতিয়াৰে পৰা কোৰাণক অপমান কৰিলেই যাব লাগিব জেললৈ! ৰাজহুৱা স্থানত কোৰাণৰ প্ৰতিলিপি জ্বলালে বা ছিঙিলে, বিতৰ্কিত ভিডিঅ প্ৰস্তুত কৰিলে অপৰাধ বুলি গণ্য কৰি বিহা হ’ব কাৰাদণ্ড। লগতে অভিযুক্তই ভৰিব লাগিব জৰিমণা। ইউৰোপৰ এজন দেশে কোৰাণ জ্বলোৱা