ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

INTERNATIONAL

ইজৰাইল-হামাছৰ যুদ্ধত প্ৰাণ হেৰুৱালে মন্ত্ৰীৰ পুত্ৰই

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ পৰা আহিছে এক ডাঙৰ খবৰ। হামাছৰ আক্ৰমণত ইজৰাইলৰ এগৰাকী মন্ত্ৰীৰ পুত্ৰৰ মৃত্যু ঘটিছে। মন্ত্ৰী গদী আইজনকোটৰ পুত্ৰ গল মীৰ আইজনকোটৰ লগতে আন এজন সৈনিকৰো মৃত্যু ঘটিছে বুলি ইজৰাইলী সেনাই প্ৰকাশ কৰিছে।

বিশ্ববিদ্যালয়ত ভয়ংকৰ গুলীচালনা; ৩ জনৰ মৃত্যু, এজন গুৰুতৰভাৱে আহত

আমেৰিকাৰ লছ ভেগাছৰ এখন বিশ্ববিদ্যালয়ত সংঘটিত হৈছেো ভয়ংকৰ গুলীচালনা। এই ঘটনাত তিনিজন লোক নিহত হোৱাৰ লগতে আন এজন গুৰুতৰভাৱে আহত হয়। আৰক্ষীয়ে জনোৱা মতে, গুলীচালনা কৰা সন্দেহযুক্ত লোকজনো নিহত হৈছে। গুলীচালনা সংঘটিত হৈছিল নেভাদা

ভাৰত বিৰোধী কাৰ্যত লিপ্ত থকা খালিস্তানী সন্ত্ৰাসবাদী লখবীৰ সিঙৰ মৃত্যু

পাকিস্তানত আত্মগোপন কৰি থকা খালিস্তানী সন্ত্ৰাসবাদী লখবীৰ সিং ৰোডেৰ মৃত্যু হোৱাৰ খবৰ আহিছে। হৃদক্ৰিয়া বন্ধ হৈ মৃত্যুক সাৱটি লৈছে ৭২ বছৰীয়া লখবীৰ সিঙে। চোৰাংচোৱা সংস্থাই খালিস্তানী সন্ত্ৰাসবাদীগৰাকীৰ মৃত্যু নিশ্চিত কৰে। খালিস্তানী

চীনৰ ৰহস্যময়ী নিউমনীয়া ৰোগ সন্দৰ্ভত কেইবাখনো ৰাজ্যলৈ কেন্দ্ৰৰ সতৰ্কবাণী

চীনৰ ৰহস্যময়ী নিউমনীয়া ৰোগ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰে ৰাজস্থান, কৰ্ণাটক, গুজৰাট, উত্তৰাখণ্ড, হাৰিয়ানা আৰু তামিলনাডুলৈ সতৰ্কবাণী জাৰি কৰিছে। ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগকশ্বাস-প্ৰশ্বাসজনিত ৰোগত আক্ৰান্ত ৰোগীৰ বাবে সাজু হৈ থাকিবলৈ নিৰ্দেশ

বন্দুকৰ গুলীৰ ভয়ত হাঁহিবলৈ আৰু হাত জোকাৰিবলৈ বাধ্য হৈছে হামাছে মুকলি কৰি দিয়া বন্দীয়ে।

ইজৰাইল আৰু হামাছৰ যুদ্ধবিৰতিৰ সময়ছোৱাত সোমবাৰে নিশা হামাছে গাজাৰ পৰা ১১ জন ইজৰাইলীক মুকলি কৰি দিয়ে। ইফালে ইজৰাইলত বন্দী হৈ থকা ৫৩ জন পেলেষ্টাইনীক মঙলবাৰে পুৱাই মুকলি কৰি দিয়ে ইজৰাইলে । বন্দী সকলক মুক্তিৰ পাছতে সামাজিক মাধ্যমত

যুদ্ধবিৰতিৰ সময়ছোৱাত হামাছে মুকলি কৰি দিয়ে পেলেষ্টাইনীক

হামাছ আৰু ইজৰাইলৰ যুদ্ধবিৰতিৰ সময়ছোৱাত শনিবাৰে নিশা হামাছে ইজৰাইলী পণবন্দীৰ দ্বিতীয়টো গোটক মুকলি কৰি দিয়ে।ইয়াৰ বিনিময়ত ইজৰাইলে মুকলি কৰি দিয়ে ৩৯ জন পেলেষ্টাইনীক।যুদ্ধবিৰতি চুক্তিৰ অধীনত হামাছে ১৩ জন ইজৰাইলী আৰু চাৰিজন

বৰফ গলিল ! কানাডৰ নাগৰিকৰ বাবে ভাৰতে মুকলি কৰিলে ই-ভিছা সেৱা ।

কানাডাৰ নাগৰিকৰ বাবে ভাৰতে ই-ভিছা সেৱা পুনৰ মুকলি কৰিছে। যোৱা প্ৰায় দুমাহ ধৰি ভাৰত-কানাডাৰ মাজৰ কূটনৈতিক সম্পৰ্ক বিঘ্নিত হোৱাৰ পাছত ভাৰতে পুনৰ ই-ভিছা সেৱা আৰম্ভ কৰিছে ।দেশৰ মাননীয় প্ৰধানমন্ত্ৰী শ্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত আজি অনুষ্ঠিত

কয়লা কোম্পানীৰ অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ২৫গৰাকী লোকৰ মৃত্যু

চীনৰ চাংচি প্ৰদেশৰ লুলিয়াঙত কয়লা কোম্পানী এটাৰ ভৱনত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত ২৫ জন লোকৰ মৃত্যু হয়। মঙলবাৰ অৰ্থাত ১৬ নৱেম্বৰৰ পুৱা প্ৰায় ৬:৫০ বজাত এই ঘটনা সংঘটিত হয়। অগ্নিকাণ্ড সংঘটিত হোৱাৰ পিছত এতিয়ালৈকে ৬৩ জন লোকক অট্টালিকাটোৰ

ফুটপাথত শুই থকা আৰ্তজনক সহায়; আফগান ক্ৰিকেটাৰৰ মহান কৰ্মই জিনিছে হৃদয়, ভাইৰেল ভিডিঅ’

ভাৰতত চলি থকা এদিনীয়া বিশ্বকাপৰ ছেমি ফাইনেলত স্থান নিশ্চিত কৰিব নোৱাৰিলে আফগানিস্তানে। কিন্তু প্ৰতিযোগিতাখনত দলটোৰ খেলুৱৈসকলে দেখুওৱা প্ৰদৰ্শনে বিশ্বৰ ক্ৰিকেট অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। আফগানিস্তানৰ খেলুৱৈসকলক লৈ চৰ্চা চলি

বন্দুকধাৰী আক্ৰমণকাৰীৰ গুলীত ভাৰতীয় মূলৰ এজন ব্যক্তি আৰু তেওঁৰ ১১ বছৰীয়া পুত্ৰৰ মৃত্যু

কানাডাত ভাৰতীয় মূলৰ এজন শিখ ধৰ্মালম্বী লোক আৰু তেওঁৰ পুত্ৰক দিন দুপৰতে গুলীয়াই হত্যা কৰা হয়। শনিবাৰে এডমন্টন চহৰৰ এটা গেছ ষ্টেচনৰ সমীপত সংঘটিত হয় এই ঘটনা। আৰক্ষীৰ মতে, লোকজনৰ নাম হৰপ্ৰীত সিং উপ্পল, যাৰ বয়স আছিল ৪১ বছৰ। আনহাতে তেওঁৰ