Browsing Category
INTERNATIONAL
যুদ্ধৰ মাজতে ইজৰাইলে ভাৰতৰ পৰা বিচাৰিলে ১০০০০০ শ্ৰমিক! কি পৰিকল্পনা ইজৰাইলৰ প্ৰধানমন্ত্ৰীৰ?
বিগত এমাহৰ পৰা ইজৰাইল আৰু হামাছৰ মাজত চলি আছে যুদ্ধ। হামাছৰ আক্ৰমণৰ পিছৰে পৰা গাজা ষ্ট্ৰিপত হামাছক সম্পূৰ্ণৰূপে নিঃশেষ কৰাৰ লক্ষ্যৰে ভয়ংকৰভাৱে আক্ৰমণ চলাই আহিছে ইজৰাইলে।
এই ভয়াৱহ যুদ্ধৰ মাজতে আহিছে এক চাঞ্চল্যকৰ খবৰ। যুদ্ধত ব্যস্ত!-->!-->!-->…
ইজৰাইলৰ হৈ যুদ্ধ কৰি থকা ভাৰতীয় মূলৰ ২০ বছৰীয়া যুৱকৰ মৃত্যু
প্ৰায় এমাহৰ পৰা চলি আছে ইজৰাইল আৰু হামাছৰ মাজৰ যুদ্ধ। দুয়ো পক্ষই চলাই আছে তীব্ৰ আক্ৰমণ। এতিয়ালৈকে এই যুদ্ধত হাজাৰ হাজাৰ লোকে প্ৰাণ হেৰুৱাইছে।
শেহতীয়াকৈ ভাৰতীয় মূলৰ এজন ২০ বছৰীয়া ইজৰাইলী জোৱানৰ এই যুদ্ধত মৃত্যু হৈছে। ইজৰাইলৰ চহৰ!-->!-->!-->…
যুদ্ধৰ মাজতে ইজৰাইলৰ বৃহৎ পদক্ষেপ; চিন্তিত ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ মোদীৰ সৈতে ফোনত বাৰ্তালাপ
ইজৰাইল আৰু হামাছৰ মাজত চলি থকা ভয়াৱহ যুদ্ধ সন্দৰ্ভত ইজিপ্তৰ ৰাষ্ট্ৰপতি আব্দেল ফাটাহ আল চিছিৰ সৈতে ফোনযোগে আলোচনা কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। তেওঁ যুদ্ধ আৰু ইয়াৰ পৰিণতিক লৈ উদ্বেগ প্ৰকাশ কৰে।
ইজিপ্তৰ ৰাষ্ট্ৰপতিৰ মুখপাত্ৰই!-->!-->!-->…
কয়লা খনিত ভয়ংকৰ অগ্নিকাণ্ড, ২১ জন শ্ৰমিক নিহত, ২৫ জনতকৈ অধিক নিৰুদ্দেশ
কাজাখস্তানৰ কয়লা খনিত ব্যাপক অগ্নিকাণ্ড সংঘটিত হোৱাৰ খবৰ লাভ কৰা গৈছে। তথ্য অনুসৰি এই বৃহৎ অগ্নিকাণ্ডৰ ফলত ২১ জন লোক অগ্নিদগ্ধ হৈ মৃত্যুমুখত পৰে।
এই মৰ্মান্তিক ঘটনাটোত ২৫ জনতকৈ অধিক লোক নিৰুদ্দেশ হোৱা বুলি জানিব পৰা গৈছে। কয়লা খনিটো!-->!-->!-->…
ইজৰাইল-হামাছৰ যুদ্ধ অন্ত পৰিব নেকি ? হামাছে কি চৰ্ত আগবঢ়াইছে বন্দী মুক্তিৰ বাবে ? ৰাষ্ট্ৰসংঘৰ…
হামাছৰ হাতত বন্দী হৈ থকা ব্যক্তি সকলক চৰ্ত পূৰণ হ’লে মুকলি কৰি দিব বুলি উল্লেখ কৰিছে সন্ত্রাসবাদী সংগঠন হামাছে ।ইছলামীক উগ্ৰপন্থী সংগঠন হামাছে ইজৰাইল আৰু আন বহু দেশৰ লোকক বন্দী কৰি ৰাখিছে। সেই সকল বন্দীক মুকলি কৰিবলৈ সাজু হৈছে হামাছ ।!-->…
ভাৰতৰ সপোনৰ প্ৰকল্প বন্ধ কৰিবলৈ হামাছে ইজৰাইলত কৰিছে আক্ৰমণ : জ’ বাইডেনৰ দাবী
ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধ সন্দৰ্ভত আমেৰিকাৰ ৰাষ্ট্ৰপতি জ’ বাইডেনে এক বৃহৎ তথা ডাঙৰ দাবী উত্থাপন কৰিছে।
জ’ বাইডেনৰ মতে ইজৰাইলৰ ওপৰত হামাছে চলোৱা সন্ত্ৰাসবাদী আক্ৰমণৰ এটা কাৰণ হ'ব পাৰে শেহতীয়াকৈ নতুন দিল্লীত অনুষ্ঠিত হোৱা!-->!-->!-->…
বিশাল বিমানেৰে যুদ্ধ বিধ্বস্ত গাজালৈ সাহায্য সামগ্ৰী প্ৰেৰণ ভাৰতৰ
ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধৰ মাজতে গাজাবাসীৰ বাবে মানৱীয় সাহায্য প্ৰেৰণ কৰিছে ভাৰতে। হামাছৰ ওপৰত ইজৰাইলৰ প্ৰতিশোধমূলক আক্ৰমণৰ বাবে সম্প্ৰতি বৃহৎ সংকটৰ সন্মুখীন হৈছে গাজাবাসী।
ভাৰতে সহায়ৰ হাত আগবঢ়াই মানৱীয় সাহায্য প্ৰেৰণ কৰাৰ!-->!-->!-->…
চাৰি বছৰৰ পিছত স্বভূমিলৈ উভতিব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ
আজি স্বভূমিলৈ উভতি আহিব পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফ। বিগত চাৰি বছৰ ধৰি তেওঁ পাকিস্তানৰ বাহিৰত আছিল।
নিৰ্বাচনৰ ঠিক পূৰ্বে তেওঁ পাকিস্তানলৈ উভতি অহাটোৱে ৰাজনীতিত প্ৰত্যাৱৰ্তনৰ ইংগিত প্ৰদান কৰিছে।
ইফালে প্ৰাক্তন!-->!-->!-->!-->!-->…
ইজৰাইল-হামাছৰ যুদ্ধত এতিয়ালৈ কিমানে হেৰুৱালে প্ৰাণ? জানিবলৈ পঢ়ক….
যোৱা ১৩ দিন ধৰি চলি থকা হামাছ-ইজৰাইল যুদ্ধত এতিয়ালৈকে মৃত্যুৰ সংখ্যা প্ৰায় পাঁচ হাজাৰ অতিক্ৰম কৰাৰ বিপৰীতে হাজাৰ হাজাৰ লোক আহত আৰু গৃহহীন হৈ পৰিছে।
ৰাষ্ট্ৰসংঘৰ মানৱীয় পৰিক্ৰমা সমন্বয়ৰ কাৰ্যালয়ে শেহতীয়াকৈ প্ৰকাশ কৰা তথ্য অনুসৰি!-->!-->!-->…
আগে আগে জো বাইডেন, পাছে পাছে ঋষি ছুনাক
বুধবাৰে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন ইজৰাইলত উপস্থিত হোৱাৰ পাছত আজি ব্ৰিটেইনৰ প্রধানমন্ত্রী ঋষি ছুনাক উপস্থিত হয় ইজৰাইলত । বাইডেনৰ পাছত ঋষি ছুনাকৰ ইজৰাইল ভ্রমণক লৈ আৰম্ভ হৈছ ব্যাপক চৰ্ছা ।ইজৰাইলত উপস্থিত হৈ যুদ্ধৰ ধ্বংসলীলা দেখি শোক!-->…