ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

INTERNATIONAL

আপুনি টুইটাৰৰ পোষ্টত ‘লাইক বুটাম’ টিপিব বিচাৰে নেকি? নে এক্সৰ পৃষ্ঠাত পুনৰ পোষ্ট কৰিব…

পূৰ্বৰ টুইটাৰ তথা বৰ্তমানৰ এক্সে নতুন 'চাবস্ক্ৰিপশ্বন মডেল' প্ৰৱৰ্তন কৰিবলৈ সাজু হৈ উঠিছে । মঙলবাৰে, এক্সে "নট এ বট" নামৰ নতুন "চাবস্ক্ৰিপশ্বন মডেল" মুকলি কৰিছে। এই নতুন মডেলত 'লাইক, উত্তৰ' আৰু 'ৰিপোষ্ট' 'বুকমাৰ্ক'ৰ বাবে ধন খৰচ কৰিব লাগিব

পুনৰ ৬.৩ প্ৰাবল্যৰ ভয়ংকৰ ভূমিকম্পৰ কম্পন; বহু লোকৰ মৃত্যুৰ আশংকা

দেওবাৰে পুৱা পুনৰ এক শক্তিশালী ভূমিকম্পই জোকাৰি যায় উত্তৰ-পশ্চিম আফগানিস্তান। আফগান নিউজ চেনেল ট’লো নিউজৰ বাতৰি অনুসৰি, ৰিখটাৰ স্কেলত এই ভূমিকম্পৰ প্ৰাৱল্য আছিল ৬.৩। জানিব পৰা অনুসৰি, ৬.৩ কিলোমিটাৰ গভীৰতাত এই ভূমিকম্পৰ কেন্দ্ৰবিন্দু।

ইজৰাইলৰ সফলতা; বিমান আক্ৰমণত হামাছৰ শীৰ্ষ নেতাৰ মৃত্যু

মধ্যপ্ৰাচ্যত নতুনকৈ উত্তেজনাৰ সৃষ্টি কৰি ইজৰাইল আৰু পেলেষ্টাইনী সশস্ত্ৰ সংগঠন হামাছৰ মাজত চলি আছে যুদ্ধ। আজি এই যুদ্ধৰ সপ্তম দিন। যুদ্ধৰ মাজতে গাজা চহৰত ইছলামিক গোটটোৰ বিমান আক্ৰমণৰ নেতৃত্ব দিয়া হামাছৰ এজন শীৰ্ষ নেতা ইজৰাইলৰ বিমান

ইজৰাইলৰ ওপৰত আক্ৰমণ চলোৱা হামাছৰ শক্তিৰ আঁৰৰ চাৰিখন মুখ

সমগ্ৰ বিশ্বৰ দৃষ্টি এতিয়া ইজৰাইল-হামাছ যুদ্ধৰ ওপৰত। বিগত ৭ অক্টোবৰ অৰ্থাত শনিবাৰে হামাছে চলোৱা অতৰ্কিত আক্ৰমণৰ পিছৰে পৰা ইজৰাইলেও তীব্ৰতৰ কৰি তুলিছে আক্ৰমণ। ইজৰাইলে গাজা সীমান্তলৈ টেংকৰসহ প্ৰায় ৩ লাখ ৰিজাৰ্ভ বাহিনী প্ৰেৰণ কৰিছে।

পেলেষ্টাইনত বসবাস কৰা ভাৰতীয়ৰ বাবে জৰুৰীকালীন নম্বৰ জাৰি

ইজৰাইলৰ ওপৰত পেলেষ্টাইনী উগ্ৰপন্থী সংগঠন হামাছে ৰকেট আক্ৰমণৰ পিছত আৰম্ভ হোৱা যুদ্ধৰ মাজতে ভাৰতীয়সকলৰ বাবে জাৰি কৰা হৈছে হেল্পলাইন নম্বৰ। পেলেষ্টাইনস্থিত ভাৰতৰ প্ৰতিনিধি কাৰ্যালয়ে বুধবাৰে (১১ অক্টোবৰ) কয় যে নিৰাপত্তাজনিত কাৰণৰ প্ৰতি

যাত্ৰীৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি এয়াৰ ইণ্ডিয়াই ১৪ অক্টোবৰলৈ বাতিল কৰিলে সকলো বিমান

ইজৰাইল আৰু পেলেষ্টাইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে এয়াৰ ইণ্ডিয়াই ইজৰাইলৰ পৰা বিমান সেৱা বাতিল কৰিছে। এয়াৰ ইণ্ডিয়াৰ মুখপাত্ৰই কয় যে আমাৰ যাত্ৰী আৰু ক্ৰুৰ সুৰক্ষাৰ বাবে ইজৰাইলৰ টেল আভিভৰ পৰা এয়াৰ ইণ্ডিয়াৰ বিমান ১৪ অক্টোবৰলৈকে বন্ধ

ইজৰাইল-হামাছৰ মাজৰ যুদ্ধত এতিয়ালৈকে ৫০০ৰো অধিক লোকৰ মৃত্যু

ৰাছিয়া-ইউক্ৰেইনৰ মাজত চলি থকা যুদ্ধৰ মাজতে আৰম্ভ হৈছে আন এখন যুদ্ধ। শনিবাৰে পেলষ্টাইনৰ সন্ত্ৰাসবাদী সংগঠন হামাছে ইজৰাইলত ৰকেটেৰে আক্ৰমণ কৰাৰ লগে লগে আৰম্ভ হয় দুয়োখন দেশৰ মাজত যুদ্ধ।ইজৰাইলী সেনা আৰু হামাছৰ আক্ৰমণ প্ৰত্যাক্ৰমণত এতিয়ালৈকে অতি

ক্ৰিকেট বিশ্বকাপত দক্ষিণ আফ্ৰিকাই ৰচিলে ইতিহাস; সৰ্বাধিক স্ক’ৰৰ লগতে গঢ়িলে কেইবাটাও ৰেকৰ্ড

ভাৰতৰ ভূমিত চলি থকা এদিনীয়া বিশ্বকাপত দক্ষিণ আফ্ৰিকাই বিস্ফোৰক ৰূপত আৰম্ভ কৰিছে নিজৰ অভিযান। দক্ষিণ আফ্ৰিকাৰ বেটাৰসকলে প্ৰতিযোগিতাখনৰ প্ৰথমখন মেচতে এটা নহয় কেইবাটাও বৃহত অভিলেখ গঢ়িবলৈ সক্ষম হৈছে। দিল্লীৰ অৰুণ জেটলী ক্ৰিকেট ষ্টেডিয়ামত

২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত নাৰ্গিছ মহম্মদী কোন ?

২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটাৰে সন্মানিত কৰা হয় ইৰাণৰ সংগ্ৰামী মহিলা সমাজকৰ্মী নাৰ্গিছ মহম্মদীক । ১৯৭২ চনৰ ২১ এপ্ৰিলত জন্মগ্ৰহণ কৰা নাৰ্গিছ মহম্মদীয়ে ইৰাণৰ মহিলা সকলৰ ওপৰত চলা উৎপীড়নৰ বিৰুদ্ধে মাত মাতিছিল । নোবেল বঁটা কমিটিয়ে নাৰ্গিছ

২৪ ঘণ্টাত আফগানিস্তানৰ হাতত দুবাৰকৈ পৰাস্ত হ’ল সিংহলী বাহিনী

এছিয়ান গেমছ ২০২৩ৰ পুৰুষৰ ক্ৰিকেট ইভেণ্টৰ তৃতীয়খন কোৱাৰ্টাৰ ফাইনেলত আফগানিস্তানে শ্ৰীলংকাক ৮ ৰানত পৰাস্ত কৰে। এই জয়েৰে আফগানিস্তানে এছিয়াডৰ ছেমি ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে যোৱা ২৪ ঘন্টাৰ ভিতৰত আফগানিস্তানে শ্ৰীলংকাক