Browsing Category
INTERNATIONAL
অভিজাত মলত ভয়ংকৰ গুলীচালনা; তিনিজন লোকৰ মৃত্যু, গ্ৰেপ্তাৰ ১৪ বছৰীয়া বন্দুকধাৰী
মঙলবাৰে থাইলেণ্ডৰ ৰাজধানী বেংককত ভয়ংকৰ গুলীচালনা সংঘটিত হৈছে। এটা অতি ব্যস্তপূৰ্ণ তথা অভিজাত মলত সংঘটিত হোৱা গুলীচালনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে গুৰুতৰভাৱে আহত হৈছে তিনিজন লোক।
আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত বাতৰি অনুসৰি!-->!-->!-->…
ভাইৰেল ভিডিঅ’; টিভি টক শ্ব’ত প্ৰচণ্ড মাৰপিট, চৰ-কিল, গোৰ-ঘোচা আদিৰে আক্ৰমণ
টেলিভিছনৰ লাইভ টক শ্ব’ৰ সময়ত পাকিস্তানৰ দুগৰাকী ৰাজনৈতিক নেতাৰ প্ৰচণ্ড মাৰপিট। ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰা এই মাৰপিটৰ দৃশ্যই হাঁহিৰ খোৰাক দিছে সাধাৰণ লোকক।
দৰাচলতে জাভেদ চৌধাৰীৰ এক্সপ্ৰেছ নিউজত চলি আছিল এটা টক শ্ব'। টক শ্ব’ত বিতৰ্ক!-->!-->!-->…
মছজিদৰ সমীপত আত্মঘাতী বোমা বিস্ফোৰণ; ৫২ জন লোকৰ মৃত্যু, ৫০ জন আহত
পাকিস্তানৰ বেলুচিস্তান প্ৰদেশৰ এটা মছজিদৰ সমীপত শুকুৰবাৰে সংঘটিত এক শক্তিশালী আত্মঘাতী বোমা বিস্ফোৰণত এগৰাকী শীৰ্ষ পৰ্যায়ৰ আৰক্ষী বিষয়াসহ ৫২ জন লোক নিহত হোৱাৰ লগতে প্ৰায় ৫০ জন লোক আহত হোৱাৰ খবৰ আহিছে।
বিস্ফোৰণ সংঘটিত হোৱাৰ সময়ত ঈদ!-->!-->!-->…
এছিয়ান গেমছৰ এখন খেলত ভংগ হ’ল পূৰ্বৰ বহুকেইটা অভিলেখ। ICC ৰ বাবেও আছিল কল্পনাৰ অগোচৰ !
ক্রিকেটাৰ দীপেন্দ্ৰ সিঙে ক্রিকেটৰ ইতিহাসত গঢ়িলে এক নতুন অভিলেখ । যিটো অভিলেখ ভংগ কৰাটো প্রায় প্ৰায় অসম্ভৱ।
চন ২০০৭, টি-২০ বিশ্বকাপৰ এখন স্মৰণীয় খেল। যি খন খেলত যুৱৰাজ সিঙে ইংলেণ্ডৰ বিৰুদ্ধে ১২ টা বলত অৰ্ধশতক অৰ্জন কৰিছিল। এই অভিলেখ ভংগ!-->!-->!-->…
জোনবাইত ৰাতিপুৱালে । প্রজ্ঞান আৰু বিক্রমক টোপনিৰ পৰা জগাবলৈ ব্যস্ত ‘ইছৰো’। পুণৰ সাৰ পাবনে প্রজ্ঞান…
পুনৰ ৰাতিপুৱালে জোনবাইত । পুৱাৰ পোহৰত জোনবাই জিলিকি উঠাৰ পাছতেই ব্যস্ত হৈ উঠিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৰ বিজ্ঞানী সকল। টোপনিত থকা লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানক জগাবলৈ চেষ্টা কৰিছে ইছৰোৰ বিজ্ঞানী সকলে । জোনবাইৰ বুকুলৈ!-->…
কানাডাত অধ্যয়ণৰত শিক্ষাৰ্থীৰ বাবে ভাৰত চৰকাৰৰ বিশেষ নিৰ্দেশনা; এইবোৰ অঞ্চললৈ নোযোৱাৰ পৰামৰ্শ
ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ পিছতে ভাৰত চৰকাৰে কানাডাত অধ্যয়ণৰত ভাৰতীয় শিক্ষাৰ্থীৰ লগতে নাগৰিকৰ বাবে পৰামৰ্শ জাৰি কৰিছে।
এই পৰামৰ্শত ভাৰতে কানাডাত বসবাস কৰা নাগৰিকসকলক বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক সজাগ হ’বলৈ কোৱা হৈছে।
!-->!-->!-->!-->!-->…
বিশ্বকাপৰ পূৰ্বে মোক্ষম আঘাত; দুগৰাকী খেলুৱৈৰ আঘাতৰ বাবে সমস্যাত এইটো দল
৫ অক্টোবৰৰ পৰা ভাৰতৰ ভূমিত আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ। ক্ৰিকেটৰ এই মহাৰণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো দলেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলাৰ লগতে নিজৰ খেলুৱৈৰ ফিটনেছৰ প্ৰতিও বিশেষ যত্ন লৈছে।
কিন্তু এই সন্মানীয় প্ৰতিযোগিতাখনৰ পূৰ্বে এটা!-->!-->!-->…
ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাৰ বাবে দল ঘোষণা; দললৈ প্ৰত্যাৱৰ্তন কেইবাগৰাকীও তাৰকা খেলুৱৈৰ
২০২৩ বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ২২ ছেপ্টেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব ৩খন মেচৰ এদিনীয়া শৃংখলা। এই শৃংখলাটো অনুষ্ঠিত হ’ব ভাৰতত।
শৃংখলাৰ প্ৰথমখন মেচ মোহলীত অনুষ্ঠিত হ’ব। দ্বিতীয়খন খেল ২৪ ছেপ্টেম্বৰত!-->!-->!-->!-->!-->…
মাত্ৰ ১০০ টকাত বিক্ৰী ৬.৬ কোটি টকা মূল্যৰ ফ্লেট; কাৰণ জানি হ’ব আচৰিত
পৃথিৱীৰ বহু লোকৰ বাবে ঘৰ কিনাৰ সপোন মাথোঁ সপোন হৈয়েই থাকে। কেৱল ভাৰততে নহয়, বিশ্বৰ চুকে-কোণে আকাশলংঘী হৈছে সম্পত্তিৰ মূল্য। কিন্তু এই খবৰটো পঢ়ি আপুনি হ’ব আচৰিত।
ব্ৰিটেইনত কোটি কোটি টকা মূল্যৰ ফ্লেট বিক্ৰী হৈছে মাত্ৰ ১০০ টকাত। এই!-->!-->!-->!-->!-->…
ভয়ংকৰঃ মাজ আকাশৰ পৰা ভাঙি পৰিল যাত্ৰীবাহী বিমান; প্ৰাণ গ’ল ১৪জন লোকৰ
ব্ৰাজিলৰ আমাজনত সংঘটিত এক ভয়ংকৰ বিমান দুৰ্ঘটনাত ১৪ জন লোকে প্ৰাণ হেৰুৱাইছে। ব্ৰাজিল চৰকাৰৰ তৰফৰ পৰা এই তথ্য প্ৰদান কৰা হৈছে।ৰাজধানী মানাউছৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত্বত অৱস্থিত বাৰ্চেলছ প্ৰদেশত সংঘটিত হয় এই দুৰ্ঘটনা। মৃত্যু হোৱাসকলৰ!-->…