ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

INTERNATIONAL

বিতৰ্কত পোছাকৰ পদুম ফুল ?সংসদৰ বিশেষ অধিবেশনত সংসদ ভৱনৰ কৰ্মচাৰীৰ নতুন পোছাকক লৈ ৰাজনীতি

সংসদৰ বিশেষ অধিৱেশনত, সংসদৰ কৰ্মচাৰীসকলে পিন্ধিবলগীয়া নতুন পোছাকক লৈ দেশজুৰি সৃষ্টি বিতৰ্কৰ।নতুন পোছাক কেনেকুৱা হ’ব ? লোকসভা সচিবালয়ে আভ্যন্তৰীণ বিজ্ঞপ্তিৰ জৰিয়তে সংসদৰ কৰ্মচাৰী সকলক নতুনকৈ ডিজাইন কৰা পোছাক পৰিধান কৰাৰ নিৰ্দেশ দিয়ে ।

জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰতহে নিৰ্ভৰশীল ভাৰতৰ ফুটবল খেলুৱৈৰ ভৱিষ্যত ।

ভাৰতীয় ফুটবলত সংঘটিত হৈছে নজিৰবিহীন ঘটনা । জ্যোতিষীৰ সিদ্ধান্তৰ ওপৰত নিৰ্ভৰ কৰে ভাৰতীয় ফুটবল দলৰ মূল একাদশৰ খেলুৱৈৰ নিৰ্বাচন। ভাৰতৰ অন্যতম তাৰকা ফুটবল খেলুৱৈ সুনীল ছেত্রীয়ে দলত স্থান লাভ কৰিবলৈ হ’লে কেনেকৈ খেলে সেইটোৰ ওপৰত নিৰ্ভৰ নকৰে।

ভাৰত পাকিস্তানৰ মেছত শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰি ইতিহাস ৰচিলে বিৰাট কোহলীয়ে ।

ক্রিকেট বিশ্বত সোমবাৰে আন এক ইতিহাস ৰচনা কৰে বিৰাট কোহলীয়ে । ক্রিকেটৰ ৰজা 'কিং কোহলী' য়ে এদিনীয়া ক্ৰিকেটত ১৩,০০০ ৰাণৰ সীমা অতিক্ৰম কৰি ক্রিকেটৰ ভগৱান শচীন টেণ্ডুলকাৰৰ অভিলেখ ভংগ কৰে । বিৰাট কোহলীয়ে মাত্ৰ ২৬৭ টা ইনিংছত এই সংখ্যা অতিক্ৰম

প্ৰায় সাজু ! কেতিয়াকৈ ৰাইজৰ বাবে মুকলি হ’ব ৰাম মন্দিৰ?

নতুন দিল্লীৰ প্ৰগতি ময়দানত চলি থকা জি-২০ সন্মিলন ২০২৩ৰ ওপৰত সকলোৰে দৃষ্টি নিৱদ্ধ থকাৰ সময়তে উত্তৰ প্ৰদেশৰ অযোধ্যাৰ পৰা আহিছে এটা গুৰুত্বপূৰ্ণ খবৰ । সূত্ৰ অনুসৰি, ২০২৩ চনৰ ২৪ জানুৱাৰীত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অযোধ্যা ৰাম মন্দিৰ

দিল্লীৰ ৰাজপথত ‘দ্য বিষ্ট’হলীউডৰ চিনেমাৰ গাড়ীৰ দৰে বিশেষ বৈশিষ্ট্যপূৰ্ণ দ্য বিষ্টত উঠি দিল্লীৰ…

G20 সন্মিলনত অংশগ্ৰহণৰ বাবে ভাৰতলৈ আগমণ ঘটিছে বিভিন্ন দেশৰ ৰাষ্ট্ৰনেতাৰ । আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ আগমনৰ আগে আগে দিল্লীত আহি উপস্থিত হয় জো বাইদেনৰ নিৰাপত্তাৰক্ষী অৰ্থাৎ মিনি আৰ্মি । ইয়াৰ লগে লগে চৰ্চালৈ আহিছে আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ

হোৱাইট হাউছত কোকেইন

আমেৰিকাৰ ৰাষ্ট্ৰপতিৰ চৰকাৰী বাসগৃহ হোৱাইট হাউছৰ পৰা বগা পাউডাৰ আৰু নিচাযুক্ত দ্ৰব্য কোকেইন উদ্ধাৰ হোৱা ঘটনাই ব্যাপক চৰ্চা লাভ কৰিছে সংবাদ মাধ্যমত। আমেৰিকাৰ পৰা প্ৰকাশিত সংবাদ পত্ৰ ৱাশ্বিংটন পোষ্টত এই সন্দৰ্ভত প্ৰকাশিত হৈছে বিতং বাতৰি ।