Browsing Category
INTERNATIONAL
সেনাৰ কাৰ্যালত ভয়ংকৰ আক্ৰমণ। নিহত ২৭ গৰাকী
ইৰাণত সন্ত্ৰাসবাদী গোটৰ ভয়ংকৰ আক্ৰমণ। এই আক্ৰমণত নিহত ২৭ জন, আহত ১০ জন লোক। নিহতসকলৰ ভিতৰত ১১ গৰাকী ইৰাণী সৈনিক। দক্ষিণ-পূৱ ইৰাণৰ ছিস্তান-বেলুচিস্তান প্ৰান্তৰ চাবহাৰ আৰু ৰাস্কৰ Revolutionary Guardsৰ মুখ্য কাৰ্যালয়ত আক্ৰমণ চলালে!-->…
তাচপাতৰ দৰে খহিল অট্টালিকা। ৭.২ প্ৰাৱল্যৰ প্ৰচণ্ড ভূমিকম্প।
প্ৰচণ্ড ভূমিকম্পত তাচপাতৰ দৰে খহি পৰিল বৃহত্ বৃহত্ অট্টালিকা। ৭.২ প্ৰাৱল্যৰ ভূমিকম্পই কঁপাই গল টাইৱান। আজি পুৱতি নিশা অহা এই শক্তিশালী ভূমিকম্পত এজন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৫০ জন লোক আহত হয়। ধ্বংসস্তুপৰ মাজত অধিক লোক আৱদ্ধ হৈ থকাৰ!-->…
নদীত বাগৰিল যাত্ৰীবাহী বাহন; ৫ জন লোকৰ মৃত্যু, এগৰাকী সন্ধানহীন
নেপালৰ চিটৱন জিলাত এক ভয়ংকৰ দুৰ্ঘটনাৰ খবৰ পোহৰলৈ আহিছে। জানিব পৰা মতে, শনিবাৰে পুৱা এখন টেক্সি খাৱৈত পৰি যোৱাৰ ফলত দুগৰাকী মহিলাসহ কমেও পাঁচজন লোকৰ মৃত্যু হয়। আৰক্ষীয়ে এই তথ্য প্ৰদান কৰে।
আৰক্ষীৰ মতে, পুৱা প্ৰায় ৭ বজাত সংঘটিত হয় এই!-->!-->!-->…
মানুহৰ ছালেৰে বন্ধোৱা এখন কিতাপ; বাইণ্ডিং আঁতৰাই পেলোৱাৰ সিদ্ধান্ত হাৰ্ভাৰ্ডৰ
হাৰ্ভাৰ্ডত দেখিবলৈ পোৱা গ’ল এক আজৱ কাণ্ড। মানুহৰ গাৰ ছালেৰে বন্ধোৱা আছিল এখন কিতাপ। হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে এই অস্বাভাৱিক বাইণ্ডিংটো কেনেকৈ আঁতৰাব সেয়া সদৰী কৰিছে।
হাৰ্ভাৰ্ড বিশ্ববিদ্যালয়ে নিজৰ পুথিভঁৰালত ৰখা ১৯ শতিকাৰ এখন কিতাপৰ!-->!-->!-->…
ছিৰিয়াত ভয়ংকৰ আক্ৰমণ ইজৰাইলৰ; ৩৮ গৰাকী লোকৰ মৃত্যু, কেইবাজনো আহত
ছিৰিয়াত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে ইজৰাইল সেনাই। শুকুৰবাৰে পুৱা আলেপ্পোৰ উত্তৰ প্ৰান্তৰ উছেক চহৰৰ সমীপত ইজৰাইলে চলোৱা বিমান আক্ৰমণত ৩৮ জন লোক নিহত হোৱাৰ লগতে কেইবাজনো আহত হয় বুলি জনাই ছিৰিয়াই।
নিহতসকলৰ ভিতৰত হিজবুল্লাহৰ পাঁচজন!-->!-->!-->…
ভয়ংকৰ দুৰ্ঘটনাত ৪৫ গৰাকী যাত্ৰীৰ মৃত্যু। সৌভাগ্যক্ৰমে মৃত্যুৰ পৰা বাছিল ৮ বছৰীয়া কণমানি।
ভয়ংকৰ দুৰ্ঘটনাত ৪৫ গৰাকী যাত্ৰীৰ মৃত্যু। সৌভাগ্যক্ৰমে মৃত্যুৰ পৰা বাছিল ৮ বছৰীয়া কণমানি। দক্ষিণ আফ্ৰিকাত শোকাৱহ বাছ দুৰ্ঘটনা। ইষ্টাৰ উৎসৱলৈ ভক্তসকলক কঢ়িয়াই নিয়া অৱস্থাতে দুৰ্ঘটনাত পতিত হয় বাছখন। স্থানীয় প্ৰশাসনৰ মতে, বাছখন!-->…
সন্ত্ৰাসবাদীৰ আক্ৰমণত প্ৰাণ গ’ল ৬০ জন লোকৰ, আহত ১০০ৰো অধিক
ISISৰ ভয়ংকৰ আক্ৰমণত প্ৰাণ গ’ল ৬০ জনৰ,আহত ১০০ ৰো অধিক।ঘটনা সংঘটিত হোৱাৰ স্থান ৰাছিয়াৰ ৰাজধানী চহৰ মস্কোৰ ক্ৰকাছ চিটি হল। ৰাজধানী চহৰখনৰ চিটী হলত আততায়ীয়ে সাধাৰণ জনতাৰ ওপৰত ধাৰাষাৰ গুলীবৰ্ষণ কৰাৰ ফলত প্ৰাণ গ’ল ৬০ জনকৈ নিৰীহৰ।পৰিস্থিতি!-->…
প্ৰধানমন্ত্ৰী মোদীক ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান- ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো’
শুকুৰবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক প্ৰদান কৰা হয় ভূটানৰ সৰ্বোচ্চ অসামৰিক সন্মান। ‘অৰ্ডাৰ অফ দ্য ড্ৰুক গিয়ালপো’ৰে সন্মানিত কৰা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক।
ভূটানৰ এই সৰ্বোচ্চ সন্মান লাভ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী!-->!-->!-->…
কয়লা খনিত ভয়ংকৰ বিস্ফোৰণ; ১২ জন শ্ৰমিকে হেৰুৱালে প্ৰাণ
ভাৰত, চীন তথা আফ্ৰিকাৰ দৰে দেশসমূহত সঘনাই সংঘটিত হৈ থকা এক ভয়ংকৰ ঘটনা সংঘটিত হৈছে পাকিস্তানত। পাকিস্তানৰ বেলুচিস্তান প্ৰদেশস্থিত এটা কয়লা খনিত গেছ বিস্ফোৰণ হোৱাৰ খবৰ পোহৰলৈ আহিছে।
এই ঘটনাত কয়লা খনিটোত কৰ্মৰত ১২ জন শ্ৰমিক মৃত্যুমুখত!-->!-->!-->…
ভয়ংকৰ বাছ দুৰ্ঘটনা; এইপৰ্যন্ত ১৪ জন যাত্ৰীৰ মৃত্যু, ৩৭ গৰাকী আহত
উত্তৰ চীনৰ ছাংচি প্ৰদেশত মঙলবাৰে এক ভয়ংকৰ পথ দুৰ্ঘটনাত পতিত হয় এখন যাত্ৰীবাহী বাছ। সুৰংগৰ দেৱালত খুন্দিওৱাৰ ফলত সংঘডটিত এই দুৰ্ঘটনাটোত ১৪ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৩৭ জন লোক আহত হয়।
বুধবাৰে চীনৰ চৰকাৰী সংবাদ মাধ্যমে এই ঘটনা সন্দৰ্ভত!-->!-->!-->…