ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

INTERNATIONAL

ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ মুখামুখি হ’ব জ’ বাইডেন আৰু ড’নাল্ড ট্ৰাম্প

আমেৰিকাৰ ৰাষ্ট্ৰপতি নিৰ্বাচনত পুনৰ মুখামুখি হ’ব জ’ বাইডেন আৰু ড’নাল্ড ট্ৰাম্প। বুধবাৰে এই দুয়োজন নেতাই নিজ নিজ দলৰ প্ৰাথমিক নিৰ্বাচনত জয়ী হৈ নিজৰ প্ৰাৰ্থিত্ব প্ৰায় নিশ্চিত কৰিছে। ৱাশ্বিংটনত অনুষ্ঠিত হোৱা ডেম’ক্ৰেটিক দলৰ প্ৰাথমিক

প্ৰাক্তন অধ্যাপিকাৰ মহানুভৱতা।দৰিদ্ৰ শিক্ষাৰ্থীলৈ আগবঢ়ালে বিনামূলীয়া টিউচনৰ সুবিধা

সোমবাৰে সন্ধিয়া এক বিবৃতিত কোৱা হয় যে এলবাৰ্ট আইনষ্টাইন কলেজ অৱ মেডিচিনৰ শিক্ষাৰ্থীসকলে প্ৰাক্তন অধ্যাপিকা ডঃ ৰুথ গটছমেনৰ পৰা লাভ কৰিব ‘পৰিৱৰ্তনশীল উপহাৰ’। এই কথা প্ৰকাশ কৰাৰ পিছতে ছাত্ৰ-ছাত্ৰীসকলৰ মাজত আনন্দময় পৰিৱেশ।আমেৰিকাৰ ব্ৰংক্সত থকা

গাজাৰ শৰণাৰ্থী শিৱিৰত ইজৰাইলৰ ভয়ংকৰ আক্ৰমণ; ১১ জন লোকৰ মৃত্যু

ইজৰাইল আৰু হামাছৰ মাজত চলি থকা যুদ্ধ শাম কটাৰ নাম লোৱা নাই। হামাছ নিয়ন্ত্ৰনাধীন গাজাৰ স্বাস্থ্য মন্ত্ৰালয়ে জানিব দিয়া মতে, ৰাফা চহৰৰ এখন হাস্পতালৰ সমীপত থকা এটা শৰণাৰ্থী শিৱিৰত ভয়ংকৰ আক্ৰমণ সংঘটিত কৰিছে ইজৰাইলে। লাভ কৰা তথ্য অনুসৰি,

সাত মহলীয়া অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; প্ৰায় ৪৩ জন লোকৰ মৃত্যু

বৃহস্পতিবাৰে নিশা বাংলাদেশৰ ৰাজধানী ঢাকাৰ এটা সাত মহলীয়া অট্টালিকাত সংঘটিত ভয়ংকৰ অগ্নিকাণ্ডত প্ৰায় ৪৩ জন লোকৰ মৃত্যু হোৱাৰ লগতে কেইবাজনো লোক আহত হয়। বাংলাদেশৰ স্বাস্থ্যমন্ত্ৰী সামন্ত লাল সেনে ঢাকা মেডিকেল কলেজ হাস্পতাল আৰু সমীপৰে

ভয়ংকৰ; দলঙৰ পৰা নদীত বাগৰিল বাছ, প্ৰাণ হেৰুৱালে ৩১ গৰাকীয়ে

পশ্চিম আফ্ৰিকাৰ দেশ মালিত সংঘটিত হৈছে এক ভয়ংকৰ বাছ দুৰ্ঘটনা। এই দুৰ্ঘটনাটোত ৩১ গৰাকী লোকে কৰুণ মৃত্যুক সাৱটি লোৱা বুলি প্ৰশাসনে নিশ্চিত কৰিছে। দেশখনৰ পৰিবহন মন্ত্ৰালয়ে জানিব দিয়া অনুসৰি, মঙলবাৰে মালিৰ পশ্চিম দিশৰ চহৰ কেনিবাৰ সমীপৰ

হুথি বিদ্ৰোহীৰ শিবিৰত ভয়ংকৰ আক্ৰমণ আমেৰিকাসহ ৭ দেশৰ সেনাৰ

আমেৰিকা আৰু ব্ৰিটেইনকে ধৰি সাতখন দেশৰ সেনাই য়েমেনত হুথি বিদ্ৰোহীৰ শিবিৰত বৃহৎ আক্ৰমণ চলায়। য়েমেনৰ ৰাজধানী ছানাত থকা হুথীৰ স্থানক লক্ষ্য কৰি এই আক্ৰমণ সংঘটিত কৰে। হুথি বিদ্ৰোহীৰ বিৰুদ্ধে এই বৃহৎ পদক্ষেপত অংশগ্ৰহণ কৰা দেশসমূহে শনিবাৰে

আৱাসিক অট্টালিকাত ভয়ংকৰ অগ্নিকাণ্ড; ১৫ জনৰ মৃত্যু, ৪৪ গৰাকী আহত

চীনৰ এটা অট্টালিকাত সংঘটিত অগ্নিকাণ্ডত ১৫ জন লোকৰ মৃত্যু হোৱাৰ লগতে ৪৪ জন লোক আহত হোৱাৰ খবৰ আহিছে। এই অঞ্চলটোত এমাহ পূৰ্বে সংঘটিত একেধৰণৰ দুৰ্ঘটনাত ৩৯ জন লোকে প্ৰাণ হেৰুৱাইছিল। স্থানীয় প্ৰশাসনে শনিবাৰে জনোৱা মতে, পূব চীনৰ জিয়াংছু

অবৈধ সোণৰ খনি ভাঙি মৃত্যু ১৪ জনৰো অধিক লোক

দক্ষিণ আমেৰিকাৰ ভেনিজুৱেলাত সংঘটিত হৈছে অঘটন। ভেনিজুৱেলাত অবৈধভাৱে পৰিচালিত সোণৰ খনি ভাঙি যোৱাৰ ফলত ১৪ জন লোকৰ মৃত্যু হৈছে। এই দুৰ্ঘটনাত বহু লোক গুৰুতৰভাৱে আহত হোৱা বুলিও জানিব পৰা গৈছে। চৰকাৰী বিবৃতি অনুসৰি খনিটোৰ ভিতৰৰ পৰা ১৪ জন লোকৰ

সমলিংগ বিবাহক বৈধতা প্ৰদান গ্ৰীচৰ

ইউৰোপীয় দেশ গ্ৰীচে সমলিংগ বিবাহক বৈধতা প্ৰদান কৰিছে। বিশ্বৰ প্ৰথমখন অতি ৰক্ষণশীল খ্ৰীষ্টান অধ্যুষিত দেশ হিচাপে গ্ৰীচে সমলিংগ বিবাহক বৈধতা প্ৰদান কৰাৰ লগে লগে ইউৰোপজুৰি সৃষ্টি হৈছে আলোড়ন। বৃহস্পতিবাৰে সংসদত ১৭৬-৭৬ ভোটৰ পিছত সমলিংগ

ভাল খবৰ; অতি শীঘ্ৰে আহি আছে কেন্সাৰৰ ভেকচিন! দাবী পুটিনৰ ISHAN NEWS

বিগত দুবছৰ ধৰি ইউক্ৰেইনৰ সৈতে চলি থকা যুদ্ধৰ মাজতে বুধবাৰে ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাডিমিৰ পুটিনে চিকিৎসা ক্ষেত্ৰখনৰ বাবে কৰিছে এক ডাঙৰ ঘোষণা। প্ৰায় প্ৰস্তুত হৈ উঠিছে মাৰাত্মক কৰ্কট ৰোগৰ ভেকচিন। অতি শীঘ্ৰে ই জনসাধাৰণৰ বাবে আগবঢ়াব পৰা