ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

INTERNATIONAL

১২টা কণীৰ দাম ৪০০ টকা (PKR), এক কেজি মাংসৰ দাম ৬১৫ টকা (PKR)! পাকিস্তানত এমুঠি খাদ্যৰ বাবে হাহাকাৰ ।

সমুখত নিৰ্বাচন, অথচ এমুঠি ভাতৰ বাবে চিন্তা কৰিবলগীয়া হৈছে পাকিস্তানৰ নাগৰিকে। মাছ-মাংসতো দূৰেই কথা, চাউল দাউল, শাকপাচলিৰ দৰে নিত্যাৱশ্যকীয় সামগ্ৰী ক্ৰয় কৰিবলৈ গৈও এতিয়া মূৰে কপালে হাতদিবলগীয়া অৱস্থা দেশখনৰ নাগৰিকৰ। ভয়ংকৰ অৰ্থনৈতিক সংকটত

ৰাজপথৰ ওপৰত খহি পৰিল পাহাৰ; ৩৪ গৰাকী লোকে সাৱটিলে মৃত্যুক

দক্ষিণ আমেৰিকাৰ দেশ কলম্বিয়াত ভূমিস্খলনৰ ফলত ৩৪ জন লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে। কলম্বিয়াৰ এটা পাহাৰীয়া অঞ্চলৰ কুডিবো আৰু মেডেলিন চহৰক সংযোগ কৰা ব্যস্ত পথত এখন পাহাৰ খহি পৰাৰ ফলত এই ঘটনাটো সংঘটিত হয়। শুকুৰবাৰে সংঘটিত হয় এই ঘটনা।

ভয়ংকৰ দুৰ্ঘটনা; নদীত বাগৰিল যাত্ৰীবাহী বাছ, দুজন ভাৰতীয়সহ ১২জনৰ মৃত্যু

নেপালত এক ভয়ংকৰ বাছ দুৰ্ঘটনা সংঘটিত হোৱাৰ খবৰ আহিছে। নেপালৰ লুম্বিনি প্ৰদেশত সংঘটিত এই দুৰ্ঘটনাত দুজন ভাৰতীয় নাগৰিককে ধৰি কমেও ১২জন লোকৰ মৃত্যু হোৱাৰ লগতে ২৩জন লোক আহত হয়। জানিব পৰা মতে, যাত্ৰীবাহী বাছখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰাপ্তী

কয়লা খনিত ভয়ংকৰ অঘটন; ১০ জন লোকৰ মৃত্যু, ৬ জন সন্ধানহীন

শনিবাৰে চীনৰ হেনান প্ৰদেশৰ এটা কয়লা খনিত সংঘটিত হৈছে এক ভয়ংকৰ অঘটন। এই দুৰ্ঘটনাত কমেও ১০ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ৬ জনকৈ লোক সন্ধানহীন হৈ আছে। স্থানীয় বিষয়াসকলে জানিব দিয়া মতে, পিংডিংছানত কয়লা আৰু গেছৰ সংস্পৰ্শলৈ অহাৰ পিছতে এই

কুকুৰ বধ আৰু মাংস বিক্ৰীত নিষেধাজ্ঞা দক্ষিণ কোৰিয়াৰ; জানো আহক ইয়াৰ কাৰণ…

মঙলবাৰে দক্ষিণ কোৰিয়াৰ সংসদে কুকুৰৰ মাংস বধ আৰু বিক্ৰী নিষিদ্ধ কৰাৰ বিধেয়ক গৃহীত কৰি শতিকাজুৰি চলি অহা এই প্ৰথাৰ অন্ত পেলায়। এই পদক্ষেপে দক্ষিণ কোৰিয়াৰ পশু কল্যাণৰ প্ৰতি সামাজিক মনোভাৱৰ পৰিৱৰ্তন প্ৰতিফলিত কৰিছে বুলি কয় চৰকাৰে। এই

ভাৰত আৰু মালদ্বীপৰ কূটনৈতিক বিবাদঃ মালদ্বীপৰ দূতক তলব

ভাৰত আৰু মালদ্বীপৰ মাজৰ কূটনৈতিক বিবাদে সমগ্ৰ বিশ্বতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সন্দৰ্ভত মালদ্বীপৰ মন্ত্ৰীসকলে কৰা অপমানজনক মন্তব্যই বিতৰ্কৰ ধুমুহা সৃষ্টি কৰিছে। ইয়াৰ মাজতে ভাৰতৰ বৈদেশিক পৰিক্ৰমা

আক্ৰমণৰ ভয়! বাতৰি পঢ়াৰ সময়তো এংকৰে লৈ ফুৰিছে পিষ্টল; ভাইৰেল ফটো । ISHAN NEWS…

ইজৰাইল আৰু হামাছৰ মাজত বিগত তিনিমাহৰ পৰা চলি থকা যুদ্ধ শাম কটাৰ নাম লোৱা নাই। দুয়োপক্ষৰ আক্ৰমণ-প্ৰত্যাক্ৰমণত এই পৰ্যন্ত ২০ হাজাৰৰো অধিক লোকৰ মৃত্যু ঘটিছে। যুদ্ধৰ বাবে দুয়োখন দেশৰ নাগৰিকে এতিয়া ভয়-ভীতিৰে দিন পাৰ কৰিবলগীয়া হৈছে।

হামাছ নেতাক হত্যাৰ প্ৰতিশোধ! একেলগে ৬২টা মিছাইলেৰে ইজৰাইলত আক্ৰমণ হিজবুল্লাৰ

হামাছ নেতাৰ হত্যাৰ পাছতেই ইজৰাইলৰ বিৰুদ্ধে ভয়ংকৰ আক্ৰমণ হিজবুল্লাৰ। এটা, দুটা নহয়, একেলগে ৬২ মাৰাত্মক মিছাইলেৰে ইজৰাইলত আক্ৰমণ চলোৱা বুলি দাবী কৰিছে হিজবুল্লাই। সন্ত্ৰাসবাদী সংগঠন হামাছৰ নেতা শ্বেখ ছালেহ অল অৰুৰীৰ মৃত্যুৰ পাছতেই উত্তৰ

বিৰোধীৰ নিৰ্বাচন বৰ্জনৰ মাজতে ২৯৯ আসনৰ বাবে আৰম্ভ ভোটগ্ৰহণ

বহু বিতৰ্ক প্ৰতিবাদৰ মাজতে আজি পুৱাৰে পৰা আৰম্ভ হৈছে বাংলাদেশৰ সাধাৰণ নিৰ্বাচনৰ ভোটগ্ৰহণ। এই নির্বাচনত প্রধানমন্ত্রী শ্বেখ হাছিনাৰ দল আৱামি লীগকে ধৰি মুঠ ২৭টা দলে অংশগ্রহণ কৰিছে যদিও প্ৰধান বিৰোধী ৰাজনৈতিক দল বিএনপিকে ধৰি আন বহু বিৰোধী দলে

শান্তিৰ নোবেল বঁটা বিজয়ীক কাৰাদণ্ডৰ শাস্তি প্ৰদান আদালতৰ

সোমবাৰে (১ জানুৱাৰি) ঢাকাৰ এখন শ্ৰম আদালতে শান্তিৰ নোবেল বঁটা বিজয়ী মহম্মদ ইউনুছক বাংলাদেশৰ শ্ৰম আইন উলংঘা কৰাৰ বাবে দোষী সাব্যস্ত কৰে। ইয়াৰ পিছত আদালতে তেওঁক ৬ মাহৰ সাধাৰণ কাৰাদণ্ডৰ শাস্তি প্ৰদান কৰাৰ লগতে ২৬০ ডলাৰৰ জৰিমনাও বিহে।