Browsing Category
ISRO
ইতিহাস ৰচিলে ইছৰোৱে । গগণযানৰ পৰীক্ষামূলক উৎক্ষেপণৰ পূৰ্বে কি হৈছিল ? ISHAN NEWS…
আজি গগণযান অভিযানৰ প্রথম পৰ্যায়ৰ পৰীক্ষণ সফলতাৰে সম্পন্ন কৰি ইতিহাস ৰচিলে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে ।
আজি পুৱা ১০ বজাত গগণযান অভিযানৰ প্রথম পৰ্যায়ৰ অভিযান সফলতাৰে সম্পন্ন হয় । শ্রীহৰিকোটাৰ সতীশ ধৱন মহাকাশ কেন্দ্ৰৰ পৰা!-->!-->!-->!-->!-->…
ৰ’ভাৰ ‘প্রজ্ঞান’ আৰু লেণ্ডাৰ ‘বিক্রম’ সন্দৰ্ভত ডাঙৰ খবৰ । কি ক’লে ইছৰোৰ অধ্যক্ষ এছ, সোমনাথে ?…
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ইছৰোৱে শেহতীয়াকৈ চন্দ্ৰযান-৩ অভিযান সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ কথা সদৰী কৰিছে।
ইছৰোৰ অধ্যক্ষ এছ সোমনাথে বৃহস্পতিবাৰে চন্দ্ৰপৃষ্ঠত শীতল নিদ্ৰাত থকা ৰ'ভাৰ প্রজ্ঞান পুনৰ সক্রিয় হৈ উঠাৰ ইংগিত প্রদান কৰে ।!-->!-->!-->!-->!-->…
ইছৰোৱে মুকলি কৰা উপগ্ৰহৰ ছবিত ছিকিমৰ ডাৱৰ বিস্ফোৰণৰ সবিশেষ ।
মঙলবাৰে নিশা প্ৰায় ডেৰ বজাত উত্তৰ ছিকিমত ডাৱৰ বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱাৰ পাছত তীস্তা নদীত হঠাৎ বানে ভয়াবহ ৰূপ ধাৰণ কৰে। শেহতীয়া তথ্য মতে, ১৪ জন ব্যক্তিৰ মৃত্যু হোৱাৰ লগতে সেনা জোৱান সহ ১০২ জন এতিয়াও সন্ধানহীন হৈ আছে। ডাৱৰ বিস্ফোৰণৰ ফলত!-->…
ধুনীয়া জোনৰ বেয়া ছবি দেখুওৱাটো বন্ধ কৰক ! ৰাজ্যসভাত অদ্ভুত মন্তব্য সাংসদৰ।
উত্তৰ প্রদেশৰ সমাজবাদী পাৰ্টিৰ সাংসদ অধ্যাপক ৰামগোপাল যাদৱে বৃহস্পতিবাৰে চন্দ্ৰযান-৩ ৰ সফলতা সন্দৰ্ভত প্রকাশ কৰা মতামতে হাঁহিৰ খোৰাক জোগালে বহু সাংসদক ।
সাংসদ ৰামগোপাল যাদৱৰ মতে জোনবাইৰ বেয়া ছবিবোৰ গৱেষণাৰ বাবে ৰাখিব লাগে , সেই ছবিবোৰ!-->!-->!-->…
জোনবাইত ৰাতিপুৱালে । প্রজ্ঞান আৰু বিক্রমক টোপনিৰ পৰা জগাবলৈ ব্যস্ত ‘ইছৰো’। পুণৰ সাৰ পাবনে প্রজ্ঞান…
পুনৰ ৰাতিপুৱালে জোনবাইত । পুৱাৰ পোহৰত জোনবাই জিলিকি উঠাৰ পাছতেই ব্যস্ত হৈ উঠিছে ভাৰতীয় মহাকাশ গৱেষণা সংস্থা অৰ্থাৎ ইছৰোৰ বিজ্ঞানী সকল। টোপনিত থকা লেণ্ডাৰ বিক্ৰম আৰু ৰ’ভাৰ প্ৰজ্ঞানক জগাবলৈ চেষ্টা কৰিছে ইছৰোৰ বিজ্ঞানী সকলে । জোনবাইৰ বুকুলৈ!-->…
চন্দ্ৰযান-৩ক লৈ কৃতিত্বৰ যুদ্ধ; বিজেপিক ইতিহাস সোঁৱৰাই দিলে জয়ৰাম ৰমেশে ISHAN NEWS…
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) অভিলাষী মহাকাশ অভিযান সন্দৰ্ভত সংসদত শাসক-বিৰোধীৰ মাজত আৰম্ভ হৈছে কৃতিত্বৰ যুদ্ধ। বুধবাৰে ৰাজ্যসভাত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে মহাকাশ খণ্ডত!-->!-->!-->…
চন্দ্ৰযান-৩ৰ ২টা মিছন সম্পূৰ্ণ। ইছৰোৱে দিছে নতুন খবৰ। ৩ টা মিছনৰ ভিতৰত ২ মিছন সম্পূৰ্ণ কৰিলে…
https://fb.watch/mGB4DrFSxV/
চন্দ্ৰৰ পিছত এইবাৰ সূৰ্যলৈ চকু ISROৰ। সূৰ্যলৈ ISRO-এ পঠিয়াব ‘আদিত্য L1’
https://fb.watch/mCP-sigp4K/
দুৰৰ চান্দমামা হ’ব ‘ট্য়ুৰৰ’ চান্দমামা।
জোনবাইৰ বুকুত ভাৰতে চন্দ্ৰযান ৩ ৰ জৰিয়তে ইতিহাস সূচনা কৰাৰ বিশেষ ঐতিহাসিক ক্ষণৰ পাছতে প্ৰধানমন্ত্ৰীয়ে মোডীয়ে নতুন অভিযানৰ কথা ঘোষণা কৰেবুধবাৰে ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৬:০৪ বজাত চন্দ্ৰপৃষ্ঠত অৱতৰণ কৰে লেণ্ডাৰ বিক্রম। প্ৰধানমন্ত্ৰী!-->…
চন্দ্ৰযান জোনবাই পাবলৈ কেইটামান মূহুৰ্ত বাকী। জোনবাইত কি কৰিব প্ৰজ্ঞানে?
চন্দ্ৰযান জোনবাই পাবলৈ কেইটামানঘণ্টামান বাকী। সকলো থিকেই থাকিলে আজি সন্ধিয়া ৬:০৪ বজাত লেণ্ডাৰ বিক্ৰম চন্দ্ৰত পাখিৰ দৰে অৱতৰণ কৰিব। ইতিহাসৰ সাক্ষী হ’বলৈ অপেক্ষা কৰিছে সমগ্ৰ দেশে । দেশবাসীৰ আশা পূৰ্বৰ চন্দ্ৰ অভিযানৰ বিফলতা এইবাৰ পুনৰাবৃত্তি!-->…