ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

NEWS

মক্কাৰ গৰমত ৯৮ গৰাকী ভাৰতীয় হজ যাত্ৰীৰ মৃত্যু; মুঠ সংখ্যা ১০০০ৰো অধিক

ছৌদি আৰৱত হজ যাত্ৰাৰ সময়তে অব্যাহত থকা প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে এইপৰ্যন্ত ভাৰতৰ পৰা যোৱা কমেও ৯৮ গৰাকী হজ যাত্ৰীৰ মৃত্যু ঘটিছে। এই সকলোবোৰ লোকৰ মৃত্যুৰ কাৰণ প্ৰাকৃতিক। খবৰ অনুসৰি, শেহতীয়াকৈ বেংগালুৰুৰ দুজন হজ যাত্ৰীৰ মৃত্যু ঘটিছে।

নীটৰ কেলেংকাৰিত নাম সাঙোৰ তেজস্বী যাদৱৰ! উপ-মুখ্যমন্ত্ৰী বিজয় সিনহাৰ ডাঙৰ দাবী..

মেডিকেল কলেজৰ শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা নীটৰ কেলেংকাৰীক লৈ দেশজুৰি চলি থকা প্ৰতিবাদৰ মাজতে এইবাৰ এই কেলেংকাৰfত নাম সাঙোৰ খাইছে আৰ জে ডি নেতা তেজস্বী যাদৱৰ। নীট পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিল তথা কেলেংকাৰিৰ সৈতে তেজস্বী যাদৱৰ সহায়ক জড়িত

ৰেলযাত্ৰীলৈ ডাঙৰ খবৰ।

দেশ জোকাৰি যোৱা ৰেল দুৰ্ঘটনাৰ বাবে ডাঙৰ সিদ্ধান্ত ৰেল বিভাগৰ।ভয়াবহ ৰেল দুৰ্ঘটনাৰ পাছতে ১৯ খনকৈ ৰেলৰ চলাচল বাতিল।নিউ জলপাইগুৰি, শিলিগুৰি, বাগডোগৰা আৰু আলুৱাবাৰী পথত বাতিল ৰে’ল চলাচল।বাতিল কৰা ৰেলকেইখন হৈছে।১৯৬০২ নিউ জলপাইগুৰি-উদয়পুৰ চিটী

মোদীৰ শপত গ্ৰহণৰ মাজতে ভয়ংকৰ ঘটনা। সন্ত্ৰাসবাদীৰ আক্ৰমণত ১০ জন তীৰ্থযাত্ৰী নিহত। কেনেকৈ আক্ৰমণ…

মোদীৰ শপতগ্ৰহণৰ দিনাই ভয়ংকৰ ঘটনা। সন্ত্ৰাসবাদীৰ আক্ৰমণত ১০ গৰাকী তীৰ্থযাত্ৰীৰ মৃত্যু, গুৰুতৰভাৱে আহত ৩৩ গৰাকী তীৰ্থযাত্ৰী। জম্মু-কাশ্মীৰত ৰিয়াছি জিলাৰ  এটা মন্দিৰলৈ বাছেৰে উভতি আহিছিল তীৰ্থযাত্ৰীসকল। উভতি অহাৰ পথত উগ্ৰপন্থীয়ে

কিয় অধ্যক্ষ পদৰ বাবে আকোৰগোঁজ টিডিপি; জানো আহক ইয়াৰ আঁৰৰ কাহিনী

শুকুৰবাৰে অনুষ্ঠিত এন ডি এৰ সংসদীয় দলৰ বৈঠকত লোৱা সিদ্ধান্ত অনুসৰি আজি নৰেন্দ্ৰ মোদীয়ে তৃতীয়বাৰৰ বাবে ভাৰতৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। অৱশ্যে এতিয়াও সাংসদসকলৰ মাজত বিতৰণ কৰা হোৱা নাই ৰে’লৱে, প্ৰতিৰক্ষা, বৈদেশিক পৰিক্ৰমা,

নিৰ্বাচন শেষ! বাঢ়িল টোল টেক্স। বাহনখন ৰাজপথলৈ ওলাই নিলেই ভৰিব লাগিব অধিক ধন

নিৰ্বাচন শেষ! কাইলৈ অৰ্থাত্ ৪ জুনত প্ৰকাশ পাব নিৰ্বাচনী ফলাফল। নিৰ্বাচনৰ ফলাফল প্ৰকাশ পোৱাৰ পূৰ্বে ৰাইজৰ ওপৰত মাধমাৰ। ৩ৰ পৰা ৫ শতাংশ পৰ্যন্ত বাঢ়িল টোলগে’টৰ মাছুল। বাহনখন ৰাজপথলৈ ওলাই নিলেই এতিয়াৰে অধিক ধন ভৰিব লাগিব জনতাই। ৰাষ্ট্ৰীয়

৭২টকাকৈ কমিল ৰন্ধন গেছৰ দাম। অসমৰ কোন জিলাত LPG-ৰ কিমান দাম?

নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পূৰ্বে গ্ৰাহকলৈ সকাহ। পহিলা জুনতে হ্ৰাস পালে ৰন্ধন গেছৰ দাম। ৭২ টকা পৰ্যন্ত হ্ৰাস হ’ল বাণিজ্যিক চিলিণ্ডাৰৰ দাম। দিল্লীত ১৯ কিঃগ্ৰাঃ চিলিণ্ডাৰৰ দাম ৬৯.৫০ টকা , কলকাতাত ৭২ টকা, মুম্বাইত ৬৯.৫০ টকা আৰু চেন্নাইত ৭০.৫০

বৰপেটাত কৰুণ ঘটনা! মছজিদৰ কাষৰ গাঁতত পৰি দুই শিশুৰ মৃত্যু

বৰপেটাৰোডৰ বালাভিঠা গাঁৱত সংঘটিত হৈছে এটা অতি শোকাৱহ ঘটনা। মছজিদৰ কাষত খন্দা এটা গাঁতত পৰি দুটি শিশুৱে কৰুণ মৃত্যুক সাৱটি লৈছে। মৃত শিশু দুটি ৰহমান আলী নামৰ লোকজনৰ ৫ বছৰীয়া পুত্ৰ আব্দুল হাবিব আৰু জীয়াৰুল ইছলামৰ ৬ বছৰীয়া পুত্ৰ আবুল হক

ৰেমালৰ প্ৰভাৱ! ভূমিস্খলনৰ ফলত ১৫ জন লোকৰ মৃত্যু; এতিয়াও আৱদ্ধ বহু লোক

মঙলবাৰে মিজোৰামৰ ৰাজধানী আইজলৰ একাধিক স্থানত হোৱা ভূমিস্খলনত অতি কমেও ১৫ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে। এটা শিলৰ কুৱেৰী ভাঙি পৰাৰ ফলত একেলগে ১১ জন লোকৰ মৃত্যু হয়। তথ্য অনুসৰি ‘ৰেমাল’ ঘূৰ্ণীবতাহৰ ফলত হোৱা ধুমুহা আৰু ধাৰাসাৰ বৰষুণৰ ফলত

ধাবাৰ সন্মুখত ৰৈ থকা বাছক প্ৰচণ্ড খুন্দা ডাম্পাৰৰ; ১১ গৰাকী ভক্তৰ মৃত্যু, ২৫ আহত

উত্তৰ প্ৰদেশৰ শ্বাহজাহাপুৰত শনিবাৰে গভীৰ নিশা সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত ১১ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ১০ জন লোক গুৰুতৰভাৱে আহত হয়। পথ দুৰ্ঘটনাৰ বলি হোৱা এই আটাইকেইজন সীতাপুৰ জিলাৰ বাসিন্দা আছিল বুলি জানিব পৰা গৈছে। খবৰ অনুসৰি,