ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

SPORTS

অকল ৰিয়ানেই নহয়, জিম্বাবৱে ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলত আছে আন এজন অসমীয়া

৭৭ বছৰীয়া দীঘলীয়া প্ৰতিক্ষাৰ অন্তত অৱশেষত নিজৰ প্ৰতিভা আৰু ঘৰুৱা ক্ৰিকেটত দেখুওৱা উজ্বল প্ৰদৰ্শনৰ ভিত্তিত ভাৰতীয় জাতীয় পুৰুষ দলত স্থান লাভ কৰা ৰিয়ান পৰাগক লৈ উৎফুল্লিত অসমবাসী। ভাৰতীয় জাতীয় পুৰুষ দলত স্থান লাভ কৰা ৰিয়ান

সমালোচনাক চেৰ পেলাই ভাৰতীয় দলত ৰিয়ান পৰাগ।৭ টা দশকৰ অন্তত ইণ্ডিয়া টীমত অসম সন্তান।

BCCI ৰ এটা ঘোষণা।তাৰ পাছতেই দেশজুৰি চৰ্চা অসম সন্তান ৰিয়ান পৰাগক লৈ।৭৭ বছৰৰ অন্তত ভাৰতীয় দলত এগৰাকী অসম সন্তানৰ স্থানক লৈ অসমবাসী গৌৰৱান্বিত।জিম্বাৱ’ৱে ভ্ৰমণৰ ভাৰতীয় দলত স্থান লাভ খেলুৱৈগৰাকীৰ। নেটিজেনৰ মাজতো ব্যাপক চৰ্চা।একাংশই অৱশ্যে

ঋষভ পন্তৰ বিশেষ কৃতিত্ব; ভংগ কৰিলে এডাম গিলক্ৰিষ্টৰ অভিলেখ

ভাৰতে জয়েৰে আৰম্ভ কৰিছে টি-২০ বিশ্বকাপৰ ছুপাৰ-৮ৰ অভিযান। বৃহস্পতিবাৰে আফগানিস্তানৰ বিৰুদ্ধে অনুষ্ঠিত মেচখনত ভাৰতে ৪৭ ৰানত জয়ী হয়। ভাৰতে ছুপাৰ-৮ৰ দ্বিতীয়খন মেচ অহা ২২ জুনত বাংলাদেশৰ বিৰুদ্ধে খেলিব। কালিৰ মেচখনত সূৰ্যকুমাৰ যাদৱৰ

১৭ জুনত খেলিবলগীয়া মেচখনেই হ’ব ব’ল্টৰ টি-২০ বিশ্বকাপৰ অন্তিমখন মেচ

চলিত টি-২০ বিশ্বকাপত নিৰাশাজনক প্ৰদৰ্শনৰ মাজতেই নিউজিলেণ্ডৰ তাৰকা বেগী বলাৰ ট্ৰেণ্ট ব’ল্টে এক ডাঙৰ ঘোষণা কৰিছে। ১৭ জুনত খেলিবলগীয়া মেচখনেই হ’ব তেওঁৰ বিশ্বকাপ কেৰিয়াৰৰ অন্তিমখন মেচ। তেওঁ স্পষ্ট কৰি দিছে যে এইখন তেওঁৰ অন্তিমখন টি-২০

ভাৰত-আফগানিস্তানৰ লগতে এইকেইটা দলে প্ৰৱেশ কৰিলে ছুপাৰ-৮ত; নিউজিলেণ্ড-শ্ৰীলংকা বাহিৰ

আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত চলি থকা টি-২০ বিশ্বকাপত এতিয়ালৈকে ভাৰত আৰু আফগানিস্তানৰ লগতে আন চাৰিটা দলে ছুপাৰ-৮ত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। এইবাৰৰ বিশ্বকাপত অংশ লোৱা ২০ টা দলক চাৰিটা গ্ৰুপত ভাগ কৰা হৈছিল। প্ৰতিটো গ্ৰুপৰ পৰা দুটাকৈ দলে

নিকোলাছ পুৰাণে ভংগ কৰি ক্ৰিছ গেইলৰ অভিলেখ; ৱেষ্ট ইণ্ডিজৰ হৈ ৰচিলে ইতিহাস

টি-২০ আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটত ৱেষ্ট ইণ্ডিজৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে নিকোলাছ পুৰাণ। তেওঁ ক্ৰিছ গেইলৰ অভিলেখ ভংগ কৰি এই কৃতিত্ব গঢ়ে। বৃহস্পতিবাৰে ট্ৰিনিদাদৰ ব্রায়ান লাৰা ষ্টেডিয়ামত নিউজিলেণ্ডৰ বিৰুদ্ধে খেলা

ভাৰত-পাকিস্তানৰ হাইভল্টেজ মেচ : কেইগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে ক’লে কোনে মাৰিব বিজয়ৰ হাঁহি

আজি ভাৰত-পাকিস্তানৰ মাজত অনুষ্ঠিত হ’বলগীয়া টি-২০ বিশ্বকাপৰ মেচখনক লৈ অনুৰাগীৰ মাজত তীব্ৰ উত্তেজনাই বিৰাজ কৰিছে। মেচখনত কোনে জয়ৰ শেষ হাঁহি মাৰিব তাক লৈ চৰ্চা চলি থকাৰ মাজতে ভাৰত-পাকিস্তানৰ কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰে জয়ী হ’বলগীয়া

পাকিস্তানক পৰাস্ত কৰি ইতিহাস ৰচা আমেৰিকাই সলাই দিলে ছুপাৰ-৮ৰ সমীকৰণ

ৱেষ্ট ইণ্ডিজ আৰু আমেৰিকাত চলি থকা টি-২০ বিশ্বকাপত প্ৰথমটো অঘটন দেখিলে ক্ৰিকেট বিশ্বই। শক্তিশালী বলিং লাইন আপৰ বাবে পৰিচিত পাকিস্তান দলক পৰাস্ত কৰি ইতিহাস ৰচিলে আয়োজক দেশ আমেৰিকাই। ক্ৰিকেটৰ যিকোনো ফৰ্মেটত পাকিস্তানৰ বিৰুদ্ধে আমেৰিকাৰ এই

বিশ্বকাপৰ অভিযান আৰম্ভৰ পূৰ্বেই আঘাতৰ বাবে বাহিৰ এইগৰাকী ক্ৰিকেটাৰ

অহা ৬ জুনত টি-২০ বিশ্বকাপৰ আয়োজক দেশ আমেৰিকাৰ বিৰুদ্ধে প্ৰথমখন মেচত অংশ ল’ব পাকিস্তান। কিন্তু বিশ্বকাপৰ অভিযান আৰম্ভ কৰাৰ পূৰ্বে এজন ক্ৰিকেটাৰৰ খবৰে চিন্তাত পেলাইছে পাকিস্তান দলত। খবৰ অনুসৰি আমেৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া মেচখনৰ পৰা

ভাৰতীয় দলৰ পৰৱৰ্তী প্ৰশিক্ষক গৌতম গম্ভীৰ! বাকী আনুষ্ঠানিকতা

টি-২০ বিশ্বকাপৰ পিছতেই ভাৰতীয় দলৰ প্ৰশিক্ষক হিচাপে কাৰ্যকাল অন্ত পৰিব ৰাহুল দ্ৰাবিড়ৰ। বি চি চি আইয়ে ইতিমধ্যেই এই পদ পূৰণৰ বাবে নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ কৰিছে। পৰৱৰ্তী বাৰতীয় মুখ্য প্ৰশিক্ষকৰ প্ৰথম পচন্দৰ শীৰ্ষত আছে গৌতম গম্ভীৰ।