ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

SPORTS

আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ পেট কামিন্স

আই পি এলৰ নীলামত ইতিহাসত সৃষ্টি কৰিলে অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক পেট কামিন্সে । পেট কামিন্সক ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০ কোটি ৫০ লাখ টকাত ক্ৰয় কৰে ।আই পি এলৰ ইতিহাসত আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় পেট কামিন্স। পেট

আই পি এল ইতিহাসৰ সৰ্বাধিক দৰত বিক্ৰী হোৱা ১০ গৰাকী ক্ৰিকেটাৰ

ক্ৰিকেট প্ৰেমীয়ে অধিৰ আগ্ৰহেৰে ৰৈ থকা বহু প্ৰত্যাশিত আই পি এল ২০২৪ৰ খেলুৱৈ নিলাম প্ৰক্ৰিয়া কিছু সময় পিছতেই আৰম্ভ হ’ব। এইবাৰ দেশৰ বাহিৰত, ডুবাইত অনুষ্ঠিত হ’ব আই পি এলৰ নিলাম। নিলামত বহু খেলুৱৈৰ ভাগ্য নিশাটোৰ ভিতৰতে সলনি হৈ আহিছে।

ইংলেণ্ডক পৰাস্ত কৰি ভাৰতীয় মহিলা দলে টেষ্ট ক্ৰিকেটত ৰচিলে ইতিহাস

নৱী মুম্বাইৰ ডি ৱাই পাটিল ষ্টেডিয়ামত অনুষ্ঠিত একমাত্ৰ টেষ্ট মেচখনত ইংলেণ্ডক ৩৪৭ ৰানত পৰাস্ত কৰি মহিলা টেষ্ট ক্ৰিকেটৰ ইতিহাসত সৰ্ববৃহৎ বিজয় সাব্যস্ত কৰিছে ভাৰতীয় মহিলা দলটোৱে। ভাৰতীয় দলৰ এই জয়ৰ নায়ক দিপ্তী শৰ্মাই খেলখনত মুঠ ৯টা

ভাৰতীয় দলত মোক্ষম আঘাত; টেষ্ট শৃংখলাৰ পৰা বাহিৰ মহম্মদ ছামী

ক্ৰিকেটৰ তিনিওটা ফৰ্মেটৰ শৃংখলাৰ বাবে বৰ্তমান দক্ষিণ আফ্ৰিকা ভ্ৰমণত আছে ভাৰতীয় দল। ইতিমধ্যেই দুয়োখন দেশৰ মাজত তিনিখন মেচৰ টি-২০ আন্তঃৰাষ্ট্ৰীয় শৃংখলা ১-১ ত সমাপ্ত হৈছে। এই শৃংখলাৰ পিছত দুয়োখন দেশৰ মাজত হ’ব তিনিখন মেচৰ এদিনীয়া শৃংখলা।

বৃহৎ সিদ্ধান্ত; ৰোহিত শৰ্মাৰ ঠাইত মুম্বাই ইণ্ডিয়ানছৰ নেতৃত্বত এইগৰাকী ক্ৰিকেটাৰ

আই পি এলৰ নিলামৰ পূৰ্বে মুম্বাই ইণ্ডিয়ানছে কৰিছে এক ডাঙৰ ঘোষণা। ক্ৰিকেট অনুৰাগীক হতচকিত কৰি আগন্তুক ছিজনৰ বাবে দলটোৱে অলৰাউণ্ডাৰ হাৰ্দিক পাণ্ডিয়াক অধিনায়ক হিচাপে নিযুক্তি দিছে। ১০ বছৰ ধৰি মুম্বাই ইণ্ডিয়ানছৰ অধিনায়কৰ দায়িত্ব পালন

এখন ঐতিহাসিক টেষ্ট মেচ য’ত, ভাৰতীয় আৰু কুকুৰৰ বাবে অনুমতি নাই

আজি ভাৰতৰ মাটিত ভাৰত বনাম ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচৰ ৯০ সংখ্যক বাৰ্ষিকী।১৯৩৩ চনৰ ১৫ ডিচেম্বৰত ঐতিহাসিক বম্বে জিমখানা খেলপথাৰত অনুষ্ঠিত হোৱা টেষ্ট মেচত ভাৰতীয় আৰু কুকুৰৰ বাবে অনুমতি দিয়া হোৱা নাছিল।পাটিয়ালাৰ মহাৰজাই

Year Ender 2023 : চলিত বৰ্ষত টি-২০ত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱ ১০ গৰাকী বেটাৰ

বছৰটো শেষ হ’বলৈ মাজত মাত্ৰ আৰু কেইটামান দিন। টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত বহু ক্ৰিকেটাৰৰ বাবে ২০২৩ বৰ্ষটো বিশেষ হৈ ৰ’ব। এই ক্ৰিকেটাৰৰ তালিকাত আছে ভাৰতীয় ক্ৰিকেট দলৰ বিস্ফোৰক বেটছমেন সূৰ্যকুমাৰ যাদৱ। বিগত দুটা বছৰৰ তুলনাত চলিত বছৰটোত

ধোনীলৈ বিশেষ সন্মান; এতিয়াৰ পৰা ভাৰতীয় খেলুৱৈয়ে পিন্ধিব নোৱাৰিব ৭ নম্বৰ জাৰ্চি

ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীক সন্মান জনাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইয়ে ৭ নম্বৰ জাৰ্চিক অৱসৰ দিয়াৰ সিদ্ধান্ত লৈছে। অৰ্থাত এতিয়াৰ পৰা ভাৰতীয় ক্ৰিকেটত উপলব্ধ নাথাকিব ৭ নম্বৰ জাৰ্চি। বিচিচিআইৰ সিদ্ধান্ত

কলকাতা নাইট ৰাইডাৰ্ছৰ অধিনায়কৰ নাম ঘোষণা; কোনে পালে দায়িত্ব?

আই পি এল আৰম্ভ হোৱাৰ চাৰি মাহৰ পূৰ্বে কলকাতা নাইট ৰাইডাৰ্ছে অধিনায়কৰ নাম ঘোষণা কৰে। শ্ৰেয়াছ আয়েৰে আঘাতৰ বাবে বিগত ছিজনত খেলিব নোৱাৰাৰ বাবে যোৱা দলৰ অধিনায়ক নিযুক্তি দিয়া হৈছিল নীতিশ ৰানাক। কিন্তু, আঘাতৰ পৰা সম্পূৰ্ণৰূপে সুস্থ হৈ

ঘৰুৱা ক্ৰিকেট টুৰ্ণামেণ্টত হাৰিয়ানা ক্ৰিকেট দলে ৰচিলে ইতিহাস

বিজয় হাজাৰে ট্ৰফীত হাৰিয়ানা দলে এক বিশেষ কৃতিত্ব অৰ্জন কৰিছে। ৫০ অ’ভাৰৰ এই টুৰ্ণামেণ্টখনত হাৰিয়ানা দলে প্ৰথমবাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিবলৈ সক্ষম হৈছে। অশোক মেনেৰিয়া নেতৃত্বাধীন হাৰিয়ানাই ছেমিফাইনেলত তামিলনাডুক ৬৩ ৰানত পৰাস্ত কৰি