Browsing Category
SPORTS
ৰিয়ান পৰাগৰ বেটত ৬ ৰ ধুমুহা । বিশ্বকাপৰ জ্বৰৰ মাজতে অভিলেখৰ উপৰি অভিলেখ ৰিয়ান পৰাগৰ ।
ৰিয়ান পৰাগৰ বেটত ৬ ৰ ধুমুহা । বিশ্বকাপৰ জ্বৰৰ মাজতে অভিলেখৰ উপৰি অভিলেখ ৰিয়ান পৰাগৰ ।ঘৰুৱা ক্ৰিকেটত ধুমুহা গতিত অভিলেখ গঢ়িছে অসমৰ যুৱ ক্রিকেটাৰ ৰিয়ান পৰাগে ।
এফালে, বিশ্বকাপৰ জ্বৰ আনহাতে, অসমৰ যুৱ ক্রিকেটাৰ ৰিয়ান পৰাগে ৰাষ্ট্ৰীয়!-->!-->!-->…
দুৰ্দমনীয় ৰিয়ান; প্ৰশংসা কৰিবলৈ গৈ অসম আৰু অসমীয়াক চূড়ান্ত অপমান ধাৰাভাষ্যকাৰৰ
এদিনীয়া বিশ্বকাপৰ সমান্তৰালকৈ চলি আছে দেশৰ অন্যতম সন্মানীয় ঘৰুৱা ক্ৰিকেট টুৰ্ণামেন্ট ছৈয়দ মুস্তাক আলী ট্ৰফী। প্ৰায় অন্তিম পৰ্যায়ত উপনীত হোৱা টুৰ্ণামেণ্টখন সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগ।
!-->!-->!-->…
বিশ্বকাপত শ্বাহীন শ্বাহ আফ্ৰিদীৰ বিশেষ কৃতিত্ব; উইকেটৰ ‘শতক’ সম্পূৰ্ণ
২০২৩ চনৰ বিশ্বকাপত পাকিস্তান দলৰ প্ৰদৰ্শনত অনুৰাগী অসন্তুষ্ট যদিও দলটোৰ এজন খেলুৱৈয়ে বিশেষ কৃতিত্বৰ অধিকাৰী হ’বলৈ সক্ষম হৈছে। ক্ৰিকেটাৰগৰাকী হ’ল সাম্প্ৰতিক সময়ৰ অন্যতম শ্ৰেষ্ঠ বেগী বলাৰ শ্বাহীন শ্বাহ আফ্ৰিদী।
বাংলাদেশৰ বিৰুদ্ধে!-->!-->!-->…
বিশ্বকাপৰ ইতিহাসত পূৰ্বে কেতিয়াও নোহোৱা ঘটনা ঘটিল ২০২৩ চনৰ বিশ্বকাপত, এদিনতে দুটা বিশেষ অভিলেখ
বিশ্বকাপ ২০২৩ বহু পৰিমানে বিশেষ বুলি প্ৰমাণিত হ’ব। প্ৰতিখন মেচৰ লগে লগে এই প্ৰতিযোগিতাত নতুন অভিলেখ গঢ় লৈ উঠিছে আৰু পুৰণি পৰিসংখ্যা সলনি হৈছে।
আফগানিস্তান আৰু শ্ৰীলংকাৰ মাজত হোৱা খেলখনৰ ফলাফলত এই বিশ্বকাপ অধিক বিশেষ হৈ পৰিল। এই মেচখনৰ!-->!-->!-->…
নেপাল ৰাষ্ট্ৰীয় ক্ৰিকেট দলক বিশেষ উপহাৰ ভাৰত চৰকাৰৰ
নেপাল ক্ৰিকেট দলে ভাৰতৰ পৰা লাভ কৰিলে বিশেষ উপহাৰ। বৃহস্পতিবাৰে সন্ধিয়া ভাৰত চৰকাৰে নেপালৰ ৰাষ্ট্ৰীয় ক্ৰিকেট দলক ক্ৰিকেট কিট উপহাৰ দিয়ে।
অতি কম সময়ৰ ভিতৰতে নেপালী ক্ৰিকেট দলটোৱে অধিক সফলতা অৰ্জন কৰিবলৈ সক্ষম হৈছে।
বৃহস্পতিবাৰে!-->!-->!-->!-->!-->…
IPL-ৰ পৰৱৰ্তী ছিজনত হালধীয়া জাৰ্ছিত দেখা পোৱা যাবনে ধোনীক? পোহৰলৈ আহিল ডাঙৰ খবৰ
২০২৩ চনত চেন্নাই ছুপাৰ কিংছক পঞ্চমবাৰৰ বাবে আই পি এল খিতাপ প্ৰদান কৰা এম এছ ধোনীয়ে পৰৱৰ্তী ছিজনত খেলিব নে নেখেলে সেই বিষয়ে ডাঙৰ খবৰ পোহৰলৈ আহিছে।
এটা অনুষ্ঠানৰ সময়ত এজন এংকৰে ধোনীক প্ৰাক্তন ক্ৰিকেটাৰ বুলি সম্বোধন কৰাৰ লগে লগে এংকৰজনক!-->!-->!-->…
এম চিন্নস্বামী ষ্টেডিয়ামত আজি ইংলেণ্ড আৰু শ্ৰীলংকাৰ মাজত ২২ গজৰ যুঁজ । আজিৰ খেলত কোনে মাৰিব শেষ…
২৫ সংখ্যক আই চি চি এদিনীয়া বিশ্বকাপ ২০২৩ৰ এখন খেলত আজি অৰ্থাৎ বৃহস্পতিবাৰে খেলপথাৰত মুখামুখি হ'ব ইংলেণ্ড আৰু শ্ৰীলংকা। আজি দিনৰ ২ বজাৰ পৰা বাংগালুৰুৰ এম চিন্নাস্বামী ষ্টেডিয়ামত আৰম্ভ হ'ব খেলখন।
আইচিচিৰ এদিনীয়া বিশ্বকাপ ২০২৩ত দুয়োটা!-->!-->!-->…
বিশ্বকাপত আজি অষ্ট্ৰেলিয়াৰ মুখামুখি হ’ব নেডাৰলেণ্ড । কোনটো দল জিকাৰ সম্ভাৱনা অধিক ?
আজি দিল্লীৰ অৰুণ জেটলী ষ্টেডিয়ামত বিশ্বকাপ ক্রিকেটৰ ২৪ সংখ্যক খেলত অষ্ট্ৰেলিয়াৰ মুখামুখি হ'ব নেডাৰলেণ্ড ।এইবাৰৰ বিশ্বকাপত দক্ষিণ আফ্ৰিকাক পৰাস্ত কৰি নেডাৰলেণ্ডৰ আত্মবিশ্বাস তুংগত আছে ।
নেডাৰলেণ্ডে আজি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে চমৎকাৰ!-->!-->!-->…
কাপোৰ ধুই আঙুলি শক্তিশালী কৰা বিষণ সিং বেদীৰ কিছু নজনা কথা…
ভাৰতীয় স্পিন বলিঙৰ কিম্বদন্তী। যিজনে এটা বলিং একচনেৰে চাৰি প্ৰকাৰৰ বলিং কৰিবলৈ সক্ষম হৈছিল। তেওঁ আছিল বিশ্বৰ শ্ৰেষ্ঠ স্পিনাৰ বুলি গণ্য কৰা শ্বেন ৱাৰ্নৰ আদৰ্শ।
আমি উল্লেখ কৰি থকা এইগৰাকী ক্ৰিকেটাৰ হৈছে ৭০ দশকৰ ভাৰতীয় দলৰ স্পিন বলিঙৰ!-->!-->!-->…
হাৰ্দিক পাণ্ডিয়াৰ ঠাইত কোনে পাব মূল একাদশত স্থান? উত্তৰ দিলে ৰাহুল দ্ৰাবিড়ে
আজি আই চি চি এদিনীয়া বিশ্বকাপত ভাৰত মুখামুখি হ’ব নিউজিলেণ্ডৰ বিৰুদ্ধে। চলিত বিশ্বকাপত অপৰাজিত হৈ আছে দুয়োটা দল। কিন্তু আজি যিকোনো এটা দলৰ বিজয়ৰ ৰথ স্তব্ধ হ’ব।
ইফালে ২০ বছৰে নিউজিলেণ্ডৰ বিৰুদ্ধে বিশ্বকাপত জয়ী হ’ব পৰা নাই ভাৰত। আজি এই!-->!-->!-->…