Browsing Category
SPORTS
বিশ্বকাপত বিৰাট কোহলীক এক বিশেষ ৰূপত চাব বিচাৰিছে গাংগুলীয়ে; পূৰণ হ’বনে ‘দাদা’ৰ ইচ্ছা?
২০২৪ চনৰ টি-২০ বিশ্বকাপ খেলিবলৈ আমেৰিকাৰ নিউয়ৰ্কত উপস্থিত হৈছে বিৰাট কোহলী। অৱশ্যে আজি বাংলাদেশৰ বিৰুদ্ধে অনুষ্ঠিত হ’বলগীয়া অনুশীলন মেচখনত তেওঁ অংশ ল’ব নে নাই সেই কথা এতিয়াও নিশ্চিত হোৱা নাই।
উল্লেখ্য যে, গুৰুত্বপূৰ্ণ প্ৰতিযোগিতাখনৰ!-->!-->!-->…
পুনৰবাৰ ভাৰতীয় মহিলা ক্ৰিকেট দলত স্থান লাভ উমা ছেত্ৰীৰ
অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ বাবে আন এক সুখবৰ। প্ৰতিভাৱান ক্ৰিকেটাৰ উমা ছেত্ৰীয়ে ভাৰতীয় ৰাষ্ট্ৰীয় মহিলা ক্ৰিকেট দলে দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে খেলিবলগীয়া ক্ৰিকেটৰ তিনিওটা ফৰ্মেট অৰ্থাত এদিনীয়া, টি-২০ আৰু টেষ্ট দলত স্থান লাভ কৰিছে।
মুম্বাইত!-->!-->!-->…
থাকিবলৈ ঘৰ নাই, খাবলৈ পানী নাই! কিন্তু দেখা পাব টি-২০ বিশ্বকাপত
মনত সাহস, উৎসাহ আৰু দৃঢ়তা থাকিলে কঠোৰ পৰিশ্ৰমৰ জৰিয়তে নিজৰ সপোন বাস্তৱায়িত কৰিব পাৰে। আমাৰ সকলোৰে জীৱনত অভাৱ-অভিযোগ আছে, কিন্তু যিসকলে নিজৰ সমস্যাক আওকান কৰি আগবাঢ়িব পাৰে তেন্তে সেই ব্যক্তিজন নিশ্চয় এদিন ইতিহাস সৃষ্টি কৰি আনৰ বাবে!-->…
‘নৰেন্দ্ৰ মোদী, অমিত শ্বাহ, ধোনী-শচীন’,….. মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে ৩০০০ৰো অধিক…
ভাৰতীয় ক্ৰিকেট দলৰ নতুন মুখ্য প্ৰশিক্ষকৰ পদৰ বাবে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বি চি চি আইয়ে লাভ কৰিছে ৩০০০ৰো অধিক আবেদন। এই পদৰ বাবে আবেদন কৰাৰ অন্তিম তাৰিখ আছিল ২৭ মে’।
টি-২০ বিশ্বকাপ ২০২৪ৰ পিছত বৰ্তমানৰ মুখ্য প্ৰশিক্ষক!-->!-->!-->…
IPLত কোন দলে কিমান কোটি টকা লাভ কৰিলে? বিজয়ী দলে কিমান পালে ধন?
কলকাতা নাইট ৰাইডাৰ্ছে ছানৰাইজাৰ্ছ হায়দৰাবাদক পৰাস্ত কৰি তৃতীয়বাৰৰ বাবে আজুৰি নিলে IPLৰ খিতাপ। ছানৰাইজাৰ্ছ হায়দৰাবাদৰ ১১৩ ৰানৰ প্ৰত্যুত্তৰত কেকেআৰে ১০.৩ অভাৰতে ২টা উইকেটৰ বিনিময়ত ১১৪ ৰান সংগ্ৰহ কৰি মেচখনত জয়লাভ কৰে। চেন্নাইত অনুষ্ঠিত!-->…
টি-২০ ক্ৰিকেটত বাবৰে ৰচিলে ইতিহাস; ভংগ কোহলী আৰু ৰোহিত শৰ্মাৰ অভিলেখ
আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত পুনৰবাৰ আন এক কৃতিত্ব গঢ়িবলৈ সক্ষম হ’ল পাকিস্তানৰ বাবৰ আজম। আন্তঃৰাষ্ট্ৰীয় টি-২০ ক্ৰিকেটত সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ তালিকাত দিব্তীয় স্থানত উপনীত হ’ল পাকিস্তানৰ অধিনায়কগৰাকী।
সৰ্বাধিক ৰান সংগ্ৰহকাৰীৰ!-->!-->!-->…
নীৰজ চোপ্ৰাৰ এটা প’ষ্টে চিন্তাত পেলাইছে অনুৰাগীক
পেৰিছ অলিম্পিক আৰম্ভ হোৱাৰ পূৰ্বে টকিঅ’ অলিম্পিক স্বৰ্ণ জয়ী নীৰজ চোপ্ৰাৰ এটা ইনষ্টাগ্ৰাম ষ্টৰীয়ে চিন্তা বঢ়াইছে ভাৰতীয় অনুৰাগীৰ।
জানিব পৰা অনুসৰি, টকিঅ’ অলিম্পিকৰ স্বৰ্ণ পদক বিজয়ী জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই দুসপ্তাহ পূৰ্বে!-->!-->!-->!-->!-->!-->!-->…
বিশ্বকাপৰ বাবে ভাৰতীয় দলৰ সৈতে আমেৰিকালৈ ৰাওনা নহ’ল বিৰাট কোহলী!
অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া টি-২০ বিশ্বকাপ ২০২৪ৰ বাবে ভাৰতীয় দলটোৰ একাংশ সদস্য শনিবাৰে আমেৰিকালৈ ৰাওনা হয়। মুখ্য প্ৰশিক্ষক ৰাহুল দ্ৰাবিড়, অধিনায়ক ৰোহিত শৰ্মা, যশপ্ৰীত বুমৰাহকে ধৰি আন কেইবাগৰাকীও ক্ৰিকেটাৰক আমেৰিকালৈ ৰাওনা হোৱা দেখা!-->…
প্ৰশিক্ষকৰ দায়িত্ব ল’বলৈ BCCI-ক এটা চৰ্ত বান্ধি দিলে গৌতম গম্ভীৰে!
কোন হ’ব ভাৰতীয় ক্ৰিকেট দলৰ পৰৱৰ্তী মুখ্য প্ৰশিক্ষক। প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰক নে কোনো আন্তঃৰাষ্ট্ৰীয় প্ৰাক্তন ক্ৰিকেটাৰক এই পদত নিযুক্তি দিব তাক লৈ চলিছে ক্ৰিকেট জগতত চলিছে চৰ্চা।
সংবাদ মাধ্যমত সঘনাই অষ্ট্ৰেলিয়াৰ ৰিকি পণ্টিং,!-->!-->!-->…
বিশ্বকাপৰ পূৰ্বে আমেৰিকাই ৰচিলে ইতিহাস; তুলনামূলভাৱে শক্তিধৰ বাংলাদেশৰ লজ্জাজনক প্ৰদৰ্শন
আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজে যুটীয়াভাৱে আয়োজন কৰিবলগীয়া টি-২০ বিশ্বকাপৰ পূৰ্বে আয়োজক দেশ আমেৰিকাই ৰচিলে ইতিহাস। বিশ্বকাপৰ পূৰ্বে বাংলাদেশৰ বিৰুদ্ধে খেলা তিনিখন মেচৰ টি-২০ শৃংখলাৰ দ্বিতীয়খন মেচ জয়ী হৈ শৃংখলা দখলেৰে ইতিহাস ৰচিবলৈ সক্ষম!-->…