Browsing Category
SPORTS
মোহালী এদিনীয়া মেচৰ পূৰ্বে অনুৰাগীৰ বাবে বেয়া খবৰ; একেলগে বাহিৰ হ’ল দুগৰাকী খেলুৱৈ
২২ ছেপ্তেম্বৰ অৰ্থাত শুকুৰবাৰৰ পৰা আৰম্ভ হ’ব ভাৰত অষ্ট্ৰেলিয়াৰ মাজৰ তিনিখন মেচৰ এদিনীয়া শৃংখলা। শৃংখলাৰ প্ৰথমখন মেচ কাইলৈ দুপৰীয়া ১.৩০ বজাৰ পৰা মোহালীত অনুষ্ঠিত হ’ব।
কিন্তু শৃংখলাৰ প্ৰথম মেচখনৰ পূৰ্বে অনুৰাগীৰ বাবে আহিল এটা বেয়া খবৰ।!-->!-->!-->…
বিশ্বকাপৰ পূৰ্বে আদালতত হাজিৰ মহম্মদ ছামী; আদালতে কি দিলে ৰায়?
ভাৰতীয় ক্ৰিকেট দলৰ অনুভৱী বেগী বলাৰ মহম্মদ ছামীয়ে ১৯ ছেপ্টেম্বৰত পত্নী হাৰাশাস্তিৰ গোচৰত বৃহৎ সকাহ লাভ কৰিছে।
পাঁচ বছৰ পূৰ্বেই তৰা এটা গোচৰৰ বাবে ছামীক আলিপুৰ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। এই নিৰ্দেশ অনুসৰি, ছামীয়ে আদালতত!-->!-->!-->…
দুহাতৰ শক্তি আৰু দৃঢ় মনোবলেৰে ৰাষ্ট্ৰীয় পৰ্যায়ত জিলিকি উঠিল বঙাইগাওঁৰ যুৱক প্রণৱ।
মনোবল থাকিলে হাজাৰ বাধাকো নেওচি সফলতা লাভ কৰিব পাৰে সেই কথা পুনৰবাৰ প্রমাণ কৰিলে বঙাইগাওঁৰ সিদলসতী খোৰাপাৰা গাওঁৰ যুৱক প্রণৱজ্যোতি ৰয়ে।
দিন হাজিৰা কৰি জীৱন সংগ্ৰাম চলোৱা প্রণৱে চিকিমত অনুষ্ঠিত ৪১ সংখ্যক ৰাষ্ট্ৰীয় পাঞ্জা প্রতিযোগিতাত!-->!-->!-->…
এছিয়ান গেমছত চীনৰ বিৰুদ্ধে ৫-১ গ’লৰ ব্যৱধানত পৰাস্ত হ’ল ভাৰতীয় ফুটবল দল
২০২৩ চনৰ এছিয়ান গেমছত ভাৰতীয় ফুটবল দলটো চীনৰ হাতত ৫-১ গ’লত পৰাস্ত হয়। সুনীল ছেত্ৰী নেতৃত্বাধীন ভাৰতীয় দলটোৱে চীনৰ বিৰুদ্ধে মাত্ৰ এটা গ’লহে দিবলৈ সক্ষম হয়।
এই খেলখন হাংঝোৰ হুয়াংলং স্প’ৰ্টছ চেণ্টাৰ ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল।!-->!-->!-->…
অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া শৃংখলাৰ বাবে ভাৰতীয় দল ঘোষণা; এইগৰাকী তাৰকাৰ প্ৰত্যাৱৰ্তন
২২ ছেপ্টেম্বৰৰ পৰা অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে তিনিখন মেচৰ এদিনীয়া শৃংখলাৰ বাবে ঘোষণা কৰা হৈছে ভাৰতীয় দল। শৃংখলাৰ প্ৰথম দুখন মেচৰ বাবে বিৰাট কোহলী আৰু অধিনায়ক ৰোহিত শৰ্মাক বিশ্ৰাম দিয়া হৈছে।
প্ৰথম দুখন মেচৰ বাবে দলটোৰ নেতৃত্ব কে এল ৰাহুলৰ!-->!-->!-->…
বিশ্বকাপৰ পূৰ্বে মোক্ষম আঘাত; দুগৰাকী খেলুৱৈৰ আঘাতৰ বাবে সমস্যাত এইটো দল
৫ অক্টোবৰৰ পৰা ভাৰতৰ ভূমিত আৰম্ভ হ’ব এদিনীয়া বিশ্বকাপ। ক্ৰিকেটৰ এই মহাৰণৰ প্ৰতি লক্ষ্য ৰাখি প্ৰতিটো দলেই প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তোলাৰ লগতে নিজৰ খেলুৱৈৰ ফিটনেছৰ প্ৰতিও বিশেষ যত্ন লৈছে।
কিন্তু এই সন্মানীয় প্ৰতিযোগিতাখনৰ পূৰ্বে এটা!-->!-->!-->…
ভাৰতীয় বলাৰৰ বিধ্বংসী বলিঙত বিধ্বস্ত শ্ৰীলংকা; অষ্টমবাৰলৈ এছিয়া কাপ দখল ভাৰতৰ
ভাৰতীয় বেগী বলাৰ মহম্মদ ছিৰাজৰ বিধ্বংসী বলিঙৰ সহায়ত অষ্টমবাৰৰ বাবে ভাৰতে দখল কৰিলে এছিয়া কাপৰ ট্ৰফী। এছিয়া কাপ ক্ৰিকেট ইতিহাসত ভাৰতৰ এয়া বৃহৎ জয়।
কলম্বোৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হোৱা ফাইনেল মেচখনত ঘৰুৱা দল শ্ৰীলংকাক ১০ উইকেটত!-->!-->!-->…
ভাৰত-অষ্ট্ৰেলিয়া শৃংখলাৰ বাবে দল ঘোষণা; দললৈ প্ৰত্যাৱৰ্তন কেইবাগৰাকীও তাৰকা খেলুৱৈৰ
২০২৩ বৰ্ষৰ এদিনীয়া বিশ্বকাপৰ পূৰ্বে ২২ ছেপ্টেম্বৰৰ পৰা ভাৰত আৰু অষ্ট্ৰেলিয়াৰ মাজত অনুষ্ঠিত হ’ব ৩খন মেচৰ এদিনীয়া শৃংখলা। এই শৃংখলাটো অনুষ্ঠিত হ’ব ভাৰতত।
শৃংখলাৰ প্ৰথমখন মেচ মোহলীত অনুষ্ঠিত হ’ব। দ্বিতীয়খন খেল ২৪ ছেপ্টেম্বৰত!-->!-->!-->!-->!-->…
ডাইমণ্ড লীগৰ ফাইনেলত থমকিল গতি, দ্বিতীয় স্থানতে সন্তুষ্ট নীৰজ চোপ্ৰা ISHAN NEWS
বিশ্ব চেম্পিয়নশ্বিপত স্বৰ্ণ জয় কৰি ইতিহাস সৃষ্টি কৰা ভাৰতৰ তাৰকা জেভেলিন থ্ৰ’ৱাৰ নীৰজ চোপ্ৰাই আমেৰিকাত অনুষ্ঠিত হোৱা ডাইমণ্ড লীগৰ ফাইনেলত খিতাপ দখলত ব্যৰ্থ হয়।
৮৩.৮০ মিটাৰ স্বাভাৱিক প্ৰদৰ্শনেৰে দ্বিতীয় স্থানতে সন্তুষ্ট!-->!-->!-->!-->!-->…
এছিয়া কাপঃ ফাইনেলৰ পূৰ্বে বাহিৰ হ’ল এগৰাকী তাৰকা ক্ৰিকেটাৰ
১৭ ছেপ্তেম্বৰ অৰ্থাত দেওবাৰে কলম্বোৰ আৰ প্ৰেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হ’ব এছিয়া কাপৰ চূড়ান্ত মেচখন। এছিয়াৰ শ্ৰেষ্ঠত্ব অৰ্জনৰ লক্ষ্যৰে মুখামুখি হ’ব প্ৰতিযোগিতাখনৰ ইতিহাসৰ আটাইতকৈ সফল দুই দল ভাৰত আৰু শ্ৰীলংকা।
কিন্তু চূড়ান্ত মেচখনৰ!-->!-->!-->…