ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

SPORTS

ধোনীক প্ৰয়োজন মাত্ৰ ৬ ৰানৰ; চেন্নাই ছুপাৰ কিংছৰ হৈ গঢ়িব বিশেষ অভিলেখ

আই পি এলৰ চলিত ছিজনত ঘৰুৱা দল ছানৰাইজাৰ্ছ হায়দৰাবাদৰ বিৰুদ্ধে খেলপথাৰত নামিব চেন্নাই ছুপাৰ কিংছ। মেচখনত সকলোৰে দৃষ্টি নিৱদ্ধ থাকিব এম এছ ধোনীৰ ওপৰত। ইয়াৰ আগৰ মেচখনত চি এছ কে পৰাস্ত হ’লেও ধোনীৰ বেটিং বিক্ৰমে সকলোকে মোহাচ্চন্ন কৰি

চলিত আই পি এলত দ্বিতীয় বাৰৰ বাবে শাস্তিৰ সন্মুখীন ঋষভ পন্ত

কলকাতা নাইট ৰাইডাৰ্ছৰ বিৰুদ্ধে ১০৬ ৰানৰ বিশাল ব্যৱধানত পৰাস্ত হোৱাৰ পিছতে আন এক মোক্ষম আঘাতৰ সন্মুখীন হৈছে দিল্লী কেপিটেলছৰ অধিনায়ক ঋষভ পন্ত। কলকাতাৰ বিৰুদ্ধে শ্ল’ অভাৰ ৰেটৰ বাবে ঋষভ পন্তক ১২ লাখ টকা নহয় এইবাৰ ২৪ লাখ টকা জৰিমনা বিহা

চলিত আই পি এলত কলকাতা নাইট ৰাইডাৰ্ছে গঢ়িলে বৃহৎ অভিলেখ

ৰোমাঞ্চেৰে ভৰা চলিত আই পি এল ছিজনত কলকাতা নাইট ৰাইডাৰ্ছে গঢ়িলে এক বৃহৎ অভিলেখ, যিটো এইবাৰৰ আই পি এলত এতিয়ালৈ কৰিব পৰা নাই কোনো দলে। বুধবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে খেলা মেচখনৰ পাৱাৰ প্লে'ত (৬ অভাৰ) ৮৮ ৰান সংগ্ৰহ কৰি অভিলেখ

ধুমুহা গতিৰ বলেৰে চমক; অভিষেক মেচতেই জিলিকি উঠিল এইগৰাকী ভাৰতীয় বলাৰ

নিশাৰ ভিতৰতে তাৰকাত পৰিণত হ’ল ধুমুহা গতিৰ বলেৰে প্ৰতিপক্ষৰ বেটছমেনক শলঠেকত পেলোৱা এগৰাকী ভাৰতীয় বলাৰ। আই পি এলত লক্ষ্ণৌ ছুপাৰ জায়েণ্টছৰ হৈ খেলা এইগৰাকী বলাৰ এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু। ভৱিষ্যতৰ ছুপাৰষ্টাৰ আখ্যা দিছে বহু ক্ৰিকেট

আই পি এলত আন এক অভিলেখ গঢ়িবলৈ সাজু বিৰাট কোহলী

আজি ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু আৰু কলকাতা নাইট ৰাইডাৰ্ছৰ মাজত অনুষ্ঠিত হ’ব আই পি এলৰ চলিত সংস্কৰণৰ দহ নম্বৰ মেচ। বেংলাগলুৰুৰ চিন্নাস্বামী ষ্টেডিয়ামত হ’বলগীয়া এই মেচখনত ইতিহাস ৰচাৰ সুযোগ পাব ৰান মেচিন বিৰাট কোহলীয়ে। ৩৫ বছৰীয়া

ৰিয়ানৰ দুৰ্দান্ত ইনিংছৰ পিছতেই পাঠানে কৰিলে ভবিষ্যদ্বাণী; ছ’চিয়েল মিডিয়াত ভাইৰেল প’ষ্ট

আই পি এলৰ চলিত সংস্কৰণত দুৰ্দান্ত প্ৰদৰ্শন ৰিয়ান পৰাগৰ। বৃহস্পতিবাৰে দিল্লী কেপিটেলছৰ বিৰুদ্ধে অনুষ্ঠিত হোৱা ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন মেচত বিস্ফোৰক ইনিংছৰে ক্ৰিকেট অনুৰাগীৰ হৃদয় জিনিছে অসম সন্তান ৰিয়ান পৰাগে। মেচখনত ৰিয়ানে ৪৫ টা

১৫ আৰু ১৯ মে’ গুৱাহাটীত অনুষ্ঠিত হ’ব আই পি এলৰ দুখন মেচ

২০২৩ বৰ্ষৰ দৰে আই পি এল ২০২৪ ছিজনতো ৰাজস্থান ৰয়েলছৰ দুখন মেচ অনুষ্ঠিত হ’ব গুৱাহাটীত। ১৫ মে’ত গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত পঞ্জাৱ কিংছৰ বিৰুদ্ধে প্ৰথমখন খেল অনুষ্ঠিত হ’ব। আনহাতে দ্বিতীয়খন খেল ১৯ মে’ত কলকাতা নাইট ৰাইডাৰ্ছৰ

মুম্বাই ইণ্ডিয়ানছৰ বাবে বেয়া খবৰ; দ্বিতীয়খন মেচৰ পৰাও বাহিৰ এইগৰাকী বিস্ফোৰক বেটছমেন

বুধবাৰে আই পি এল ২০২৪ ছিজনৰ অষ্টমখন মেচত মুখামুখি হ’ব মুম্বাই ইণ্ডিয়ানছ আৰু ছানৰাইজাৰ্ছ হায়দৰাবাদ। হায়দৰাবাদৰ ৰাজীৱ গান্ধী আন্তঃৰাষ্ট্ৰীয় ষ্টেডিয়ামত সন্ধিয়া ৭.৩০ বজাৰ পৰা আৰম্ভ হ’ব এই মেচখন। হাইভল্টেজ এই মেচখনৰ পূৰ্বে মুম্বাই

ফিফা বিশ্বকাপৰ লক্ষ্য! আজি গুৱাহাটীত সমুখসমৰত নামিব ভাৰত-আফগানিস্তান

হোলীৰ আনন্দ উল্লাসৰ মাজতে আজি গুৱাহাটীত ভাৰত আৰু আফগানিস্তানৰ মাজত অনুষ্ঠিত হ’ব ফিফা বিশ্বকাপৰ যোগ্যতা নিৰ্ণয়কাৰী মেচ। সন্ধিয়া ৭ বজাত গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হ’ব ৰাউণ্ড ২ৰ এই মেচখন। বিশ্বকাপৰ উপৰি এই খেলখন আগন্তুক

টেষ্ট ক্ৰিকেটত কামিন্দু মেণ্ডিছে ৰচিলে ইতিহাস; এই অভিলেখ গঢ়া বিশ্বৰ প্ৰথমজন বেটছমেন

বাংলাদেশ আৰু শ্ৰীলংকাৰ মাজত অনুষ্ঠিত হৈ থকা প্ৰথমখন টেষ্ট মেচত শ্ৰীলংকাৰ বেটছমেন কামিন্দু মেণ্ডিছে ৰচিলে ইতিহাস। টেষ্ট ক্ৰিকেটৰ ইতিহাসত ৭ নম্বৰ বা তাতকৈ নিম্ন স্থানত বেটিং কৰি টেষ্টৰ দুয়োটা ইনিংছতে শতক অৰ্জন কৰা একমাত্ৰ বেটছমেন হিচাপে