Browsing Category
SPORTS
হায়দৰাবাদৰ তন্ময় আগৰৱালে গঢ়িলে কেইবাটাও বিশ্ব অভিলেখ
হায়দৰাবাদৰ প্ৰতিভাৱান বেটছমেন তন্ময় আগৰৱালে শনিবাৰে নিজৰ নামত গঢ়িলে আন এক বিশ্ব অভিলেখ। শুকুৰবাৰে অৰুণাচল প্ৰদেশৰ বিৰুদ্ধে ৰঞ্জি ট্ৰফী প্লেট গ্ৰুপৰ খেলখনত মাত্ৰ ১৪৭টা বলত ত্ৰিশতক অৰ্জন কৰি অভিলেখ গঢ়িছিল তন্ময়ে।
শুকুৰবাৰে ১৬০টা বলত!-->!-->!-->…
পুনৰ বিশ্ব অভিলেখ বোপান্নাৰ; গ্ৰেণ্ড শ্লেম জয়ী হোৱা বিশ্বৰ আটাইতকৈ বয়স্ক খেলুৱৈ
ৰোহন বোপান্নাৰ বিশ্ব অভিলেখ। টেনিছৰ ইতিহাসত গ্ৰেণ্ড শ্লেম জয় কৰা আটাইতকৈ বয়স্ক খেলুৱৈ হিচাপে পৰিগণিত হৈছে ৪৩ বছৰীয়া ৰোহন বোপান্না।
শনিবাৰে সতীৰ্থ মেথিউ এবডেনৰ সৈতে অষ্ট্ৰেলিয়ান অ’পেনৰ পুৰুষৰ ডাবলছ ট্ৰফী লাভ কৰে। ফাইনেলত ছিমন বলেলি!-->!-->!-->…
২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰ বিৰাট কোহলী
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে ভাৰতৰ তাৰকা বেটছমেন বিৰাট কোহলীক ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ এদিনীয়া ক্ৰিকেটাৰৰ খিতাপেৰে সন্মানিত কৰিছে। এই খিতাপ লাভ কৰাৰ লগে লগে আই চি চিৰ সৰ্বাধিক অৰ্থাত ১০টা ব্যক্তিগত বঁটা লাভ কৰা প্ৰথমগৰাকী!-->…
ক’ভিডত আক্ৰান্ত হোৱাৰ পিছতো খেলপথাৰত নামিল খেলুৱৈ
অষ্ট্ৰেলিয়া আৰু ৱেষ্ট ইণ্ডিজৰ মাজত আজিৰ পৰা ব্ৰীছবেনত আৰম্ভ হৈছে টেষ্ট শৃংখলাৰ দ্বিতীয়খন মেচ। মেচখনৰ আৰম্ভণিৰ পূৰ্বে দুয়োখন দেশৰ খেলুৱৈয়ে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশন কৰাৰ সময়ত অষ্ট্ৰেলিয়া দলৰ এগৰাকী ক্ৰিকেটাৰক তেওঁৰ সতীৰ্থ খেলুৱৈৰ পৰা!-->…
‘মই এতিয়াও অৱসৰ ঘোষণা কৰা নাই’, স্পষ্ট কৰি দিলে ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে
অলিম্পিক পদক বিজয়ী তথা ছয়বাৰৰ বিশ্ব চেম্পিয়ন মেৰী কমে অৱসৰৰ খবৰক খণ্ডন কৰি এক ডাঙৰ মন্তব্য কৰিছে। সংবাদ মাধ্যমে ভুল উদ্ধৃতিৰে তেওঁৰ অৱসৰৰ বাতৰি প্ৰকাশ কৰা বুলি কয় বক্সাৰগৰাকীয়ে।
‘মই এতিয়াও অৱসৰ ঘোষণা কৰা নাই আৰু এয়া ভুল উদ্ধৃতি!-->!-->!-->…
এখন মেচতো জয় বা পৰাজয় নোহোৱা বিশ্বৰ একমাত্ৰ ক্ৰিকেটাৰ; জানো আহক সবিশেষ….
ভাৰতীয় ক্ৰিকেট দলৰ বহু খেলুৱৈয়ে গঢ়িছে অনন্য অভিলেখ। বিশ্ব ক্ৰিকেটত ভাৰতীয় ক্ৰিকেটাৰে গঢ়া এনে বহু অভিলেখ আছে যিবোৰ এতিয়ালৈকে ভংগ হোৱা নাই।
আজি আমি আপোনালোকক ভাৰতীয় দলৰ এজন বেটছমেনৰ বিষয়ে জনাম যিয়ে নিজৰ কেৰিয়াৰত কোনো এখন মেচত!-->!-->!-->…
ইতিহাস; বিশ্বৰ আটাইতকৈ বয়স্ক খেলুৱৈ হিচাপে ৰেংকিঙৰ শীৰ্ষত বোপান্না
৪৩ বছৰ বয়সতো তেওঁ এজন দুৰন্ত তৰুণ। জয়ী হোৱাৰ ভোকেই তেওঁৰ মূল শক্তি। বয়স যে মাথোঁ এটা সংখ্যা সেই কথা পুনৰবাৰ প্ৰমাণ কৰি দেখুৱালে ৰোহন বোপান্নাই। টেনিছ ক’ৰ্টত এক নতুন ইতিহাস ৰচি গৌৰৱান্বিত কৰিলে ভাৰতবাসীক।
পুৰুষৰ ডাবলছ ৰেংকিঙত বিশ্বৰ!-->!-->!-->…
২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা ICC-ৰ; ভাৰতৰ মাত্ৰ দুগৰাকী খেলুৱৈৰ স্থান লাভ
আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ চমুকৈ আই চি চিয়ে ২০২৩ বৰ্ষৰ শ্ৰেষ্ঠ টেষ্ট দল ঘোষণা কৰিছে। ভাৰতৰ দুগৰাকী খেলুৱৈয়ে এই দলত স্থান লাভ কৰিছে।
অষ্ট্ৰেলিয়াৰ পেট কামিন্সক আইচিচিয়ে ২০২৩ চনৰ টেষ্ট দলৰ অধিনায়ক হিচাপে নিযুক্তি দিছে। টি-২০ৰ দৰে আই!-->!-->!-->…
ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ পূৰ্বে ইংলেণ্ড দলত মোক্ষম আঘাত
ভাৰতৰ বিৰুদ্ধে ২৫ জানুৱাৰীৰ পৰা আৰম্ভ হ’বলগীয়া ৫খন টেষ্ট মেচৰ শৃংখলাৰ পূৰ্বে ইংলেণ্ড দলটোৱে ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন হৈছে। ইংলেণ্ডৰ তাৰকা বেটছমেন হেৰী ব্ৰুক ভাৰতৰ বিৰুদ্ধে টেষ্ট শৃংখলাৰ অংশ নহ’ব।
ইংলেণ্ড আৰু ৱেলছ ক্ৰিকেট ব’ৰ্ডে এক!-->!-->!-->…
ক্ৰিকেটৰ বাবে এৰিছিল ছিকিউৰিটি গাৰ্ডৰ চাকৰি; অভিষেক মেচতে দৃষ্টি কাঢ়িলে এইগৰাকী ক্ৰিকেটাৰে
মানুহৰ প্ৰবল ইচ্ছাশক্তিৰ আগত কোনো ধৰণৰ বাধাই তিষ্ঠি থাকিব নোৱাৰে৷ চেষ্টাৰ ত্ৰুটী নহ’লে কোনো প্ৰচেষ্টাই সমাদৰ নেহেৰুৱায়৷ মানুহৰ আনন্দ সাফল্যত নহয়, প্ৰচেষ্টাতহে৷ এই কথাকেই প্ৰমাণ কৰি দেখুৱালে ৱেষ্ট ইণ্ডিজৰ এজন ক্ৰিকেটাৰে।
অষ্ট্ৰেলিয়াৰ!-->!-->!-->…