ISHAN NEWS – Always One Step Ahead of Time…
Browsing Category

UNCA

প্ৰথমে পতন, পিছত উত্থান অৱশেষত সলনি হ’ল ষ্টক মাৰ্কেটৰ গতিবিধি ।

শুকুৰবাৰৰ দিনটোত পুনৰ স্তব্ধ হৈ পৰিল শ্বেয়াৰ মাৰ্কেট। প্ৰথমে পতন, পিছত উত্থানে সলনি কৰিলে বজাৰৰ গতিবিধি। ৪ অক্টোবৰৰ দিনটোত ভাৰতীয় শ্বেয়াৰ বজাৰত পুনৰ অস্থিৰতা দেখিবলৈ পোৱা গ’ল। ৩ অক্টোবৰত SENSEX- 1769.19 পইন্ট যাৰ বজাৰ মূল্য 82,497.10

চালকৰ কাষত কোনো যাত্ৰীক বহুৱাই নিব নোৱাৰিব, নিয়ম ভংগ কৰিলেই লগে লগে ভৰিব লাগিব ৫০০ টকাৰ জৰিমণা।

এইবাৰৰ পৰা ই-ৰিক্সাৰ সোঁ ফাল সম্পূৰ্ণ থাকিব বন্ধ। চালকৰ কাষত কোনো যাত্ৰীক বহুৱাই নিব নোৱাৰিব আৰু ইচ্ছা কৰিলে য’তে ত'তে ৰখাব নোৱাৰিব ই-ৰিক্সাখন। ই-ৰিক্সাৰ চালকৰ বাবে কঠোৰ নিৰ্দেশনা । যাত্ৰীয়েও মানিব লাগিব কেতবোৰ নিৰ্দেশনা । নিয়ম

শিশুৰ অশ্লীল ভিডিঅ’ চোৱাটো অপৰাধ হয় নে নহয়? কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে?

অশ্লীল কন্টেন্ট চোৱা বা ডাউনলোড কৰা কোনো অপৰাধ নহয়? যেতিয়ালৈ চাওতাই সেই ভিডিঅ’ সম্প্ৰচাৰিত নকৰে তেতিয়ালৈ POCSO আইন বা IT আইনৰ অধীনত কোনো অপৰাধ বুলি গণ্য কৰা নহ’ব? মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ সিদ্ধান্তক লৈ কি ক’লে সৰ্বোচ্চ ন্যায়ালয়ে?

কোন তাৰকাই কিমান কৰ পৰিশোধ কৰিলে?

২০২৪ চনত কোন তাৰকাই কিমান কৰ পৰিশোধ কৰিলে ! এই সন্দৰ্ভত ফৰ্চুন ইণ্ডিয়াই তথ্য প্ৰকাশ কৰিলে কেতবোৰ তথ্য। কোটি কোটি জনতাৰ মন জয় কৰা দেশৰ বহুল সমাদৃত তাৰকাসকলেও কোটি টকা উপাৰ্জনৰ ক্ষেত্ৰত আগবাঢ়ি থকাই নহয় বৰঞ্চ দেশৰ ৰাজকোষলৈও আগবঢ়াঙইছে কৰ

নতুনকৈ YOUTUBE CHANNEL খুলি কিমান টকা উপাৰ্জন কৰিলে ক্রিষ্টিয়ানো ৰোনাল্ডোৱে?

ফুটবল তাৰকা ক্রিষ্টিয়ানো ৰোনাল্ডোয়ে নিজাকৈ আৰম্ভ কৰিলে এটা ইউটিউব চেনেল। লগে লগে গঢ়িলে অভিলেখ । কিয়নো এদিনতে ৩৮.৫ মিলিয়ন চাবচক্ৰাইবাৰ লাভ কৰাৰ লগতে মাত্ৰ দুদিনতে লাভ কৰিলে Golden Play বুটাম। জনপ্ৰিয় ৩৯ বছৰীয়া পৰ্তুগীজ ফুটবলাৰ

বিয়া পতাই অপৰাধ! বিয়া পাতি সমাজৰ পৰা এঘৰীয়া এটি পৰিয়াল

মানুহৰ বাবে সমাজ নে সমাজৰ বাবে মানুহ। একবিংশ শতিকাত বৰ্ণ বৈষম্যৰ বলি এটি পৰিয়াল। যি সময়ত মানুহে চন্দ্ৰত মাটি কিনাৰ কথা চিন্তা চৰ্চা কৰিছে তেনে সময়ত কৈবৰ্ত সম্প্ৰদায়ৰ ছোৱালী বিয়া পতাৰ বাবে সমাজৰ পৰা এঘৰীয়া হবলগীয়া হল মাজুলীৰ এটা

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ…

তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষা সন্দৰ্ভত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত । আজি প্ৰকাশ পালে ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ পাঠ্যক্ৰমসমূহ । অন্যহাতে অসমত এইবাৰ মুঠ ১১ লাখ পৰীক্ষাৰ্থীক লৈ

অসম আৰক্ষী, তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পৰীক্ষাৰ দিন ঘোষণা

অসমৰ নিবনুৱাসকলৰ বাবে সুখবৰ । ছেপ্তেম্বৰ আৰু অক্টোবৰ মাহতে অনুষ্ঠিত হ'ব তৃতীয়, চতুৰ্থ বৰ্গৰ পৰীক্ষাসমূহ। নতুন পদ্ধতিৰে অনুষ্ঠিত হ'ব তৃতীয়, চতুৰ্থ বৰ্গৰ নিযুক্তি পক্ৰিয়া । অৰ্থাত APSCৰ আৰ্হিৰে চাকৰিৰ প্ৰাৰ্থীয়ে দিব লাগিব

প্ৰচণ্ড গৰমে দহিছে পাকিস্তান; বিগত ৬ দিনত ৫৬৮ গৰাকীৰ মৃত্যু!

কেৱল ভাৰততে নহয়, চুবুৰীয়া দেশ পাকিস্তানতো গৰমে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। পৰিস্থিতি এনেকুৱা যে অত্যন্ত গৰমৰ বাবে দেশখনৰ বহু লোকে প্ৰাণ হেৰুৱাইছে। পাকিস্তানৰ কৰাচী চহৰৰ এম্বুলেন্স চালকসকলে জনোৱা অনুসৰি বিগত ৬ দিনত তেওঁলোকে প্ৰায় ৫৬৮টা

নেপালত বৰষুণ-ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ; মৃত্যুক সাৱটিলে ১৪ জন লোকে

প্ৰকৃতিৰ ৰোষত পুনৰবাৰ নেপাল। প্ৰকৃতিয়ে চলোৱা তাণ্ডৱত প্ৰতি বছৰে আৰ্থিকভাৱে বিস্তৰ ক্ষতিৰ সন্মুখীন হৈ অহা ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনত এইবাৰো প্ৰচণ্ড বৰষুণে লৈছে ভয়াৱহ ৰূপ। ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু বজ্ৰপাতৰ ফলত দেশখনত