ISHAN NEWS – Always One Step Ahead of Time…

ক্ৰিকেটৰ পিছত ৰাজনীতিৰ পথাৰত প্ৰৱেশ ঘটিল আম্বাতি ৰায়ডুৰ

প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰ আম্বাতি ৰায়ডুৱে ভৰি দিলে ৰাজনীতিৰ পথাৰত। অন্ধ্ৰপ্ৰদেশৰ ৰাজনীতিত প্ৰৱেশ ঘটিল ক্ৰিকেটাৰগৰাকীৰ। ৩৭ বছৰীয়া ক্ৰিকেটাৰগৰাকীয়ে জগন মোহন ৰেড্ডীৰ দলত আজি আনুষ্ঠানিকভাৱে যোগদান কৰে। ৱাই এছ আৰ চি পি দলৰ অধ্যক্ষ জগন

কাইলৈ কেন্দ্ৰৰে হ’ব আলফাৰ বহুপ্ৰত্যাশিত শান্তি চুক্তি

দীঘলীয়া সশস্ত্ৰ আন্দোলনৰ পিছত আৰম্ভ হোৱা শান্তি আলোচনাৰ অন্তত কাইলৈ অৰ্থাত ২৯ ডিচেম্বৰত আলফাৰে স্বাক্ষৰ হ’ব বহুপ্ৰত্যাশিত ত্ৰিপাক্ষিক শান্তি চুক্তি। দিল্লীস্থিত কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, অসমৰ

ভাৰতৰ হেচাত কাটাৰত নৌসেনাৰ ৮জন প্ৰাক্তন বিষয়াৰ মৃত্যুদণ্ডৰ শাস্তি হ্ৰাস

কাটাৰত চোৰাংচোৱাগিৰি কৰাৰ অভিযোগত মৃত্যুদণ্ডৰ শাস্তি লাভ কৰা ৮গৰাকী প্ৰাক্তন ভাৰতীয় নৌসেনাৰ জোৱানে লাভ কৰিছে বৃহৎ সকাহ। বৃহস্পতিবাৰে আদালতে মৃত্যুদণ্ডৰ শাস্তিত স্থগিতাদেশ জাৰি কৰিছে। বৈদেশিক মন্ত্ৰালয়ে এই সন্দৰ্ভত কাটাৰৰ আদালতৰ কাষ

ভাইৰেল ভিডিঅ’ক লৈ অভিনেতা ৰণবীৰ কাপুৰৰ বিৰুদ্ধে এজাহাৰ

বলীউডৰ অভিনেতা ৰণবীৰ কাপুৰ আৰু তেওঁৰ পৰিয়ালৰ সদস্যৰ বিৰুদ্ধে বুধবাৰে মুম্বাইৰ এখন থানাত দাখিল কৰা হৈছে এজাহাৰ। তেওঁলোকৰ বিৰুদ্ধে ধৰ্মীয় আৱেগক আঘাত হনাৰ অভিযোগ। সঞ্জয় তিৱাৰী নামৰ এজন লোকে তেওঁৰ অধিবক্তা আশীষ ৰায় আৰু পংকজ মিশ্ৰৰ

কেনে হ’ব ২০২৪ বৰ্ষটো? পুটিনৰ হত্যাৰ প্ৰচেষ্টাৰ পৰা ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগলৈকে… বাবা…

নৱবৰ্ষলৈ মাজত মাথো কেইটামান দিন। কেনে হব ২০২৪ বৰ্ষটো? ৰাছিয়াৰ ৰাষ্ট্ৰপতি পুটিনৰ ওপৰত হত্যাৰ প্ৰচেষ্টাৰ পৰা আৰম্ভ কৰি ভয়ংকৰ প্ৰাকৃতিক দুৰ্যোগলৈকে কেইবাটাও ভৱিষ্যতবাণী কৰি থৈ গৈছে বাবা ভাংগাই। বাবা ভাংগাৰ ভৱিষ্যদ্বাণী মতে,

প্ৰাক্তন ১৯-অনূৰ্ধ্ব ক্ৰিকেটাৰে ঋষভ পণ্টৰ পৰা লুটিলে ১.৬৩ কোটি টকা

বিলাসী জীৱন যাপনৰ প্ৰতি আকৰ্ষিত এজন যুৱক। নিজকে আই পি এল ক্ৰিকেটাৰ বুলি পৰিচয় দি পুৰা মৃনাংক সিং নামৰ যুৱকজনে নিজৰ চখ পূৰণৰ বাবে ক্ৰিকেট খেলপথাৰ এৰি প্ৰতাৰণাক নিজৰ নতুন খেলৰ পেচা কৰি লৈছে। লাভ কৰা তথ্য অনুসৰি, মৃনাংক সিঙে বহু ডাঙৰ-ডাঙৰ

ভয়ংকৰ দুৰ্ঘটনা; ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে জ্বলি উঠিল বাছ, ১৩ যাত্ৰীৰ মৃত্যু

মধ্যপ্ৰদেশৰ গুনা জিলাত বুধবাৰে নিশা সংঘটিত হয় ভয়ংকৰ পথ দুৰ্ঘটনা। এখন যাত্ৰীবাহী বাছে ডাম্পাৰত খুন্দিওৱাৰ ফলত ১৩ জন যাত্ৰীয়ে কৰুণ মৃত্যুক সাৱটি লয়। জানিব পৰা মতে, ডাম্পাৰৰ সৈতে সংঘৰ্ষৰ পিছতে জ্বলি উঠিছিল বাছখন। যাৰ ফলত অগ্নিদগ্ধ হৈ