ISHAN NEWS – Always One Step Ahead of Time…

বিশ্বকাপ ফাইনেলৰ নায়কক ৬.৮০ কোটি টকাত ক্ৰয় ছানৰাইজাৰ্ছ হায়দৰাবাদৰ

বিশ্বকাপ ২০২৩ৰ ফাইনেলত ভাৰতীয় দলক মোক্ষম আঘাত দিয়া অষ্ট্ৰেলিয়াৰ অ’পেনিং বেটছমেন ট্ৰেভিছ হেডে আই পি এল ২০২৪ৰ নিলামত আশ্বৰ্যকৰ ধন ৰাশি লাভ কৰিছে। ছানৰাইজাৰ্ছ হায়দৰাবাদে ৬ কোটি ৮০ লাখ টকা দি তেওঁক ক্ৰয় কৰে। উল্লেখ্য যে, ২০২৩ চনৰ

আই পি এলৰ ইতিহাসৰ আটাইতকৈ ব্যয়বহুল খেলুৱৈ পেট কামিন্স

আই পি এলৰ নীলামত ইতিহাসত সৃষ্টি কৰিলে অষ্ট্ৰেলিয়াৰ বিশ্বকাপ বিজয়ী অধিনায়ক পেট কামিন্সে । পেট কামিন্সক ছানৰাইজাৰ্ছ হায়দৰাবাদে ২০ কোটি ৫০ লাখ টকাত ক্ৰয় কৰে ।আই পি এলৰ ইতিহাসত আটাইতকৈ দামী খেলুৱৈ হিচাপে পৰিগণিত হয় পেট কামিন্স। পেট

ইজৰাইল-হামাছৰ যুদ্ধৰ মাজতে ইৰাণত বিস্ফোৰণ! হামাছক অস্ত্ৰ যোগান ধৰা ইৰাণত কোনে চলালে আক্ৰমণ?

ইজৰাইল-হামাছৰ মাজত যুদ্ধ চলি থকাৰ মাজতে ইৰাণৰ সবাটোতকৈ সুৰক্ষিত স্থান বুলি গণ্য কৰা ৰাজধানী তেহৰাণত ভয়ংকৰ বিস্ফোৰণ। দেশখনৰ বিমান আৰু মহাকাশ বাহিনীৰ মুখ্য কাৰ্যালয়ত সংঘটিত হৈছে এই ঘটনা। বিস্ফোৰণৰ পিছতে দপদপাই জ্বলি উঠিল মুখ্য কাৰ্যালয়টো।

বিৰোধীৰ প্ৰতিবাদৰ মাজতেই ৰে’লত অগ্নিসংযোগ দুৰ্বৃত্তৰ; শিশু-মহিলাসহ চাৰিজনৰ মৃ্ত্যু

অহা মাহৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে চৰকাৰক পদত্যাগ কৰাৰ দাবীত হেঁচা প্ৰয়োগ কৰিবলৈ বিৰোধীয়ে আহ্বান জনোৱা দেশজুৰি ধৰ্মঘটৰ সময়তে মঙলবাৰে বাংলাদেশত সংঘটিত হয় ভয়ংকৰ ঘটনা। ক্ষুব্ধ প্ৰতিবাদকাৰীয়ে ৰে’লত অগ্নিসংযোগ কৰাৰ ফলত চাৰিজন লোকৰ মৃত্যু

ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানত উপস্থিত নাথাকে লালকৃষ্ণ আদৱানী আৰু মুৰলী মনোহৰ যোশী  

নৱবৰ্ষৰ আৰম্ভণিতে অৰ্থাত ২০২৪ চনৰ ২২ জানুৱাৰীত অযোধ্যাৰ নৱ নিৰ্মিত ৰাম মন্দিৰৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানৰ বিশাল আয়োজন কৰা হৈছে । এই অনুষ্ঠানৰ বাবে দেশৰ বহু বিখ্যাত আৰু ডাঙৰ ডাঙৰ নেতালৈ নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে।কিন্তু এই

মুছলিম পক্ষৰ মুখ থেকেচা!  জ্ঞানবাপী মছজিদক লৈ হিন্দু পক্ষক সকাহ দিলে আদালতে!

জ্ঞানবাপী মছজিদ বিতৰ্কক লৈ এলাহাবাদ উচ্চ ন্যালায়ৰ গুৰুত্বপূৰ্ণ ৰায়। জ্ঞানবাপী মছজিদ হিন্দুসকলে পূজা কৰিবলৈ কৰা আৱেদনক প্ৰত্যাহ্বান জনোৱা মুছলমান পক্ষৰ সকলো আৱেদন খাৰিজ কৰিলে আদালতে। বাৰাণসীৰ জ্ঞানবাপী মছজিদ আৰু কাশী বিশ্বনাথ মন্দিৰৰ মাজত

আই পি এল ইতিহাসৰ সৰ্বাধিক দৰত বিক্ৰী হোৱা ১০ গৰাকী ক্ৰিকেটাৰ

ক্ৰিকেট প্ৰেমীয়ে অধিৰ আগ্ৰহেৰে ৰৈ থকা বহু প্ৰত্যাশিত আই পি এল ২০২৪ৰ খেলুৱৈ নিলাম প্ৰক্ৰিয়া কিছু সময় পিছতেই আৰম্ভ হ’ব। এইবাৰ দেশৰ বাহিৰত, ডুবাইত অনুষ্ঠিত হ’ব আই পি এলৰ নিলাম। নিলামত বহু খেলুৱৈৰ ভাগ্য নিশাটোৰ ভিতৰতে সলনি হৈ আহিছে।

অস্বাভাৱিক বৰষুণত বিধ্বস্ত তামিলনাডু; এই পৰ্যন্ত ৩ জন লোকৰ মৃত্যু

তামিলনাডুৰ দক্ষিণ প্ৰান্তৰ জিলাসমূহত হৈ থকা ধাৰাসাৰ বৰষুণৰ বাবে বহু অঞ্চলত বানপানী সদৃশ পৰিস্থিতিৰ সৃষ্টি হৈছে। বৰষুণ তথা বানপানীৰ ফলত ৰাজ্যখনত এই পৰ্যন্ত তিনিজন লোকৰ মৃত্যু হোৱাৰ তথ্য প্ৰকাশ পাইছে। ক্ষতিগ্ৰস্ত অঞ্চল তথা লোকসকলক ভাৰতীয়

জেললৈ যাব নেকি  অৰবিন্দ কেজৰিৱাল !

ED ৰ চমন কেজৰিৱাললৈ দিল্লীৰ মুখ্যমন্ত্রী তথা আম আদমী পাৰ্টিৰ মুৰব্বী অৰবিন্দ কেজৰিৱাললৈ ED ৰ চমন । দিল্লীৰ সুৰা নীতিৰ লগত জড়িত ধন সৰবৰাহৰ গোচৰ সন্দৰ্ভত সোধা-পোছাৰ বাবে ২১ ডিচেম্বৰত ED ৰ কাৰ্যালয়ত হাজিৰ হ’বলৈ জাননী প্ৰেৰণ কৰিছে

বিৰোধী বিহীন সদন!আজি ৰাজ্যসভাৰো ৪৫ গৰাকী বিৰোধী সাংসদক নিলম্বন

আজি অৰ্থাত সোমবাৰে লোকসভাৰ উপৰিও ৰাজ্যসভাৰ ৪৫ গৰাকী বিৰোধী সাংসদক নিলম্বন কৰা হয়। এই ৪৫ গৰাকী সাংসদৰ ভিতৰত ৩৪ জন সাংসদক শীতকালীন অধিৱেশনৰ বাকী দিনবোৰৰ বাবে নিলম্বন কৰা হয় আৰু ১১ জন সাংসদক বিশেষাধিকাৰ সমিতিৰ প্ৰতিবেদন অহালৈকে নিলম্বন কৰা