২৯ জুনত AAP-এ দেশজুৰি সাব্যস্ত কৰিব তীব্ৰ প্ৰতিবাদ
আম আদমী পাৰ্টিৰ মুৰব্বী তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক কেন্দ্ৰীয় তদন্তকাৰী সংস্থাই চমুকৈ চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ বিৰুদ্ধে ২৯ জুন অৰ্থা শনিবাৰে সমগ্ৰ দেশতে প্ৰতিবাদ সাব্যস্ত কৰিব।
দলটোৰ তৰফৰ পৰা জাৰি কৰা এক বিবৃতিত কোৱা!-->!-->!-->…
সকাহ! ৫ মাহৰ মূৰত ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনক জামিন
ঝাৰখণ্ডৰ প্ৰাক্তন মুখ্যমন্ত্ৰী হেমন্ত চোৰেনে উচ্চ ন্যায়ালয়ৰ পৰা ডাঙৰ সকাহ লাভ কৰিছে। ঝাৰখণ্ড উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰংগন মুখাৰ্জীয়ে শুকুৰবাৰে ভূমি কেলেংকাৰীৰ গোচৰত কাৰাবন্দী হেমন্ত চোৰেনৰ জামিন মঞ্জুৰ কৰে।
২০২৪ চনৰ ৩১ জানুৱাৰীৰ!-->!-->!-->…
ৰাষ্ট্ৰীয় ঘাইপথত ভয়ংকৰ দুৰ্ঘটনা; বাছ চালকৰ টোপনিৰ বাবেই ১৩ জনে হেৰুৱালে প্ৰাণ
কৰ্ণাটকৰ হাভেৰি জিলাত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। যাত্ৰী কঢ়িওৱা এখন মিনি বাছে ৰাষ্ট্ৰীয় ঘাইপথত ৰখাই থোৱা এখন লৰিক খুন্দিওৱাৰ ফলত ১৩ জন যাত্ৰীয়ে মৃত্যুক সাৱটি লোৱাৰ লগতে আন চাৰিজন লোক গুৰুতৰভাৱে আহত হয়।
জিলাখনৰ ব্যাদাগীৰ ৪৮ নং!-->!-->!-->…
ধাৰাসাৰ বৰষুণৰ মাজতেই খহি পৰিল বিমানবন্দৰৰ চাদ; ৩ জনৰ মৃত্যু, কেইবাজনো আহত
দিল্লীৰ বিমানবন্দৰত সংঘটিত হৈছে ভয়ংকৰ অঘটন। ঘটনাৰ বিৱৰণী অনুসৰি শুকুৰবাৰে ৰাতিপুৱাৰে পৰা হোৱা ধাৰাসাৰ বৰষুণৰ মাজতে হঠাতে বিমানবন্দৰৰ টাৰ্মিনেলৰ চাদ খহি পৰে।
এই ঘটনাত তিনিজন লোকৰ মৃত্যু হোৱাৰ লগতে ৬ গৰাকীকৈ লোক গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত!-->!-->!-->…
প্ৰচণ্ড গৰমে দহিছে পাকিস্তান; বিগত ৬ দিনত ৫৬৮ গৰাকীৰ মৃত্যু!
কেৱল ভাৰততে নহয়, চুবুৰীয়া দেশ পাকিস্তানতো গৰমে বিধ্বংসী ৰূপ ধাৰণ কৰিছে। পৰিস্থিতি এনেকুৱা যে অত্যন্ত গৰমৰ বাবে দেশখনৰ বহু লোকে প্ৰাণ হেৰুৱাইছে।
পাকিস্তানৰ কৰাচী চহৰৰ এম্বুলেন্স চালকসকলে জনোৱা অনুসৰি বিগত ৬ দিনত তেওঁলোকে প্ৰায় ৫৬৮টা!-->!-->!-->…
প্ৰতিশোধৰ মানসিকতাৰে আজি ইংলেণ্ডৰ বিৰুদ্ধে খেলপথাৰত নামিব ৰোহিত বাহিনী
টি-২০ বিশ্বকাপৰ দ্বিতীয়খন মেচৰ বাবে সম্পূৰ্ণ সাজু ভাৰত। প্ৰতিশোধৰ মানসিকতাৰে আজি হাইভল্টেজ মেচখনত ইংলেণ্ডৰ বিৰুদ্ধে খেপথাৰত নামিব ৰোহিত বাহিনী।
উল্লেখ্য যে, ২০২২ চনৰ টি-২০ বিশ্বকাপৰ ছেমি ফাইনেলত ইংলেণ্ডৰ হাতত পৰাস্ত হৈছিল ভাৰত। আজি সেই!-->!-->!-->…
নেপালত বৰষুণ-ভূমিস্খলনে লৈছে ভয়াৱহ ৰূপ; মৃত্যুক সাৱটিলে ১৪ জন লোকে
প্ৰকৃতিৰ ৰোষত পুনৰবাৰ নেপাল। প্ৰকৃতিয়ে চলোৱা তাণ্ডৱত প্ৰতি বছৰে আৰ্থিকভাৱে বিস্তৰ ক্ষতিৰ সন্মুখীন হৈ অহা ভাৰতৰ চুবুৰীয়া ৰাষ্ট্ৰখনত এইবাৰো প্ৰচণ্ড বৰষুণে লৈছে ভয়াৱহ ৰূপ।
ধাৰাসাৰ বৰষুণ, ভূমিস্খলন আৰু বজ্ৰপাতৰ ফলত দেশখনত!-->!-->!-->…
অকল ৰিয়ানেই নহয়, জিম্বাবৱে ভ্ৰমণ কৰিবলগীয়া ভাৰতীয় দলত আছে আন এজন অসমীয়া
৭৭ বছৰীয়া দীঘলীয়া প্ৰতিক্ষাৰ অন্তত অৱশেষত নিজৰ প্ৰতিভা আৰু ঘৰুৱা ক্ৰিকেটত দেখুওৱা উজ্বল প্ৰদৰ্শনৰ ভিত্তিত ভাৰতীয় জাতীয় পুৰুষ দলত স্থান লাভ কৰা ৰিয়ান পৰাগক লৈ উৎফুল্লিত অসমবাসী।
ভাৰতীয় জাতীয় পুৰুষ দলত স্থান লাভ কৰা ৰিয়ান!-->!-->!-->…
বিপদত আছাদুদ্দিন ওৱেছি! হেৰুৱাব পাৰে সাংসদ পদ
বিপদত হায়দৰাবাদ লোকসভা সমষ্টিৰ সাংসদ আছাউদ্দিন ওৱেছি! সাংসদগৰাকীয়ে হেৰুৱাব পাৰে সাংসদ পদ। যোৱা মঙলবাৰে লোকসভাৰ সদস্য হিচাপে শপত লোৱাৰ সময়ত "জয় ভীম, জয় মিম, জয় তেলেংগানা, জয় পেলেষ্টাইন‘ শ্লোগান দিছিল সাংসদগৰাকীয়ে। জয় পেলেষ্টাইন!-->…
সৰ্বোচ্চ ন্যায়ালয়ত শুনানিৰ পূৰ্বে আদালতৰ পৰাই CBI-ৰ হাতত গ্ৰেপ্তাৰ হ’ল অৰবিন্দ কেজৰিৱাল
বুধবাৰে দিল্লীৰ সুৰা কেলেংকাৰীৰ অভিযোগত কেন্দ্ৰীয় অনুসন্ধান সংস্থা চমুকৈ চিবিআইয়ে গ্ৰেপ্তাৰ কৰিছে মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক। গ্ৰেপ্তাৰৰ পূৰ্বে মুখ্যমন্ত্ৰী কেজৰিৱালক পুৱা তিহাৰ জেইলৰ পৰা আনি দিল্লীৰ ৰাউজ এভিনিউ আদালতত হাজিৰ কৰোৱা!-->…