ISHAN NEWS – Always One Step Ahead of Time…

পথ দুৰ্ঘটনাত কৰুণ মৃত্যুক সাৱটিলে এগৰাকী বিধান পৰিষদৰ সদস্যই 

শুকুৰবাৰে অন্ধ্ৰ প্ৰদেশৰ পূব গোদাবৰী জিলাত সংঘটিত পথ দুৰ্ঘটনাত বিধান পৰিষদৰ সদস্য (এম এল চি) শ্বেইখ সবজীৰ মৃত্যু ঘটিছে। ইফালে দুৰ্ঘটনাটোত বাহনখনৰ চালক, তেওঁৰ ব্যক্তিগত সহায়ক আৰু নিৰাপত্তাত নিয়োজিত দেহৰক্ষীগৰাকী আহত হয়। ইউনাইটেড

এখন ঐতিহাসিক টেষ্ট মেচ য’ত, ভাৰতীয় আৰু কুকুৰৰ বাবে অনুমতি নাই

আজি ভাৰতৰ মাটিত ভাৰত বনাম ইংলেণ্ডৰ মাজত অনুষ্ঠিত হোৱা প্ৰথমখন টেষ্ট মেচৰ ৯০ সংখ্যক বাৰ্ষিকী।১৯৩৩ চনৰ ১৫ ডিচেম্বৰত ঐতিহাসিক বম্বে জিমখানা খেলপথাৰত অনুষ্ঠিত হোৱা টেষ্ট মেচত ভাৰতীয় আৰু কুকুৰৰ বাবে অনুমতি দিয়া হোৱা নাছিল।পাটিয়ালাৰ মহাৰজাই

দলৰ সাধাৰণ কৰ্মীৰ পৰা মুখ্যমন্ত্রীলৈ উত্তৰণ ভজনলাল শৰ্মাৰ

৫৬ সংখ্যক জন্মদিনৰ দিনটোতে ৰাজস্থানৰ মুখ্যমন্ত্রী হিচাপে শপত গ্ৰহণ কৰে ভজন লাল শৰ্মাই । ৰাজস্থানৰ ৰাজনীতিত বিজেপি দলৰ এগৰাকী সাধাৰণ কৰ্মীৰ পৰা মুখ্যমন্ত্রীলৈ উত্তৰণ ঘটে ভজনলাল শৰ্মাৰ ।আজিৰ পৰা তিনিটা দশকৰ আগতে ২৭ বছৰ বয়সত ভৰতপুৰ জিলাৰ এখন

Year Ender 2023 : চলিত বৰ্ষত টি-২০ত চমকপ্ৰদ প্ৰদৰ্শন আগবঢ়োৱ ১০ গৰাকী বেটাৰ

বছৰটো শেষ হ’বলৈ মাজত মাত্ৰ আৰু কেইটামান দিন। টি-২০ আন্তঃৰাষ্ট্ৰীয় মেচত বহু ক্ৰিকেটাৰৰ বাবে ২০২৩ বৰ্ষটো বিশেষ হৈ ৰ’ব। এই ক্ৰিকেটাৰৰ তালিকাত আছে ভাৰতীয় ক্ৰিকেট দলৰ বিস্ফোৰক বেটছমেন সূৰ্যকুমাৰ যাদৱ। বিগত দুটা বছৰৰ তুলনাত চলিত বছৰটোত

আপুনি ‘ভাল খাদ্য’ নাখায় নেকি? দেশৰ ৭৪ শতাংশ লোকে খাবলৈ পোৱা নাই স্বাস্থ্যকৰ খাদ্য

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থাই প্ৰকাশ কৰা এক প্ৰতিবেদনে শেহতীয়াকৈ সকলোকে আচৰিত কৰিছে।এই প্ৰতিবেদনমতে, ২০২১ চনত ৭৪.১ শতাংশ ভাৰতীয়ই স্বাস্থ্যকৰ আহাৰ গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই। ২০২০ বৰ্ষত এই পৰিসংখ্যা আছিল ৭৬.২ শতাংশ। চুবুৰীয়া

ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ  ভজনলাল শৰ্মাৰ

আজি ৰাজস্থানৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে ভজনলাল শৰ্মাই । জয়পুৰৰ এলবাৰ্ট হলত আয়োজন কৰা  শপত গ্ৰহণ অনুষ্ঠানত উপস্থিত আছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী,  কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ, বিজেপিৰ সভাপতি জে, পি নড্ডাৰ  লগতে বিজেপিৰ বহু

ধোনীলৈ বিশেষ সন্মান; এতিয়াৰ পৰা ভাৰতীয় খেলুৱৈয়ে পিন্ধিব নোৱাৰিব ৭ নম্বৰ জাৰ্চি

ভাৰতৰ প্ৰাক্তন অধিনায়ক এম এছ ধোনীক সন্মান জনাই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ড চমুকৈ বিচিচিআইয়ে ৭ নম্বৰ জাৰ্চিক অৱসৰ দিয়াৰ সিদ্ধান্ত লৈছে। অৰ্থাত এতিয়াৰ পৰা ভাৰতীয় ক্ৰিকেটত উপলব্ধ নাথাকিব ৭ নম্বৰ জাৰ্চি। বিচিচিআইৰ সিদ্ধান্ত

এতিয়াৰে পৰা ভিছা অবিহনে যাব পাৰিব ইৰাণলৈ

মালয়েছিয়াৰ পাছত ভাৰতীয়সকললৈ উপহাৰ ছিয়া মুছলিম দেশ ইৰাণৰ। এতিয়াৰে পৰা ইৰাণলৈ যাব বিচাৰিলে নালাগে ভিছা। ভাৰত আৰু ছৌদি আৰৱকে ধৰি ৩৩ খন দেশৰ নাগৰিকৰ বাবে ভিছাৰ প্ৰয়োজনীয়তা বাতিল কৰিলে ইৰাণে। অৰ্থাৎ এতিয়াৰে পৰা ভাৰতীয় নাগৰিকে

পিতৃ শ্বাহৰুখ খানৰ বিষয়ে কন্যা সুহানাই দিয়া উত্তৰত হতবাক অমিতাভ বচ্চন

নতুনকৈ বলিউডত খোজ পেলোৱা শ্বাহৰুখ খানৰ কন্যা সুহানাই লাজত পেলালে কিং খানৰ পৰিয়ালক। বিগ বি অমিতাভ বচ্চনৰ এটা জনপ্ৰিয় শ্ব'ত পিতৃৰ বিষয়ে কৰা এটা প্ৰশ্নৰ উত্তৰ ভুলকৈ দি লাজত পৰিল সুহানা। প্ৰশ্নটো আছিল, শ্বাহৰুখ খানে এতিয়াও কোনটো সন্মান

নিৰাপত্তাৰক্ষীৰ সৈতে গুলীচালনাত নিহত দুই দুৰ্ধৰ্ষ মাওবাদী নেতা

মহাৰাষ্ট্ৰৰ গাডচিৰোলিত আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত দুজন মাওবাদীৰ মৃত্যু হৈছে। বৃহস্পতিবাৰে বিয়লি ছত্তীশগড়ৰ সীমান্তৰ সমীপত নক্সালবাদী আৰু চি-৬০ কমাণ্ডোৰ মাজত সংঘৰ্ষ হৈছিল। জিলা আৰক্ষী অধীক্ষক নীলোৎপলে কয় যে এতিয়ালৈকে দুজন মাওবাদীৰ