নিলামৰ বাবে সাজু ৩৩৩ গৰাকী খেলুৱৈ,তালিকাত অসমৰ কোন কোন?
বিশ্বৰ সবাতোকৈ জনপ্ৰিয় ফ্ৰেঞ্চাইজী টি-২০ ক্ৰিকেট লীগ হ’ল ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ। পৰৱৰ্তী মাৰ্চ মাহৰ পৰা দেশত আৰম্ভ হব আই পি এলৰ নতুন সংস্কৰণ ।
তাৰ পূৰ্বে অহা ১৯ ডিচেম্বৰত ডুবাইৰ কোকাকোলা এৰিনাত দিনৰ ২.৩০ বজাত অনুষ্ঠিত হ'ব!-->!-->!-->!-->!-->…
প্ৰতিবাদ কৰিলেই ভৰিব লাগিব ২০ হাজাৰ টকাৰ জৰিমনা!
ধৰ্ণা-প্ৰতিবাদত বহিব নোৱাৰিব ছাত্ৰ-ছাত্ৰী! ছাত্ৰী-ছাত্ৰীয়ে ধৰ্ণা বা প্ৰতিবাদত অংশ ললেই বিহা হ’ব ২০ হাজাৰ টকাৰ জৰিমণা। নতুন দিল্লীৰ আগস্থানৰ শিক্ষা প্ৰতিষ্ঠান জৱহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষই শিক্ষাৰ্থীৰ প্ৰতিবাদৰ বিৰুদ্ধে জাৰি!-->…
ৰাজ্যসমূহক পুৰণি পেঞ্চন আঁচনিৰ প্ৰতিশ্ৰুতি নিদিবলৈ সকীয়নি RBI ৰ
খৰচ বৃদ্ধিৰ পৰিৱৰ্তে ৰাজহ বৃদ্ধিৰ ওপৰত গুৰুত্ব দিবলৈ ৰাজ্য চৰকাৰক সকীয়াই দিছে RBI য়ে।ৰাজ্য চৰকাৰ সমূহক পুৰণি পেঞ্চন আঁচনি ঘূৰাই অনাৰ কথা নাভাবিবলৈ সকীয়নি দিছে ভাৰতীয় ৰিজাৰ্ভ বেংকে।
ৰাজ্যসমূহক সকীয়াই আৰ বি আইয়ে দিয়া প্ৰতিবেদনত!-->!-->!-->…
‘বিগ বি’ৰ পৰিয়ালত দিনক দিনে বৃদ্ধি পাইছে মতানৈক্য । ishan news
বিগ বিৰ পৰিয়ালৰ মাজৰ মতানৈক্য দিনক দিনে বৃদ্ধি পাইছে । পূৰ্বৰ মিছ ইউনিভাৰ্ছ তথা বচ্চন পৰিয়ালৰ বোৱাৰী ঐশ্বৰ্য ৰায় বচ্চনে অকলশৰে ৫০ সংখ্যক জন্মদিন পালন কৰে। ঐশ্বৰ্য ৰায়ৰ একমাত্ৰ কন্যা আৰাধ্যা বচ্চন আৰু মাতৃ বৃন্দা ৰায়ৰ সৈতে জন্মদিন!-->…
মধ্যপ্ৰদেশত নতুন মুখ্যমন্ত্ৰী ডঃ মোহন যাদৱ । ishan news..
মধ্যপ্ৰদেশত মুখ্যমন্ত্ৰীৰ পদ কোনে লাভ কৰিব এই বিষৰে কেইবাদিনো ধৰি চলা চাচপেন্সৰ আজি অন্ত পৰে । অৱশেষত মধ্যপ্ৰদেশে মুখ্যমন্ত্ৰী হিচাপে লাভ কৰিলে নতুন মুখ্যমন্ত্ৰী।বিজেপিৰ বিধায়িনী দলৰ বৈঠকত শিৱৰাজ সিং চৌহান চৰকাৰৰ শিক্ষামন্ত্ৰী!-->!-->!-->…
গৰমৰ বাবেই পৃথিৱীৰ পৰা বিলুপ্ত হ’ব কেইবাটাও প্ৰজাতিৰ জীৱ । ISHAN NEWS…
পৃথিৱীত কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ দিনক দিনে বৃদ্ধি পাইছে। কাৰ্বন ডাই অক্সাইড বঢ়াৰ ফলত ক্ৰমাত বাঢ়িছে পৃথিৱীৰ উষ্ণতা। ২০২২ চনৰ ভিতৰত পৃথিৱীৰ উষ্ণতা ১.২৬ ডিগ্ৰী চেলছিয়াছ হয়। ২০৩০ চনৰ মাজভাগলৈকে এই সংখ্যাই ১.৫ ডিগ্ৰী!-->…
দেশৰ শীৰ্ষ আদালতৰ ঐতিহাসিক ৰায় ।জম্মু-কাশ্মীৰৰ পৰা ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্ত বৈধ ।
আজি দেশৰ শীৰ্ষ আদালতে জম্মু-কাশ্মীৰৰ সৈতে জড়িত সংবিধানৰ ৩৭০ অনুচ্ছেদৰ বিষয়ে শুনানি গ্ৰহণ কৰি ঐতিহাসিক ৰায় প্ৰদান কৰে।উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰৰ সিদ্ধান্তক সমৰ্থন কৰাৰ লগতে সংবিধানৰ ৩৭০ অনুচ্ছেদ বাতিল কৰাৰ সিদ্ধান্তক বৈধ বুলি!-->…
নাৰ্গিছ মহম্মদীৰ হৈ শান্তিৰ নোবেল বঁটা গ্ৰহণ কৰিলে নাৰ্গিছীৰ দুই যমজ সন্তানে
২০২৩ বৰ্ষৰ শান্তিৰ নোবেল বঁটা বিজয়ী কাৰাবন্দী সমাজকৰ্মী নাৰ্গিছ মহম্মদীৰ হৈ শান্তিৰ নোবেল বঁটা গ্ৰহণ কৰিলে নাৰ্গিছীৰ দুই যমজ সন্তানে । ইৰাণৰ সমাজকৰ্মী নাৰ্গিছীৰ সন্তান আলী ৰহমানী আৰু কিয়ানা ৰহমানীয়ে মাতৃৰ হৈ বঁটা গ্ৰহণ কৰে!-->…
নামাজ পঢ়িবলৈ অতিৰিক্ত সময় নাপাব ৰাজ্যসভাত ।
ৰাজ্যসভাত নামাজ পঢ়িবলৈ অতিৰিক্ত ৩০ মিনিট সময় নাপাব সাংসদ সকলে । ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ৰ এক ডাঙৰ সিদ্ধান্ত । সংসদৰ কাৰ্যসূচী চলি থকাৰ সময়ত লাভ কৰা অতিৰিক্ত আধা ঘণ্টাৰ বিৰতিৰ নিয়ম এতিয়াৰ পৰা সমাপ্ত ।
ৰাজ্যসভাত শুক্ৰবাৰৰ দিনটোত!-->!-->!-->…
শ্বহীদ দিৱস উদযাপন। ishan news…
আজি ১০ ডিচেম্বৰ । আছুৰ শ্বহীদ দিৱস । বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগতো আঞ্চলিক আছুৰ কাৰ্যালয়ত শ্বহীদ দিৱস উদযাপন কৰা হয় । বিজনী আঞ্চলিক ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সভাপতি বিশ্বজিৎ ৰায়ে পতাকা উত্তোলন কৰাৰ পাছত শ্বহীদ পৰিয়ালৰ সদস্য ডা৹!-->…