কৰ বৃদ্ধিৰ ভয়ংকৰ পৰিণাম। চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি প্ৰাণ হেৰুৱালে ১০ জনে
কৰ বৃদ্ধিৰ ভয়ংকৰ পৰিণাম। প্ৰতিবাদৰ জুয়ে দহিছে কেনিয়া। কৰ বৃদ্ধিৰ বিত্তীয় বিধেয়কৰ বিৰুদ্ধে ৰাজপথলৈ ওলাই আহিছে হাজাৰ হাজাৰ লোক। বিধেয়কখন গৃহীত হোৱাৰ লগে লগে উত্তেজিত হৈ পৰে জনতা। ইয়াৰ পিছতেই ৰাজপথলৈ ওলাই আহি হিংসাত্মক প্ৰতিবাদ!-->…
সাংসদ ওৱেইছিৰ জয় পেলেষ্টাইন শ্লোগানক লৈ উত্তপ্ত লোকসভা
বিতৰ্কিত মন্তব্যৰে সংবাদ মাধ্যমৰ শিৰোণাম দখল কৰি থকা এআইএমআইএমৰ অধ্যক্ষ তথা হায়দৰাবাদৰ সাংসদ আছাদুদ্দিন ওৱেইছিয়ে এইবাৰ সূচনা কৰিলে নতুন বিতৰ্কৰ। আজি লোকসভাত সাংসদ হিচাপে শপত গ্ৰহণ কৰাৰ পিছত আছাদুদ্দিনে জয় পেলেষ্টাইনৰ শ্লোগান দিয়াক লৈ!-->…
কোকৰাঝাৰত ড্ৰাগছ আসক্ত পুত্ৰই মাতৃৰ সৈতে কৰিলে ভয়ংকৰ কাণ্ড
ৰাজ্য চৰকাৰ তথা প্ৰশাসনে ড্ৰাগছমুক্ত সমাজ গঢ়াৰ প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে কোকৰাঝাৰত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা। কোকৰাঝাৰ চহৰৰ হাথিমাথাত ড্ৰাগছ আসক্ত পুত্ৰই নিজ মাতৃক নৃশংসভাৱে হত্যা কৰাৰ খবৰ আহিছে।
জানিবপৰা অনুসৰি, ড্ৰাগছ ল’বলৈ টকা!-->!-->!-->…
সলনি হ’ব কেৰালাৰ নাম! বিধানসভাত সৰ্বসন্মতিক্ৰমে প্ৰস্তাৱ গৃহীত
সোমবাৰে কেৰালা বিধানসভাই সৰ্বসন্মতিক্ৰমে এক প্ৰস্তাৱ গ্ৰহণ কৰি আনুষ্ঠানিকভাৱে ৰাজ্যখনৰ নাম ‘কেৰালাম’লৈ সলনি কৰিবলৈ কেন্দ্ৰ চৰকাৰক আহ্বান জনায়। দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ নাম সলনি কৰিবলৈ বিধানসভাই এই প্ৰস্তাৱ গৃহীত কৰে।
ইয়াৰ পূৰ্বে!-->!-->!-->…
সমালোচনাক চেৰ পেলাই ভাৰতীয় দলত ৰিয়ান পৰাগ।৭ টা দশকৰ অন্তত ইণ্ডিয়া টীমত অসম সন্তান।
BCCI ৰ এটা ঘোষণা।তাৰ পাছতেই দেশজুৰি চৰ্চা অসম সন্তান ৰিয়ান পৰাগক লৈ।৭৭ বছৰৰ অন্তত ভাৰতীয় দলত এগৰাকী অসম সন্তানৰ স্থানক লৈ অসমবাসী গৌৰৱান্বিত।জিম্বাৱ’ৱে ভ্ৰমণৰ ভাৰতীয় দলত স্থান লাভ খেলুৱৈগৰাকীৰ। নেটিজেনৰ মাজতো ব্যাপক চৰ্চা।একাংশই অৱশ্যে!-->…
মাওবাদীৰ ভয়ংকৰ আক্ৰমণ; ২জন জোৱান শ্বহীদ, কেইবাজনো আহত
ছত্তীশগড়ৰ চুকমা অঞ্চলত পুনৰবাৰ ভয়ংকৰ কাণ্ড সংঘটিত কৰিলে মাওবাদীয়ে। মাওবাদীয়ে ছিলগাৰ অঞ্চলত স্থাপন কৰা আই ই ডিৰ বিস্ফোৰণৰ ফলত দুজন জোৱানৰ মৃত্যু হোৱাৰ লগতে আন বহু কেইজন জোৱান আহত হৈছে।
লাভ কৰা তথ্য অনুসৰি, তালাচীৰ মাজতে মাওবাদীয়ে আই!-->!-->!-->…
প্ৰ’টেম অধ্যক্ষক লৈ চলা বিতৰ্কৰ মাজতেই তৃণমূলৰ সাংসদক সাক্ষাৎ কিৰেন ৰিজিজুৰ
প্ৰ’টেম অধ্যক্ষক লৈ চলি থকা বিতৰ্কৰ ওৰ পেলোৱাৰ প্ৰচেষ্টা আৰম্ভ কৰিছে বিজেপিয়ে। সংসদীয় পৰিক্ৰমা মন্ত্ৰী কিৰেন ৰিজিজুৱে এই সন্দৰ্ভত তৃণমূল কংগ্ৰেছৰ সাংসদ সুদীপ বন্দোপাধ্যায়ক সাক্ষাৎ কৰিছে।
প্ৰটেম অধ্যক্ষক সহায় কৰিবলৈ পাঁচজন সাংসদৰ!-->!-->!-->…
অনুপ্ৰৱেশৰ বিফল চেষ্টা; নিৰাপত্তাৰক্ষীৰ গুলীত নিহত দুজন সন্ত্ৰাসবাদী
জম্মু-কাশ্মীৰৰ বাৰামুল্লা জিলাৰ উৰিৰ গোহলান অঞ্চলত নিৰাপত্তা বাহিনী আৰু সন্ত্ৰাসবাদীৰ মাজত এনকাউণ্টাৰৰ ঘটনা সংঘটিত হৈছে। নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত দুজন সন্ত্ৰাসবাদীৰ মৃত্যু ঘটিছে।
লাভ কৰা তথ্য অনুসৰি দুয়োজন সন্ত্ৰাসবাদীয়ে উৰি!-->!-->!-->…
নীট পৰীক্ষাৰ বিতৰ্ক; উচ্চস্তৰীয় সমিতি গঠন কেন্দ্ৰৰ
মেডিকেল কলেজৰ শিক্ষাৰ্থীৰ প্ৰৱেশ পৰীক্ষা নীটৰ কেলেংকাৰীক লৈ দেশজুৰি চলি থকা বিবাদৰ মাজতে শনিবাৰে ৰাষ্ট্ৰীয় পৰীক্ষা সংস্থা (এন টি এ)ই আয়োজন কৰা পৰীক্ষাসমূহ যাতে সুকলমে অনুষ্ঠিত কৰিব পাৰে তাৰ বাবে কেন্দ্ৰীয় চৰকাৰে গঠন কৰিছে এখন!-->…
মক্কাৰ গৰমত ৯৮ গৰাকী ভাৰতীয় হজ যাত্ৰীৰ মৃত্যু; মুঠ সংখ্যা ১০০০ৰো অধিক
ছৌদি আৰৱত হজ যাত্ৰাৰ সময়তে অব্যাহত থকা প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ বাবে এইপৰ্যন্ত ভাৰতৰ পৰা যোৱা কমেও ৯৮ গৰাকী হজ যাত্ৰীৰ মৃত্যু ঘটিছে। এই সকলোবোৰ লোকৰ মৃত্যুৰ কাৰণ প্ৰাকৃতিক।
খবৰ অনুসৰি, শেহতীয়াকৈ বেংগালুৰুৰ দুজন হজ যাত্ৰীৰ মৃত্যু ঘটিছে।!-->!-->!-->…