জ’ ৰুটে ৰচিলে ইতিহাস; এই অভিলেখ গঢ়া ইংলেণ্ডৰ প্ৰথমগৰাকী ক্ৰিকেটাৰ
কলকাতাৰ ইডেন গাৰ্ডেনত পাকিস্তান আৰু ইংলেণ্ডৰ মাজত শনিবাৰে অনুষ্ঠিত বিশ্বকাপৰ ৪৪ সংখ্যক মেচত জ’ ৰুটে বিশেষ কৃতিত্ব অৰ্জন কৰে।
আইচিচিৰ এদিনীয়া বিশ্বকাপত ইংলেণ্ডৰ হৈ সৰ্বাধিক ৰান সংগ্ৰহকাৰী হিচাপে পৰিগণিত হৈছে জ’ ৰুট। তদুপৰি আই চি চি!-->!-->!-->…
সুনিপুন কূটনিতীবিদৰ পৰা ‘ৰকষ্টাৰ ফৰেইন মিনিষ্টাৰ’ৰ নাম পোৱা এছ জয়শংকৰৰ কাহিনী
বিশ্বত ভাৰত আজি এক গুৰুত্বপূৰ্ণ শক্তি। বিশ্বৰ বুকুত ভাৰতক শক্তিশালী ৰূপত প্ৰতিষ্ঠা কৰাৰ এই যুঁজ বহু দীঘলীয়া। সম্প্ৰতি বিশ্বৰ যিকোনো সংকটৰ সময়তে আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সকলোৰে দৃষ্টি নিৱদ্ধ থাকে ভাৰতৰ ওপৰত। সেয়া লাগিলে!-->…
বিহাৰ যাবলৈ ৰে’ল ষ্টেচনত অসংখ্য যাত্ৰীৰ ভিৰ; দৌৰা-দৌৰিত এজনৰ মৃত্যু, ৪জন আহত
গুজৰাটৰ ছুৰাট ৰে’ল ষ্টেচনৰ পৰা আহিছে এক ডাঙৰ খবৰ। বিহাৰ অভিমুখী এখন ৰে’ল ষ্টেচন পোৱাৰ পিছতে ৰে’লত উঠাৰ বাবে যাত্ৰীসকলৰ মাজত হাহাকাৰ লগাত ৪ৰ পৰা ৫জন লোক অচেতন হৈ পৰে।
এই ঘটনা সংঘটিত হোৱাৰ পিছতে ছুৰাট ৰে’ল ষ্টেচনৰ পৰা এম্বুলেন্সেৰে!-->!-->!-->…
অসুস্থ পত্নীক সাক্ষাতৰ বাবে তিহাৰ জেইলৰ পৰা নিজ ঘৰত উপস্থিত মনীষ ছিছ’দিয়া
অসুস্থ পত্নীক সাক্ষাৎ কৰিবলৈ জেইলৰ পৰা নিজ ঘৰত উপস্থিত হৈছে দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মনীষ ছিছ’দিয়া। তিহাৰ জেইলৰ পৰা ঘৰলৈ অহাৰ সময়ত তেওঁৰ লগত আছে দিল্লী আৰক্ষীৰ এটা দল।
উল্লেখ্য যে শনিবাৰে পুৱা ১০ বজাৰ পৰা বিয়লি ৪ বজালৈ তেওঁৰ!-->!-->!-->…
পূৰ্বৰ বিশ্ব চেম্পিয়ন শ্ৰীলংকা ক্রিকেট দলক কিয় নিলম্বন কৰিলে ICC য়ে
বিশ্বকাপৰ পৰা বাহিৰ হোৱাৰ পাছত শ্ৰীলংকা ক্রিকেট দলক নিলম্বন কৰে আই ,চি, চি, য়ে। শ্রীলংকাৰ ক্ৰিকেট ব'ৰ্ডৰ পৰিচালনাত চৰকাৰৰ হস্তক্ষেপৰ বাবে শ্রীলংকা দলক নিলম্বন কৰে আই,চি,চি য়ে । ICC য়ে শ্ৰীলংকা দলৰ নিলম্বন উঠাই নোলোৱালৈকে শ্ৰীলংকাক আৰু কোনো!-->…
বিশ্বকাপৰ মাজতে এইগৰাকী ভাৰতীয় ক্ৰিকেটাৰৰ অৱসৰ ঘোষণা
শুকুৰবাৰে অৰ্থাত ১০ নৱেম্বৰত পঞ্জাৱৰ ৩৩ বছৰীয়া অলৰাউণ্ডাৰ গুৰকীৰট সিং মানে ক্ৰিকেটৰ সকলো ফৰ্মেটৰ পৰা অৱসৰ লোৱাৰ কথা ঘোষণা কৰে। ইনষ্টাগ্ৰামৰ জৰিয়তে তেওঁ ঘোষণা কৰে অৱসৰৰ কথা।
৩৩ বছৰীয়া ভাৰতীয় খেলুৱৈগৰাকীয়ে ২০১১ চনত লাইমলাইটলৈ আহিছিল!-->!-->!-->…
তীব্ৰ বেগী তেল টেংকাৰে খুন্দিয়ালে দুখনকৈ বাহনক; ৪জন লোকৰ মৃত্যু
দিল্লী-জয়পুৰ ঘাইপথত সংঘটিত হৈছে এক মৰ্মান্তিক পথ দুৰ্ঘটনা। ইয়াত গুৰুগ্ৰামৰ সিদ্ধৰাৱলী গাঁৱৰ সমীপত এখন তেল টেংকাৰে এখন চাৰিচকীয়া বাহন আৰু এখন পিকআপ ভ্যানত খুন্দা মৰাৰ ফলত কমেও চাৰিজন লোকৰ মৃত্যু হয়।
গুৰুগ্ৰাম আৰক্ষীয়ে জনোৱা মতে,!-->!-->!-->…
‘ভাই আৰু নাই, এই কথা দেউতাক নজনাব’, ভগ্নীৰ কথা শুনি আবেগিক হৈ পৰিল সকলো
উত্তৰ প্ৰদেশৰ গোৰখপুৰ জিলাত বৃহস্পতিবাৰে গভীৰ নিশা সংঘটিত হয় এক ভয়ংকৰ দুৰ্ঘটনা। দুৰ্ঘটনাত ৬ জন লোকৰ মৃত্যু হোৱাৰ বিপৰীতে ২৫ৰো অধিক লোক আহত হয়।
স্থানীয় লোকে আটাইকেইজন আহতক চিকিৎসালয়লৈ লৈ যায় যদিও একাংশৰ অৱস্থা সংকটজনক বুলি জানিব!-->!-->!-->…
খেলপথাৰলৈ কেতিয়া ঘূৰি আহিব ঋষভ পন্ত? সৌৰভ গাংগুলীয়ে জনালে সবিশেষ…
আঘাতৰ বাবে দীৰ্ঘসময় ধৰি ক্ৰিকেটৰ পৰা আঁতৰি আছে ভাৰতীয় ক্ৰিকেটাৰ ঋষভ পন্ত। কিন্তু পন্তৰ আঘাত সন্দৰ্ভত আহিছে এক ডাঙৰ খবৰ। এই খবৰ দিছে ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনাক সৌৰভ গাংগুলীয়ে।
পন্তে কেতিয়ালৈকে খেলপথাৰলৈ উভতি আহিব সেই!-->!-->!-->…
বিশ্বৰ ভিতৰতে ভাৰতত আছে সৰ্বাধিক যক্ষ্মা ৰোগী : WHO
বিশ্ব স্বাস্থ্য সংস্থা (WHO) য়ে প্রকাশ কৰা শেহতীয়া প্রতিবেদনত যক্ষ্মা অৰ্থাৎ টি বি ৰোগীৰ ক্ষেত্রত ভাৰতে সৰ্বোচ্চ স্থান লাভ কৰিছে । ২০২২ চনত বিশ্বৰ ১৯২ খন দেশত চলোৱা সমীক্ষাৰ প্রতিবেদনত প্রকাশিত তথ্যমতে বিশ্বত মুঠ ৭৫ লাখ যক্ষ্মা ৰোগত!-->…