জে’লত ভয়ংকৰ আক্ৰমণ বন্দুকধাৰীৰ; ৯জন লোকৰ মৃত্যু, পলাই গ’ল প্ৰাক্তন ৰাষ্ট্ৰপতি
আফ্ৰিকান দেশ গিনিৰ ৰাজধানী ক’নাক্ৰিস্থিত এখন কাৰাগাৰত বন্দুকধাৰী আক্ৰমণকাৰীৰ ব্যাপক গুলীচালনাত ৯ জন লোকৰ মৃত্যু হোৱাৰ খবৰ আহিছে।
সোমবাৰে সংঘটিত এই আক্ৰমণৰ পিছতে কাৰাগাৰত বন্দী হৈ থকা প্ৰাক্তন ৰাষ্ট্ৰপতি মৌছা দাদিছ কেমাৰা আৰু অন্যান্য!-->!-->!-->…
ভোটদান কৰিবলৈ গৈ কিয় উভতি আহিল মিজোৰামৰ মুখ্যমন্ত্রী জোৰামথাংগা ?
মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা আইজল উত্তৰ-২ বিধানসভা সমষ্টিৰ অন্তৰ্গত ১৯-আইজল ভেঙ্গালাই-১ ৱাইএমএ হল ভোটকেন্দ্ৰত উপস্থিত হৈ মিজোৰাম বিধানসভাৰ আজি অনুষ্ঠিত নিৰ্বাচনত ভোটদান কৰিবলৈ গৈ ভোটদান কেন্দ্ৰৰ পৰা উভতি আহিব লগীয়া হয় । ভোটগ্ৰহণ!-->…
পুনৰ এনকাউণ্টাৰ; আৰক্ষীৰ গুলীত মৃত্যু দুৰ্ধৰ্ষ ডকাইত অমৰ থাপা আৰু ফৰিদুল ইছলামৰ
সোমবাৰে নিশা গোৱালপাৰা জিলাত আৰক্ষীৰ সৈতে হোৱা এনকাউণ্টাৰত দুজন সন্দেহযুক্ত ডকাইতৰ মৃত্যু হৈছে। মঙলবাৰে আৰক্ষীয়ে জনোৱা মতে, এই ঘটনাত এজন আৰক্ষী বিষয়াও আহত হয়।
আৰক্ষীয়ে জনোৱা মতে, সোমবাৰে আগিয়া থানাৰ অন্তৰ্গত নিচিন্তা গাঁৱৰ সমীপত!-->!-->!-->…
মিজোৰামত ১১ বজালৈ ভোটদানৰ হাৰ ৩১.০৩ শতাংশ আৰু ছত্তিশগড়ত ২২ .৯৭ শতাংশ।
আজি পুৱাৰে পৰা আৰম্ভ হৈছে মিজোৰাম আৰু ছত্তীশগড় বিধানসভা নিৰ্বাচনৰ ভোটগ্ৰহণ । মিজোৰামৰ ৪০ খন আসনৰ বাবে প্রতিদ্বন্দ্বিতা কৰা ১৭৪ গৰাকী প্রাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৮, ৫১,৮৯৫ গৰাকী ভোটাৰে । পুৱা ৭ বজাৰ পৰা মিজোৰামৰ ১২৭৫ টা গ্ৰহণ কেন্দ্ৰত!-->…
বিশ্বকাপত হতাশাজনক প্ৰদৰ্শন; শ্ৰীলংকা ক্ৰিকেট ব’ৰ্ডক বৰ্খাস্ত
বিশ্বকাপত শ্ৰীলংকা দলৰ অত্যন্ত হতাশাজনক প্ৰদৰ্শনৰ বাবে দেশখনৰ ক্ৰিকেট ব’ৰ্ডক বৰ্খাস্ত কৰা হৈছে। শ্ৰীলংকাৰ ক্ৰীড়া মন্ত্ৰালয়ে সোমবাৰে (৬ নৱেম্বৰ) এই ব্যৱস্থা গ্ৰহণ কৰে।
ইয়াৰ সমান্তৰালকৈ ক্ৰীড়া মন্ত্ৰালয়ে এখন অন্তৱৰ্তীকালীন ক্ৰিকেট!-->!-->!-->…
টিম ইণ্ডিয়াত ৰিয়ান ! চৈয়দ মুস্তাক ট্ৰফীত ভাল প্ৰদৰ্শনৰ পুৰস্কাৰ ৰিয়ান পৰাগলৈ ।
ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত প্ৰকাশিত শেহতীয়া বাতৰি অনুসৰি অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে ভাৰতে খেলিবলগীয়া টি-২০ শৃংখলাত স্থান লাভৰ সম্ভাৱনা অসমৰ যুৱ ক্রিকেটাৰ ৰিয়ান পৰাগৰ ।
চৈয়দ মুস্তাক ট্ৰফীত ৰিয়ান পৰাগে ঘৰুৱা দল অসমক ছেমি ফাইনেললৈ লৈ যোৱাত!-->!-->!-->…
তৰুণ কাহিনীকাৰ নয়নজ্যোতি শৰ্মালৈ ২০২৩ বৰ্ষৰ মুনীন বৰকটকী বঁটা ।
২০২৩ বৰ্ষৰ ২৯ সংখ্যক মুনীন বৰকটকী সাহিত্য বঁটা আগবঢ়োৱা হৈছে তৰুণ লেখক নয়নজ্যোতি শৰ্মালৈ । 'জাল কটা জুই' শীর্ষক চুটিগল্প সংকলনৰ বাবে এই বঁটা লাভ কৰিছে প্রতিশ্ৰুতি সম্পন্ন যুৱ লেখক নয়ন জ্যোতি শৰ্মাই । ১৯৯৫ চনৰ পৰা অসমীয়া ভাষাৰ ন!-->…
আকৌ আহিব নেকি ক’ভিড? দেশত এদিনতে বাঢ়িছে ক’ভিড আক্রান্তৰ সংখ্যা ।
দেশত পুনৰ বৃদ্ধি পাইছে ক'ভিডত আক্রান্তৰ সংখ্যা । কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য মতে, ভাৰতত শেহতীয়াকৈ এদিনত আঠজন লোক নতুনকৈ কৰোনাত আক্রান্ত হৈছৈ । বৰ্তমান ভাৰতত কৰোনাত আক্রান্তৰ সংখ্যা হৈছেগৈ ২১৩ জন । যোৱা কেইদিনমানত ভাৰতত ক’ভিডত!-->…
পইণ্টৰ তালিকাত ভাৰতে সুৰক্ষিত কৰিলে শীৰ্ষ স্থান। কোন হ’ব ২০২৩ ৰ বিশ্ব চেম্পিয়ন ?
২০২৩ ৰ বিশ্বকাপ ক্রিকেটত ভাৰতৰ আটাইতকৈ কঠিন খেলখন অনুষ্ঠিত হৈছিল দেওবাৰে। কালি ভাৰত মুখামুখি হৈছিল দক্ষিণ আফ্ৰিকাৰ । কালি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজত অনুষ্ঠিত যুঁজখন একপক্ষীয় আছিল । কালি ভাৰতে দক্ষিণ আফ্ৰিকাক ২৪৩ ৰাণত পৰাস্ত কৰি পইণ্টৰ!-->…
অধিক সন্তান জন্ম দি বিপদত একাংশ মিঞা মুছলমান পৰিয়াল । অধিক সন্তান জন্ম দি আমি বিপদত পৰিছো বুলি…
https://fb.watch/o8go-tTwkR/