মুছলমান ধৰ্মগুৰুক ভয়ংকৰ আক্ৰমণ! অভিযুক্ত আব্দুৰ ৰেজ্জাকৰ ঘৰত আক্ৰমণ চলালে উত্তেজিত ৰাইজে।
https://fb.watch/o2XQuJrBbA/
এপ বিক্ৰী কৰি অসমৰ যুৱকে পালে ৪১৬ কোটি টকা। অসমৰ যুৱকে প্ৰস্তুত কৰা এপ বিক্ৰী হ’ল ৪১৬ কোটি…
https://fb.watch/o2X3zuhsz-/
আমেৰিকাত পুনৰ ভাৰতীয় ছাত্ৰক ছুৰিকাঘাত; হাস্পতালত মৃত্যু । ISHAN NEWS…
আমেৰিকাত পুনৰ আক্ৰমণৰ বলি হৈছে ভাৰতীয় ছাত্ৰ। দেশখনৰ ইণ্ডিয়ানা প্ৰদেশৰ এটা জিমত ব্যায়াম কৰি থকা সময়তে দুৰ্বৃত্তই ছুৰীৰে আঘাত কৰে ছাত্ৰগৰাকীক।
এই আক্ৰমণত গুৰুতৰভাৱে আহত হোৱা ২৪ বছৰীয়া ছাত্ৰগৰাকীক ফ’ৰ্ট ৱেইনৰ এখন হাস্পতালত ভৰ্তি!-->!-->!-->!-->!-->…
ভাৰত – বাংলাদেশৰ যুটিয়া প্রকল্প উদ্বোধন। ISHAN NEWS…
ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বাংলাদেশৰ প্রধানমন্ত্রী শ্বেখ হাছিনাই আজি ভাৰত আৰু বাংলাদেশৰ তিনিটা যুটীয়া প্ৰকল্প উদ্বোধন কৰে। দুয়োগৰাকী প্ৰধানমন্ত্ৰীয়ে বুধবাৰে খুলনাৰ ফুলতলাৰ পৰা মঙ্গলা বন্দৰ, আখাউৰা সীমান্তৰ পৰা আগৰতলা!-->…
মৰ্মান্তিক দুৰ্ঘটনা! তীব্ৰবেগী ট্ৰাকৰ খুন্দাত মৃত্যু পিতৃ-পুত্ৰৰ । ISHAN NEWS…
আজি পুৱাৰ ভাগত এখন অটোৰিক্সা আৰু এখন ট্ৰাকৰ সংঘৰ্ষত থিতাতে মৃত্যু হয় পিতৃ আৰু পুত্ৰৰ। মঙলবাৰে পুৱা শিলচৰ-আইজল ৰাষ্ট্ৰীয় ঘাইপথৰ উত্তৰ কৃষ্ণপুৰত সংঘটিত হয় এই কৰুণ ঘটনা।
নিহত লোক দুজন আছাম ৰাইফলছৰ অৱসৰপ্ৰাপ্ত জোৱান!-->!-->!-->!-->!-->!-->!-->…
ভাৰতত জন্মগ্ৰহণ কৰা লেখিকা নন্দিনী দাসলৈ ২০২৩ বৰ্ষৰ ব্ৰিটিছ একাডেমীৰ বুক বঁটা ।
ভাৰতত জন্মগ্ৰহণ কৰা লণ্ডনস্থিত লেখিকা নন্দিনী দাসলৈ আগবঢ়োৱা হৈছে ২০২৩ বৰ্ষৰ সন্মানীয় ব্ৰিটিছ একাডেমীৰ ‘বুক বঁটা’ । ‘Courting India : England, Mughal India and the Origins of Empire’ নামৰ গ্ৰন্থখনৰ বাবে ব্ৰিটিছ একাডেমীয়ে সন্মানীয় বুক বঁটা!-->…
আৰক্ষী পৰিদৰ্শক, শ্ৰমিকৰ পিছত এইবাৰ কনিষ্টবলক গুলীয়াই হত্যা উগ্ৰপন্থীৰ
কাশ্মীৰত পুনৰ সংঘটিত হৈছে সন্ত্ৰাসবাদী আক্ৰমণ। মঙলবাৰে জম্মু-কাশ্মীৰৰ বাৰামুল্লাত সন্ত্ৰাসবাদীয়ে গুলীয়াই হত্যা কৰে এজন হেড কনিষ্টবলক।
জম্মু-কাশ্মীৰত বিগত তিনিদিনত এইটো তৃতীয়টো টাৰ্গেট হত্যাকাণ্ড। ইয়াৰ পূৰ্বে সন্ত্ৰাসবাদীয়ে এজন!-->!-->!-->…
ৰিয়ান পৰাগৰ বেটত ৬ ৰ ধুমুহা । বিশ্বকাপৰ জ্বৰৰ মাজতে অভিলেখৰ উপৰি অভিলেখ ৰিয়ান পৰাগৰ ।
ৰিয়ান পৰাগৰ বেটত ৬ ৰ ধুমুহা । বিশ্বকাপৰ জ্বৰৰ মাজতে অভিলেখৰ উপৰি অভিলেখ ৰিয়ান পৰাগৰ ।ঘৰুৱা ক্ৰিকেটত ধুমুহা গতিত অভিলেখ গঢ়িছে অসমৰ যুৱ ক্রিকেটাৰ ৰিয়ান পৰাগে ।
এফালে, বিশ্বকাপৰ জ্বৰ আনহাতে, অসমৰ যুৱ ক্রিকেটাৰ ৰিয়ান পৰাগে ৰাষ্ট্ৰীয়!-->!-->!-->…
৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ এক্সিট প’ল নিষিদ্ধ !কি ক’লে দেশৰ নিৰ্বাচন আয়োগে ?
লোকসভা নিৰ্বাচনৰ পূৰ্বে চলিত মাহত হ'বলগীয়া ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ এক্সিট প’ল সন্দৰ্ভত দেশৰ নিৰ্বাচন আয়োগৰ ডাঙৰ সিদ্ধান্ত। মঙলবাৰে নিৰ্বাচন আয়োগে এই সন্দৰ্ভত অধিসূচনা জাৰি কৰে । ৭ নবেম্বৰৰ পুৱা ৭ বজাৰ পৰা ৩০ নবেম্বৰৰ সন্ধিয়া ৬ বজালৈ!-->…
দুৰ্দমনীয় ৰিয়ান; প্ৰশংসা কৰিবলৈ গৈ অসম আৰু অসমীয়াক চূড়ান্ত অপমান ধাৰাভাষ্যকাৰৰ
এদিনীয়া বিশ্বকাপৰ সমান্তৰালকৈ চলি আছে দেশৰ অন্যতম সন্মানীয় ঘৰুৱা ক্ৰিকেট টুৰ্ণামেন্ট ছৈয়দ মুস্তাক আলী ট্ৰফী। প্ৰায় অন্তিম পৰ্যায়ত উপনীত হোৱা টুৰ্ণামেণ্টখন সম্প্ৰতি চৰ্চাৰ কেন্দ্ৰ বিন্দু হৈ পৰিছে অসমৰ প্ৰতিভাৱান ক্ৰিকেটাৰ ৰিয়ান পৰাগ।
!-->!-->!-->…