ISHAN NEWS – Always One Step Ahead of Time…

২০২৪ বৰ্ষত,১৪৫ দিন বন্ধ থাকিব চৰকাৰী কাৰ্যালয় । ৰাজ্য চৰকাৰে অনুমোদন জনালে বন্ধৰ তালিকাত

২০২৪ চনৰ চৰকাৰী বন্ধৰ তালিকাত আজি অনুমোদন জনায় হিমন্ত বিশ্ব শৰ্মাৰ কেবিনেটে। ২০২৪ ত চৰকাৰী বন্ধ ৩৬ দিন । সীমিত বন্ধ ৩০ দিন, অৰ্ধ চুটি দুদিন , ৫২ টা দেওবাৰ আৰু ২৬ টা দ্বিতীয় আৰু চতুৰ্থ শনিবাৰ । ২০২৪ ত অসম চৰকাৰৰ সৰ্বমুঠ বন্ধৰ সংখ্যা হব ১৪৫

বিশ্বকাপৰ ছেমি ফাইনেলত প্রবেশ কৰিবলৈ হ’লে ভাৰত আৰু কেইখন খেলত জয়ী হ’ব লাগিব ।

২০২৩ৰ বিশ্বকাপত প্রথম খন মেচৰ পৰাই ভাৰতে সুন্দৰ প্রদৰ্শনৰ লগতে দৰ্শনীয় জয় লাভ কৰিবলৈ সক্ষম হৈছে । ভাৰতে এই ধাৰাবাহিকতা অব্যাহত ৰাখিলে ভাৰত সহজেই ছেমি ফাইনেলত প্রবেশ কৰিব পাৰিব বুলি উল্লেখ কৰিছে কেইবাগৰাকীও প্রাক্তন ক্রিকেটাৰে ।চলিত

সমকামী বিবাহক লৈ উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ ৰায়দান ।

উচ্চতম ন্যায়ালয়ে আইনী স্বীকৃতি নিদিলে সমকামী বিবাহৰ। সমকামীৰ বিবাহৰ বিষয়টো সংসদৰ ভিতৰুৱা বিষয় বুলি কয়, উচ্চতম ন্যায়ালয়ে । কেন্দ্ৰীয় চৰকাৰক সমলিংগৰ বিবাহৰ বিষয়টোত উপযুক্ত পদক্ষেপ লবলৈ গাইডলাইন জাৰি কৰিছে উচ্চতম ন্যায়ালয়ে । বিবাহৰ অধিকাৰ

২০২৮ ৰ লছ এঞ্জেলছ অলিম্পিকত ‘ক্রিকেট’ ।প্রথম কোনখন অলিম্পিকত ক্রিকেট অনুষ্ঠিত হৈছিল আৰু কোনখন দেশ…

এছিয়ান গেমছৰ পাছত, এইবাৰ অলিম্পিকত অন্তৰ্ভুক্ত হ’ল ক্রিকেট। আন্তৰ্জাতিক অলিম্পিক সমিতিয়ে ২০২৮ চনৰ লছ এঞ্জেলছ অলিম্পিকত ক্ৰিকেট অন্তৰ্ভুক্তিৰ বাবে অনুমোদন জনাইছে। পুৰুষ আৰু মহিলা দুয়োটা শাখাত অনুষ্ঠিত হ'বলগীয়া মেচ কেইখন অনুষ্ঠিত হ'ব টি-20

ভাৰতীয় জনতা যুৱ মৰ্চাত আৰ্য্য বিদ্যাপীঠৰ অৰ্ধশতাধিক শিক্ষাৰ্থীৰ যোগদান

গুৱাহাটী মহানগৰীৰ আগশাৰী মহাবিদ্যালয় আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় (স্বায়ত্বশাসিত) ৰ ৫০ গৰাকী ছাত্ৰ ছাত্ৰীয়ে দেওবাৰে ভাৰতীয় জনতা যুৱ মৰ্চাত আনুষ্ঠানিক ভাৱে যোগদান কৰে। আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয় ছাত্ৰ একতা সভাৰ প্ৰাক্তন সভাপতি তথা

মিজোৰামত ৰাহুল গান্ধীয়ে মোডীক সমালোচনা কৰি কি ক’লে ।

দুদিনীয়া কাৰ্যসূচীৰে আজি মিজোৰামত উপস্থিত হয় কংগ্ৰেছ নেতা ৰাহুল গান্ধী । মিজোৰামত উপস্থিত হৈ আইজলৰ চানমাৰীৰ পৰা ৰাজভৱনলৈ এক পদযাত্ৰাত অংশগ্ৰহণ কৰে ৰাহুল গান্ধীয়ে । এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰি ৰাহুল গান্ধীয়ে প্রধানমন্ত্রী মোডীক তীব্ৰ

মিজোৰাম বিধানসভাৰ নিৰ্বাচনত প্ৰাৰ্থীত্ব আগবঢ়াব আপে ।

আম আদমী পাৰ্টী অৰ্থাৎ আপে আগন্তুক মিজোৰাম বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰাৰ কথা ঘোষণা কৰিছে। দলটোৱে অতি সোণকালে মিজোৰামৰ কেইখন আসনত প্রতিদ্বন্দিতা কৰিব সেই কথা ঘোষণা কৰাৰ লগতে অতিসোণকালে প্রাৰ্থীৰ তালিকা প্রকাশ কৰিব।মিজোৰামৰ লগতে