মিঠাইৰ দোকান নিজৰ কিন্তু নিজৰ বাবে মিঠাই কিনে অন্য দোকানৰ।
https://fb.watch/nbTx6D28PT/
চন্দ্ৰযান-৩ক লৈ কৃতিত্বৰ যুদ্ধ; বিজেপিক ইতিহাস সোঁৱৰাই দিলে জয়ৰাম ৰমেশে ISHAN NEWS…
ভাৰতীয় মহাকাশ গৱেষণা সংস্থা (ISRO) অভিলাষী মহাকাশ অভিযান সন্দৰ্ভত সংসদত শাসক-বিৰোধীৰ মাজত আৰম্ভ হৈছে কৃতিত্বৰ যুদ্ধ। বুধবাৰে ৰাজ্যসভাত বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰক আক্ৰমণ কৰি কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে মহাকাশ খণ্ডত!-->!-->!-->…
‘ধ্বনি কবি’ নে ‘ধনী কবি’?টীয়কত আৱিৰ্ভাৱ দ্বিতীয় ধ্বনি কবিৰ !ধন দি…
https://fb.watch/nbPM_XHBTL/
চামগুৰিৰ অসহায় বৃদ্ধ দম্পত্তিৰ কৰুণ গাঁঠা।
📌চামগুৰিৰ অসহায় বৃদ্ধ দম্পত্তিৰ কৰুণ গাঁঠা।📌যক্ষ্মা ৰোগত আক্ৰান্ত দম্পত্তিৰ বাবে স্থানীয় ৰাইজে বিচাৰিলে সহায়।📌আপুনিও আগবঢ়াব পাৰে সহায়ৰ হাত।
আপোনাৰ পৰিয়ালৰ ‘বিদেশী’ সদস্যজনৰ পৰা সাৱধান!
আপোনাৰ পৰিয়ালৰ 'বিদেশী' সদস্যজনৰ পৰা সাৱধান!
মৰমৰ টমটম হ'লগৈ সন্ত্ৰাস!
এফালৰ পৰা আক্ৰমণ সকলোকে।
টমটমৰ আক্ৰমণত থৰাশায়ী ১০/১২ জন।
অপ্ৰতিৰোধ্য অভিজিত। খালী ভৰিৰে ২৪ ঘন্টা দৌৰি ৱৰ্ল্ড ৰেকৰ্ড কৰা অভিজিতক মনত আছেনে?
📌অপ্ৰতিৰোধ্য অভিজিত।📌খালী ভৰিৰে ২৪ ঘন্টা দৌৰি ৱৰ্ল্ড ৰেকৰ্ড কৰা অভিজিতক মনত আছেনে?📌এইবাৰ আন্তৰ্জাতিক মেচৰ বাবে আফ্ৰিকালৈ ওলাইছে অভিজিত বৰুৱা।📌কাৰ সৈতে যুঁজিবলৈ সাজু হৈছে অসম গৌৰৱ যোৰহাটৰ অভিজিত?
বাতৰিৰ শিৰোনাম || NEWSPAPER HEADLINES || LIVE
বাতৰিৰ শিৰোনাম || NEWSPAPER HEADLINES || LIVE
৪৩ গৰাকী পাইলটৰ একেলগে পদত্যাগ; বন্ধ হোৱাৰ উপক্ৰম আকাছা এয়াৰ
শ্বেয়াৰ মাৰ্কেটৰ জৰিয়তে বিখ্যাত হোৱা ৰাকেশ ঝুনঝুনৱালাৰ কোম্পানী আকাছা এয়াৰৰ পৰা আহিছে এক ডাঙৰ খবৰ। মাত্ৰ এবছৰৰ ভিতৰতে কোম্পানীটো ব্যাপক সমস্যাত পৰিছে।
কোম্পানীটোৰ ৪৩ জন পাইলটে একেলগে পদত্যাগ কৰিছে, যাৰ বাবে দৈনিক ২৪খন বিমান বাতিল!-->!-->!-->…
কানাডাত অধ্যয়ণৰত শিক্ষাৰ্থীৰ বাবে ভাৰত চৰকাৰৰ বিশেষ নিৰ্দেশনা; এইবোৰ অঞ্চললৈ নোযোৱাৰ পৰামৰ্শ
ভাৰত আৰু কানাডাৰ মাজত সম্পৰ্কৰ অৱনতি ঘটাৰ পিছতে ভাৰত চৰকাৰে কানাডাত অধ্যয়ণৰত ভাৰতীয় শিক্ষাৰ্থীৰ লগতে নাগৰিকৰ বাবে পৰামৰ্শ জাৰি কৰিছে।
এই পৰামৰ্শত ভাৰতে কানাডাত বসবাস কৰা নাগৰিকসকলক বিশেষকৈ ছাত্ৰ-ছাত্ৰীসকলক সজাগ হ’বলৈ কোৱা হৈছে।
!-->!-->!-->!-->!-->…
বিশ্বকাপৰ পূৰ্বে আদালতত হাজিৰ মহম্মদ ছামী; আদালতে কি দিলে ৰায়?
ভাৰতীয় ক্ৰিকেট দলৰ অনুভৱী বেগী বলাৰ মহম্মদ ছামীয়ে ১৯ ছেপ্টেম্বৰত পত্নী হাৰাশাস্তিৰ গোচৰত বৃহৎ সকাহ লাভ কৰিছে।
পাঁচ বছৰ পূৰ্বেই তৰা এটা গোচৰৰ বাবে ছামীক আলিপুৰ আদালতত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছিল। এই নিৰ্দেশ অনুসৰি, ছামীয়ে আদালতত!-->!-->!-->…