ISHAN NEWS – Always One Step Ahead of Time…

DRDOৰ বিজ্ঞানীৰ বিৰুদ্ধে অভিযোগনামা দাখিল । পাকিস্তানী মধুচক্রৰ জালত কেনেকৈ পৰিল প্রদীপ কুৰুলকাৰ ?…

ভাৰতৰ প্রতিৰক্ষা গৱেষণা আৰু উন্নয়ন সংস্থা অৰ্থাৎ DRDOৰ বিজ্ঞানী প্রদীপ কুৰুলকাৰৰ বিৰুদ্ধে ভাৰতৰ মিছাইল সম্পৰ্কীয় গোপনীয় তথ্য এগৰাকী পাকিস্তানী এজেণ্টৰ সৈতে ভাগ বটৰোৱা কৰাৰ গুৰুতৰ অভিযোগ । বৰ্তমান ন্যায়িক জিম্মাত থকা বিজ্ঞানী

মুম্বাইত ৭.৫ কোটি টকীয়া ভিক্ষাৰী । ভিক্ষাৰীৰ দুই পুত্র পঢ়ে ‘কনভেণ্ট’ত ।

এগৰাকী চহকী ভিক্ষাৰীয়ে দৃষ্টি আকৰ্ষণ কৰিছে সংবাদমাধ্যমৰ । ভিক্ষাৰী গৰাকীৰ সম্পত্তিৰ পৰিমাণ শুনিলে আপুনিও আচৰিত হ'ব । মুম্বাইৰ এগৰাকী ভিক্ষাৰীৰ সম্পত্তিৰ পৰিমাণ প্রায় ৭.৫ কোটি টকা । প্রকাশিত বাতৰি অনুসৰি মুম্বাইৰ কোটিপতি ভিক্ষাৰী ভৰত

এসপ্তাহৰ বাবে স্থগিত অমৰনাথ যাত্রা । ISHAN NEWS…

হঠাৎ প্রশাসনে অমৰনাথ যাত্রা স্থগিত ৰখাত বিপদত পৰিছে অমৰনাথ যাত্রাৰ বাবে যোৱা তীৰ্থযাত্রী । অমৰনাথ দৰ্শনৰ বাবে যোৱা ৭ হাজাৰতকৈ অধিক তীৰ্থযাত্রী আৱদ্ধ হৈ পৰিছে জম্মু-কাশ্মীৰৰ বালতাল আৰু পহেলগ্ৰামৰ শিবিৰত । প্রশাসনে সদৰী কৰা মতে

১৪ জুলাইত জোনবাই অভিমুখে উৰা মাৰিব চন্দ্ৰযান ৩ ।

১৪ জুলাইত জোনবাই অভিমুখে উৰা মাৰিব চন্দ্ৰযান ৩ । বৃহস্পতিবাৰে ভাৰতৰ মহাকাশ গৱেষণা সংস্থা ইছৰোৱে সদৰী কৰে এই কথা । ১৪ জুলাই দুপৰীয়া ২ঃ৩৫ বজাত জোনবাই অভিমুখে উৰা মাৰিব পৰাকৈ ইছৰোৱে সাজু কৰি তুলিছে চন্দ্ৰযান ৩ ক। শ্রী হৰিকোট্ৰাৰ পৰা জোনবাই

মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী হ’ব অজিত পাৱাৰ!

এইকেইটা দিনত মুহুৰ্তে মুহুৰ্তে সলনি হৈছে মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ছবি। ৰাজনৈতিক নেতাৰ মাজত চলিছে তীব্ৰ বাকযুদ্ধ। ইয়াৰ মাজতে মুখ্যমন্ত্ৰী একানাথ সিন্দেক লৈ বিভিন্ন দাবী উত্থাপন হৈছে মহাৰাষ্ট্ৰৰ ৰাজনীতিত । মহাৰাষ্ট্ৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা

বিশ্বকাপ ক্রিকেটৰ পূৰ্বে বাংলাদেশ ক্ৰিকেট দলত অঘটন।

ৱৰ্ল্ড কাপ ক্রিকেটলৈ ৩ মাহ থকাৰ সময়তে বাংলাদেশ এদিনীয়া ক্ৰিকেট দলৰ কেপ্টেইন তামিম ইকবালে বৃহস্পতিবাৰে সংবাদমেলৰ জৰিয়তে সকলোকে আচৰিত কৰি আন্তঃৰাষ্ট্ৰীয় ক্রিকেটৰ পৰা অৱসৰ গ্ৰহণৰ কথা ঘোষণা কৰে । এই ঘোষণাৰ জৰিয়তে ক্রিকেটাৰ গৰাকীৰ ক্রিকেটৰ সৈতে